🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰ ভূমিকা | অধ্যায় ১৮ | Class 8 Social Science Question and Answer Assam | Class 8 Social Science Question and Answer Assamese Medium | Class 8 Social Science Chapter 18 Question and Answer Assamese medium | Class 8 Social Science Chapter 18 Assamese Medium Question and Answer Notes and Suggestion |

মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা

Lesson: 18

১। চমু উত্তৰ লিখা : 

ক) মানৱ সম্পদ বুলিলে কি বুজা?

উত্তৰঃ
খ) ভাৰতত মানৱ সম্পদ বিকাশৰ সুবিধাসমূহ পর্যাপ্ত হয় নে?

উত্তৰঃ

গ) মানৱ সম্পদ কিয় প্রয়োজন? 

উত্তৰঃ
ঘ) কেতিয়াৰপৰা ভাৰতত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তিত হৈছে?

উত্তৰঃ
ঙ) অসমত ৰাজ্যিক বিশ্ববিদ্যালয় কেইখন আছে আৰু কি কি?

উত্তৰঃ

২। পাঠটোৰ আধাৰত সম্পূর্ণ নামটো লিখা—
ক) UNDP 

উত্তৰঃ
খ) IIT

উত্তৰঃ
গ) HRD 

উত্তৰঃ
ঘ) NIT

উত্তৰঃ

৩। মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাবোৰ কি কি? যিকোনো তিনিটা অসুবিধাৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ
৪।  “দৰিদ্ৰ হোৱা বাবেই এখন দেশ দৰিদ্ৰ”– এই কথাষাৰ কোনে কৈছিল? দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত এক অভিশাপৰূপে কিয় ভবা হয়?

উত্তৰঃ
৫। মানৱ সম্পদ উন্নয়নৰ বাবে কি কি ব্যৱস্থা ল’ব পাৰি?

উত্তৰঃ
৬। শিক্ষাক্ষেত্ৰৰ উন্নয়নে মানৱ সম্পদ উন্নয়নত কেনে ধৰণৰ প্ৰভাৱ পেলায়— বহলাই লিখা।

উত্তৰঃ

৭। খালী ঠাই পূৰ কৰা

ক) উন্নত দেশসমূহৰ উন্নতিৰ মূল চালিকাশক্তি হৈছে _______।

উত্তৰঃ
খ) _______লোকসকল অতি সহজেই আর্থিক, সামাজিক শোষণৰ বলি হয়।

উত্তৰঃ

গ) বিষমতা মানৱ সম্পদ উন্নয়নৰ এটা প্রধান_______।

উত্তৰঃ

ঘ) এখন দেশৰ _______উন্নয়নত সেইখন দেশৰ চৰকাৰৰ দায়িত্ব তথা ভূমিকা অতি বেছি।

উত্তৰঃ
ঙ) ভাৰতীয় সংবিধানে প্ৰদান কৰা শিক্ষাৰ অধিকাৰ আমাৰ এক _______অধিকাৰ।

উত্তৰঃ

৮। শুদ্ধ/অশুদ্ধ নির্ণয় কৰা :
ক) অত্যধিক জনসংখ্যাই এখন দেশৰ অৰ্থনৈতিক উন্নয়নত বাধাৰ সৃষ্টি নকৰে।

উত্তৰঃ
খ) মানুহ মাত্রেই মানৱ সম্পদ নহয়। 

উত্তৰঃ
গ) মূলধনে দেশৰ অৰ্থনীতিৰ উৎপাদন ক্ষমতা তথা আয় বৃদ্ধি কৰে।

উত্তৰঃ
ঘ) অন্ধবিশ্বাসো মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত এক বাধাস্বৰূপ।

উত্তৰঃ
ঙ) ২০০১ চনৰপৰাই ভাৰতত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তিত হৈছে।

উত্তৰঃ

Type by Ishan Bora

Last Update by Dipawali Bora (11.05.2022)

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop