মঙলতিৰ মঙল | AJB Class 6 Assamese Chapter Short Question and Answer Assamese Medium |

১। মঙলতিৰ মঙল কবিতাটোৰ কবিজনৰ নাম কি?

ক) মিত্ৰদেৱ মহন্ত

খ) নৱকান্ত বৰুৱা

গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ ক) মিত্ৰদেৱ মহন্ত।

২। ভাত-পানী নহ’লেও বুঢ়াক কি লাগিছিল?

ক) চাহ

খ) জুইকুৰা

গ) বাদাম ভজা।

উত্তৰঃ খ) জুইকুৰা ।

৩। জুই ধৰা দেখি বুঢ়াক কোনে হুই মাৰি ধৰেহি?

ক) বুঢ়াৰ পুতেকে

খ) বুঢ়াৰ লগৰ মানুহবোৰে

গ)বুঢ়াৰ নাতি-পুতি সোপাই

উত্তৰঃ গ)বুঢ়াৰ নাতি-পুতি সোপাই

৪। মঙলতিয়ে বুঢ়াক কি বুলি বুদ্ধি দিছিল?

ক) খৰি সৰহাই দিবলৈ বুদ্ধি দিছিল

খ) জুই নধৰিবলৈ কৈছিল

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) খৰি সৰহাই দিবলৈ বুদ্ধি দিছিল।

৫। জুই শব্দটোৰ সমাৰ্থক শব্দ কি?

ক) পানী

খ) অগ্নি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) অগ্নি।

৬। পানী শব্দটোৰ সমাৰ্থক শব্দ কি?

ক) জল

খ) জুই

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) জল

৭। টোপনি শব্দটোৰ সমাৰ্থক শব্দ কি?

ক) জাগ্ৰত

খ) সাৰ পোৱা

গ) নিদ্ৰা

উত্তৰঃ গ) নিদ্ৰা।

৮। কোনবোৰ দিনত জুই পুৱায়?

ক) ঠাণ্ডা দিনত

খ) গৰমৰ দিনত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ঠাণ্ডা দিনত।

৯। চল+ অচল= কি?

ক) হিমাচল

খ) চলাচল

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) চলাচল।

১০। হিম+ অচল= কি?

ক) হিমাচল

খ) চলাচল

গ) হিমালয়

উত্তৰঃ ক) হিমাচল।

১১। নিতৌ বৃঢ়া-বুঢ়ীয়ে কি কৰে ?

ক) কাম কৰে

খ) জুই ধৰে

গ) ওপৰৰ দুয়োটা

উত্তৰঃ খ) জুই ধৰে।

১২। শিয়ান শব্দৰ অৰ্থ কি ?

ক) টেঙৰ

খ) সৰহকৈ

গ) বেছিকৈ

উত্তৰঃ ক) টেঙৰ।

১৩। সৰহাই শব্দৰ অৰ্থ কি ?

ক) জুই

খ) টোপনি

গ) বেছিকৈ

উত্তৰঃ গ) বেছিকৈ।

১৪। বুঢ়াই কিয় মঙলতিৰ কাষ চাপিছিল ?

ক) জুই ধৰাৰ কথা কব

খ) দুখৰ কথা কব

গ) সুখৰ কথা কব

উত্তৰঃ খ) দুখৰ কথা কব।

১৫। ‘পৰীক্ষা’ শব্দটোৰ সন্ধি ভাঙিলে হ’ব—

ক) পৰি-ঈক্ষা

খ) পৰী-ইক্ষা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) পৰি-ঈক্ষা।

১৬। পৃথিৱীৰ সমাৰ্থক শব্দৰ কি ?

ক) ধৰা

খ) ধৰিত্ৰী

গ) ওপৰৰ দুয়োটা

উত্তৰঃ গ) ওপৰৰ দুয়োটা।

১৭। পৰিস্কাৰ শব্দটো বিসৰ্গ সন্ধি কৰিলে কৰি হ’ব ?

ক) পৰিঃ + কাৰ

খ) পৰি + কাৰ

গ) পৰী + কাৰ

উত্তৰঃ ক) পৰিঃ + কাৰ।

১৮। সংগীত শব্দটো সন্ধি ভাঙিলে কি হ’ব ? 

ক) সং + গীত

খ) সম্ + গীত

গ) এটাও নহয়

উত্তৰঃ খ) সম্ + গীত।

১৯। ৰজা শব্দৰ বিপৰীত অৰ্থ কি ?

ক) বুঢ়া

খ) প্ৰজা

গ) ৰাণী

উত্তৰঃ গ) ৰাণী।

২০। ককা শব্দৰ বিপৰীত শব্দ কি ?

ক) মা

খ) আইতা

গ) দেউতা

উত্তৰঃ খ) আইতা।

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop