Chapter: 7
ভক্তি আৰু চুফী পৰম্পৰা, ধাৰ্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধৰ্মীয় গ্ৰন্থ, (Bhakti and Sufi Tradition, Change in Religious Beliefs and Devotional Text, Century 8th to 18th Century)
প্ৰশ্নাৱলী
◻️ চমুপ্ৰশ্ন
১। সম্প্রদায়সমূহৰ সমন্বয়ৰ যােগেদি ইতিহাসবিদসকলে কি অর্থ প্রকাশ কৰিছে উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ
২। মছজিদ স্থাপত্যকলাত বিশ্বজনীন আৰু স্থানীয় পৰম্পৰাৰ কিমানদূৰ সংমিশ্রণ ঘটা বুলি তুমি ভাবা?
উত্তৰঃ
৩। বে-চাৰিয়া আৰু বা-চাৰিয়া চুফী পৰম্পৰাৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ কি কি আছিল?
উত্তৰঃ
৪। আলবাৰ, নয়নাৰ আৰু বীৰ শৈৱসকলৰ জাতি ব্যৱস্থা সম্পর্কে ধাৰণা কেনে আছিল আলােচনা কৰা।
উত্তৰঃ
৫। কবীৰৰ মুখ্য উপদেশসমূহ ব্যাখ্যা কৰা।
উত্তৰঃ
৬। গুৰুনানক কোন আছিল? তেওঁৰ ধর্মমতৰ বর্ণনা দিয়া
উত্তৰঃ
৭। প্ৰাৰম্ভিক ভক্তি পৰম্পৰাৰ বৈশিষ্ট্যসমূহ কি আছিল?
উত্তৰঃ
৮। ইছলাম ধৰ্মৰ পাঁচটা মূলনীতি উল্লেখ কৰা।
উত্তৰঃ
৯। চুফী আৰু ভক্তি পৰম্পৰাৰ সাদৃশ্যসমূহ উল্লেখ কৰা।
উত্তৰঃ
১০। ভক্তি আৰু চুফী পৰম্পৰাত আঞ্চলিক ভাষাসমূহ প্রয়ােগ কৰাৰ কাৰণ কি বুলি ভাবা?
উত্তৰঃ
১১। খানকাহৰ এটি বিৱৰণ দিয়া?
উত্তৰঃ
১২। কর্ণাটকত নতুন ধর্ম আন্দোলনৰ নেতৃত্ব কোনে দিছিল।
উত্তৰঃ
১৩। শংকৰদেৱ কোন?
উত্তৰঃ
১৪। কবীৰৰ অনুগামীসকলক কি বুলি জনা যায়?
উত্তৰঃ
◻️অতি চমু উত্তৰ দিয়া।
১। তান্ত্রিক ধর্ম মানে কি?
উত্তৰঃ
২। যােগীসকল কোন আছিল?
উত্তৰঃ
৩। নয়নাৰপন্থীসকলে কিয় জৈন আৰু বৌদ্ধসকলৰ বিৰােধিতা কৰিছিল?
উত্তৰঃ
৪। ‘জিম্মি’ মানে তুমি কি বুজা?
উত্তৰঃ
৫। জিয়াৰৰ পৰম্পৰাক কিয় উচ্চ বুলি কোৱা হয়?
উত্তৰঃ
৬। দুজন বিখ্যাত চুফী সন্তৰ নাম লিখা।
উত্তৰঃ
৭। মচনৱী মানে কি?
উত্তৰঃ
৮। কবীৰৰ উল্টাবাসী ৰচনাসমূহ কি আছিল?
উত্তৰঃ
৯। মীৰাবাঈ কোন আছিল?
উত্তৰঃ
১০। “ছাখা’ মানে কি?
উত্তৰঃ
◻️ ৰচনাধৰ্মী প্ৰশ্নঃ
১। চুফী পৰম্পৰাৰ বিকাশ সম্পর্কে বিস্তৃতভাৱে আলােচনা কৰা আৰু খানকাহ আৰু ছিলছিলাৰ বিষয়ে কি জানা লিখা।
উত্তৰঃ
২। চুফী সন্ত আৰু ৰাজ্যৰ মাজত সম্পর্ক আলােচনা কৰা।
উত্তৰঃ
৩। ভক্তি পৰম্পৰাৰ বিকাশ সম্পর্কে এটি টোকা প্রস্তুত কৰা।
উত্তৰঃ
৪। ভক্তি পৰম্পৰাৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ
৫। ভক্তি পৰম্পৰাৰ কেইজনমান বিখ্যাত সন্তৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ
৬। চুলতান আৰু চুফীসকলৰ মাজত বিৰােধ আছিলনে?
উত্তৰঃ
৭। খানকাহ কি? চিস্তি খানকাহত কেনেদৰে জীৱন কটোৱা হয় চমুকৈ লিখা।
উত্তৰঃ
৮। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ