BA 2nd Semester Assamese নিৰ্বাচিত অসমীয়া সাহিত্য়, ৰচনাআৰু ব্য়াকৰণ KKHSOU | Assamese নিৰ্বাচিত অসমীয়া সাহিত্য়, ৰচনাআৰু ব্য়াকৰণ Chapter 4 ইয়াত নদী আছিল Question & Answer |

ইয়াত নদী আছিল

অধ্য়ায়- ৪

ক) বস্তুধৰ্মী প্ৰশ্ন

প্ৰশ্ন ১ঃ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক—-

ক) জয়ন্তীয়ে প্ৰৱৰ্তন কৰা প্ৰগতিবাদী কবিতাৰ ধাৰাটো পৰৱৰ্তী কালৰ কোনখন কাকতত 

প্ৰণৱন্ত হৈ উঠিছিলগৈ ।

উত্তৰঃ

খ) সম্ৰাট  আৰু ৰাৱণ  কবিতা পুথি দুখন কোন চনত প্ৰকাশ হৈছিল ?

উত্তৰঃ

প্ৰশ্ন ২ঃ শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰক—

ক) নৱকান্ত বৰুৱাৰ মানস গুৰু হল ………………………….।

খ) ‘ইয়াত নদী আছিল’ কবিতাটি আধুনিক সভ্য়তাই সৃষ্টি কৰা অৱক্ষয় আৰু মানৱীয় 

প্ৰমূল্য়সমূহৰ ……………………এক কৰুণ ছবি লক্ষ্য় কৰা যায় ।

খ) চুটি প্ৰশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ আধুনিক অসমীয়া কবিতাত নৱকান্ত বৰুৱাৰ স্থান নিৰ্ণয় কৰি এটি চমু নিবন্ধ যুগুত 

কৰক।

উত্তৰঃ

প্ৰশ্ন ২ঃ প্ৰসংগ সংগতি দৰ্শাই ব্য়াখ্য়া কৰক—

                কেৱল ফুলিব সিজু, মাজনিশা তৰাৰ পোহৰে 

                ৰেণু তাৰ বালিদাঁহী সাপক বিলাব। দূবৰি ধৰিব ছাটি

                কাঁইটীয়া বনে।

উত্তৰঃ

গ) ৰচনাধৰ্মী প্ৰশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ নৱকান্ত বৰুৱাৰ ‘ইয়াত নদী আছিল’ কবিতাটিৰ বিষ্য়বস্তুৰ আভাস দি ইয়াত আধুনিকতাৰ কোনবোৰ বৈশিষ্ট্য় প্ৰতিফলিত হৈছে যথোপযুক্ত উদাহৰণ দাঙি ধৰি বিচাৰ কৰক।

উত্তৰঃ

প্ৰশ্ন ২ঃ ‘ইয়াত নদী আছিল’ কবিতাত পাশ্চাত্য় প্ৰভাৱৰ বিষয়ে আলোচনা কৰি কবিতাটিৰ কাব্য়িক সৌন্দৰ্য বিশ্লেষণ কৰক।

উত্তৰঃ

Type By- Janmoni Hazarika

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping