🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

ফলাফল | AJB Class 6 Assamese Chapter 10 Short Question and Answer Assamese Medium |

১। এই পদ্যটোৰ ৰচক কোন?

ক) নৱকান্ত বৰুৱা

খ) লক্ষ্মীনাথ বেজবৰুৱা

গ) মিত্ৰদেৱ মহন্ত

উত্তৰঃ ক) নৱকান্ত বৰুৱা

২। এই পদ্যটিৰ ৰচকজনৰ কিমান চনত জন্ম হৈছিল?

ক) ১৯৯৯ চনত

খ) ১৯২৬ চনত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ১৯২৬ চনত।

৩। এই পদ্যটিৰ ৰচকজন ক’ত জন্ম হৈছিল?

ক) গুৱাহাটীত

খ) যোৰহাটত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) গুৱাহাটীত

৪। ক্ৰুদ্ধ শব্দৰ অৰ্থ কি?

ক) প্ৰৱল

খ) শেষ

গ) খং

উত্তৰঃ গ) খং।

৫। ভীষণ শব্দৰ অৰ্থ কি?

ক) প্ৰৱল

খ) খং

গ) শেষ

উত্তৰঃ ক) প্ৰৱল

৬। খতম শব্দৰ অৰ্থ কি?

ক) খং

খ) শেষ

গ) প্ৰৱল

উত্তৰঃ খ) শেষ।

৭। অজগৰৰ নেজৰ কোবত উভালি পৰা বনজোপাৰ নাম কি?

ক) ববছা বন

খ) লাজুকী বন

গ) দুবৰী বন

উত্তৰঃ ক) ববছা বন।

৮। ‘শিয়ালী পালেগৈ ৰতনপুৰ’ নামৰ শিশু উপন্যাসখনৰ ৰচক কোন?

ক) লক্ষ্মীনাথ বেজবৰুৱা

খ) নৱকান্ত বৰুৱা

গ) মিত্ৰদেৱ মহন্ত

উত্তৰঃ খ) নৱকান্ত বৰুৱা।

৯। তেখেতে গুৱাহাটীত জন্ম হ’লেও ক’ত ডাঙৰ-দীঘল হৈছিল?

ক) ডিব্ৰুগড়ত

খ) যোৰহাটত

গ) নগাঁৱত

উত্তৰঃ গ) নগাঁৱত।

১০। ‘ওমলা পুথি’ নামৰ শিশু উপন্যাসখনৰ ৰচক কোন?

ক) নৱকান্ত বৰুৱা

খ) মিত্ৰদেৱ মহন্ত

গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ ক) নৱকান্ত বৰুৱা।

১১। অজগৰ দুটাৰ কাজিয়াৰ চিন হিচাপে কি ৰ’ল ?

ক) চকু দুটা

খ) নেজ দুডাল

গ) ববছাজোপা

উত্তৰঃ গ) ববছাজোপা।

১২। নৱকান্ত বৰুৱায়ে কোন  বিদ্য়ালয়ৰ পৰা এম.এ ডিগ্ৰী লাভ কৰে ? 

ক) গুৱাহাটীৰ বিশ্ববিদ্য়ালৰ পৰা

খ) আলিগড় মুছলিম বিশ্ববিদ্য়ালয়ৰ পৰা

গ) মহাবিদ্য়ালয়ৰ পৰা

উত্তৰঃ খ) আলিগড় মুছলিম বিশ্ববিদ্য়ালয়ৰ পৰা।

১৩। ‘সপোন ককা’ তেখেতৰ কি ?

ক) উপন্য়াস

খ) সাহিত্য়

গ) গ্ৰন্থ

উত্তৰঃ খ) সাহিত্য়।

১৪। ‘মনত পৰা শব্দ’ তেখেতৰ কি ?

ক) গ্ৰন্থ

খ) উপন্য়াস

গ) সাহিত্য়

উত্তৰঃ খ) উপন্য়াস।

১৫। ভীষণ শব্দৰ অৰ্থ কি ?

ক) খং

খ) বিৰাট

গ) শেষ

উত্তৰঃ খ) বিৰাট।

১৬। মিছা শব্দৰ বিপৰীত শব্দ কি ?

ক) জয়

খ) সঁচা

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) সঁচা।

১৭। শেষ শব্দৰ বিপৰীত শব্দ কি ?

ক) আৰম্ভ

খ) সমাপ্ত

গ) ওপৰৰ দুয়োটা

উত্তৰঃ ক) আৰম্ভ।

১৮। ‘কিশোৰ ৰামায়ণ’ তেখেতৰ কি হয় ?

ক) উপনিষদ

খ) সাহিত্য়

গ) গ্ৰন্থ

উত্তৰঃ ক) উপনিষদ।

১৯। চকুৰ সমাৰ্থক শব্দ হ’ল—-

ক) নয়ন

খ) নেত্ৰ

গ) ওপৰৰ দুয়োটা

উত্তৰঃ গ) ওপৰৰ দুয়োটা।

২০। নৱকান্ত বৰুৱাৰ জন্ম মাহ কি ?

ক) ডিচেম্বৰ

খ) মাৰ্চ

গ) এপ্ৰিল

উত্তৰঃ ক) ডিচেম্বৰ।

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop