পৰিমিতি | Lesson 11 | Exercise 11(D) | Class 7 Maths Solution Sankardev School Assam | Class 7 Mathematics Book Chapter 11 Question Answer and Solutions |

পৰিমিতি

 পাঠ ১১

অনুশীলনী 11(D)
1. তলত দিয়া প্ৰতিটো ট্ৰেপিজিয়ামৰ কালি নিৰ্ণয় কৰা।

2. খালী ঠাই পূৰ কৰাঃ

abhকালি
3 চেমি7.2 চেমি5.3 চেমি27.03 বৰ্গচেমি
5 মি7 মি4 মি24 বৰ্গ মি
5 মি3 মি5.3 মি21.2 মি
4 মি7 মি6 মি33 বৰ্গ মি

3. ত্ৰেপিজিয়াম আকৃতিৰ পুখুৰী এটাৰ কালি 440 বৰ্গমিটাৰ। সমান্তৰালভাৱে থকা পাৰ দুটাৰ দীঘ 30 মিটাৰ আৰু 14 মিটাৰ। সমান্তৰাল পাৰ দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা।

4. এটা ত্ৰেপিজিয়ামৰ কালি 900 বৰ্গচেমি। সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব 25 চেমি। সমান্তৰাল বাহু এডালৰ দীঘ 50 চেমি। আনটো সমান্তৰাল বাহুৰ দীঘ নিৰ্ণয় কৰা।

5. ত্ৰেপিজিয়াম আকৃতিৰ ঘৰৰ বেৰ এখনৰ সমান্তৰাল কাষ দুটাৰ অনুপাত 3:4। সমান্তৰাল কাষ দুটাৰ মাজৰ দূৰত্ব 12 ফুট। বেৰখনৰ কালি 84 বৰ্গফুট। সমান্তৰাল কাষ দুটাৰ জোখ নিৰ্ণয় কৰা।

 Hiru Moni Bora

Post ID : DABP004103

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop