🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

শিল আৰু মাটি | AJB Class 7 Social Science MCQ’s Assamese Medium | Chapter 16 | Class 7 Social Science Chapter 16 MCQ’s Type Question | AJB Class 7 Social Science |

শিল আৰু মাটি

Chapter-16

১। ভূত্বক যি উপাদানেৰে গঠিত তাক কি বুলি কোৱা হয়?

(ক) শিল

(খ) বালি

(গ) ইটা

উত্তৰঃ (ক) শিল।

২। পৃথিৱীৰ উপৰিভাগৰ কঠিন পদাৰ্থক কি বুলি কোৱা হয়?

(ক) লোহা

(খ) ইটা

(গ) শিল

উত্তৰঃ (গ) শিল।

৩। অক্সিজেন, ছিলিকন, এলুমিনিয়াম, লো, মেগনেছিয়াম, কেলছিয়াম, ছ’ডিয়াম আদি উপাদানবোৰে ভূপৃষ্ঠৰ প্ৰায় কিমান শতাংশ গঠন কৰিছে?

(ক) ৮২%

(খ) ৯৮%

(গ) ৭৬%

উত্তৰঃ (খ) ৯৮%।

৪। উৎপত্তি অনুসৰি শিলক কেইটা ভাগত ভগাব পাৰি?

(ক) ৩টা

(খ) ৮টা

(গ) ৫টা

উত্তৰঃ (ক) ৩টা।

৫। পৃথিৱীৰ এই প্ৰতম অৱস্থাত সৃষ্টি হোৱা শিলক কি শিল বুলি কোৱা হয়?

(ক) প্ৰাথমিক শিল

(খ) অন্তৰ্ভেদী আগ্নেয় শিল

(গ) আগ্নেয় শিল

উত্তৰঃ (গ) আগ্নেয় শিল।

৬। আগ্নেয়গিৰি উদ্গিৰণত লাভা ওলাই ঠাণ্ডা হৈ যি আগ্নেয় শিলৰ সৃষ্টি হয় তাক কি শিল বুলি কোৱা হয়?

(ক) প্ৰাথমিক শিল

(খ) বহিৰ্ভেদী আগ্নেয় শিল

(গ) অন্তৰ্ভেদী আগ্নেয় শিল

উত্তৰঃ (খ) বহিৰ্ভেদী আগ্নেয় শিল।

৭। মেগমা ঠাণ্ডা হৈ এটা সময়ত সৃষ্টি হোৱা শিলক কি শিল বুলি কোৱা হয়?

(ক) অন্তৰ্ভেদী আগ্নেয় শিল

(খ) আগ্নেয় শিল

(গ) বহিৰ্ভেদী আগ্নেয় শিল

উত্তৰঃ (ক) অন্তৰ্ভেদী আগ্নেয় শিল।

৮। দাওৰাইড, গ্ৰেনাইট আদি কি শিলৰ উদাহৰণ?

(ক) প্ৰাথমিক শিলৰ

(খ) গেদীয় শিল

(গ) অন্তৰ্ভেদী আগ্নেয় শিল

উত্তৰঃ (গ) অন্তৰ্ভেদী আগ্নেয় শিল।

৯। গেদীয় শিলত পোৱা সাঁচবোৰকে কি বোলে?

(ক) ৰূপান্তৰিত শিল

(খ) জীৱাশ্ম

(গ) অন্তৰ্ভেদী আগ্নেয় শিল

উত্তৰঃ (খ) জীৱাশ্ম।

১০। মাটিৰ ভাগ কেইটা?

(ক) ২টা

(খ) ৫টা

(গ) ৩টা

উত্তৰঃ (ক) ২টা।

১১। __________ আটাইতকৈ টান শিল?

(ক) গ্ৰেফাইট

(খ) গ্ৰেনাইট

(গ) বেছল্ট

উত্তৰঃ (খ) গ্ৰেনাইট।

১২। ________ আটাইতকৈ ঢিলা শিল?

(ক) গ্ৰেফাইট

(খ) গ্ৰেনাইট

(গ) বেছল্ট

উত্তৰঃ (ক) গ্ৰেফাইট।

১৩। উৎপত্তি অনুসৰি শিলক কেইটা ভাগত ভগাব পাৰি ?

(ক) দুটা ভাগত

(খ) তিনিটা ভাগত

(গ) চাৰিটা ভাগত

উত্তৰঃ (খ) তিনিটা ভাগত।

১৪। আগ্নেয় শিলক আৰু কি বুলি কোৱা হয় ?

(ক) বেছল্ট

(খ) বহিৰ্ভেদী আগ্নেয়

(গ) প্ৰাথমিক শিল

উত্তৰঃ (গ) প্ৰাথমিক শিল।

১৫। গেদীয় শিলত পোৱা সাঁচবোৰক কি বোলে ?

(ক) কয়লা

(খ) জীৱাশ্ম

(গ) চূণশিল

উত্তৰঃ (খ) জীৱাশ্ম।

১৬। চূণশিলৰ পৰা কি সৃষ্টি হয় ?

(ক) মাৰ্বল

(খ) কোৱাৰ্টজাইট

(গ) শ্লেট

উত্তৰঃ (ক) মাৰ্বল।

১৭। তলৰ ছবিখনৰ নাম কি ?

(ক) তাজমহল

(খ) কাৰেং ঘৰ

(গ) হয়গ্ৰীৱ মন্দিৰ

উত্তৰঃ (ক) তাজমহল।

১৮। তাজমহল কি কিহেৰে বনোৱা হৈছে ?

(ক) গ্ৰেনাইট শিলেৰে

(খ) মাৰ্বল পাথৰেৰে

(গ) এটাও নহয়

উত্তৰঃ (খ) মাৰ্বল পাথৰেৰে

১৯। নিছ শিল কিহত ব্য়ৱহাৰ কৰা হয় ?

(ক) ঘৰ বনালে

(খ) ৰাস্তা বনালে

(গ) দলং বনালে

উত্তৰঃ (গ) দলং বনালে।

২০। আয়তন হিচাপে মাটিত কিমান শতাংশ মণিক থাকে ?

(ক) ৪৫ %

(খ) ৫ %

(গ) ২৫ %

উত্তৰঃ (ক) ৪৫ %।

Type By- Subhas nath

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop