🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

প্ৰাণীৰ পৰিবহণ তন্ত্ৰ | দশম অধ্যায় | Chapter 10 | Class 7 Science Sankardev Question Answer | সপ্তম শ্ৰেণীৰ প্ৰশ্ন উত্তৰ | Class 7 Question Answer | Sankardev School Free Question Answer

প্ৰাণীৰ পৰিবহণ তন্ত্ৰ

দশম অধ্য়ায়  

অনুশীলনী

১। খালী ঠাই পূৰ কৰা।

(ক) ______ৰ দ্বাৰা হৃদযন্ত্ৰৰ পৰা তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবাহিত হয়।

উত্তৰঃ

(খ) ______ৰক্ত কণিকাত হিম’গ্ল’বিন পোৱা যায়।

উত্তৰঃ

(গ) হৃদযন্ত্ৰৰ সুসংহত সংকোচন আৰু প্ৰসাৰণক______বোলে।

উত্তৰঃ

(ঘ) ______ৰ কাৰণে তেজৰ ৰং ৰঙা।

উত্তৰঃ

(ঙ) অনুচক্ৰিকাৰ কাম তেজৰ______।

উত্তৰঃ

(চ) ধমনীৰ বেৰখন______।

উত্তৰঃ

(ছ) শৰীৰক বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰাটো______ৰক্তকণিকাৰ কাম।

উত্তৰঃ

(জ) মানুহৰ প্ৰধন ৰেচন দ্ৰব্য হ’ল______।

উত্তৰঃ

(ঝ) ঘামাত পানী আৰু______থাকে।

উত্তৰঃ

(ঞ) জুলীয়া অৱস্থাত বৃক্কই অপসাৰণ কৰপুা বৰ্জিত দ্ৰব্যত______বোলে।

উত্তৰঃ

২। তেজৰ উপাদানসমূহ কি কি? এইবোৰৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা।

উত্তৰঃ

৩। শৰীৰৰ সকলো অংশৰ বাবে তেজৰ কিয় প্ৰয়োজন?

উত্তৰঃ

৪। হৃদযন্ত্ৰৰ মাজেদি তেজৰ চলাচল বৰ্ণনা কৰা।

উত্তৰঃ

৫। ৰেচন দ্ৰব্যসমূহ দেহৰপৰা উলিয়াই দিয়াটো কিয় প্ৰয়োজন?

উত্তৰঃ

৬। মানৱুহৰ ৰেচনতন্ত্ৰৰ এখন চিহ্নিত ছবি আঁকা।

উত্তৰঃ

Type Himanku bora

Post ID : DABP006277

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop