BA 2nd Semester Assamese নিৰ্বাচিত অসমীয়া সাহিত্য়, ৰচনা আৰু ব্য়াকৰণ KKHSOU | Assamese নিৰ্বাচিত অসমীয়া সাহিত্য়, ৰচনা আৰু ব্য়াকৰণ Chapter 3 মনোৰমা Question & Answer |

মনোৰমা

অধ্য়ায়- ৩

বস্তুধৰ্মী প্ৰশ্ন

প্ৰশ্ন ১ঃ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক—

ক) দেৱকান্ত বৰুৱা ৰাজনীতিৰ সৈতে জড়িত আছিলনে ?

উত্তৰঃ

খ) দেৱকান্ত বৰুৱাই কোন চনত গুৱাহাটী তেল শোধনাগাৰৰ অধ্যক্ষ হিচাপেও দায়িত্বভাৰ গ্ৰহণ কৰে।

উত্তৰঃ

গ) দেৱকান্ত বৰুৱাৰ পত্নীৰ নাম কি?

উত্তৰঃ

প্রশ্ন ২ : শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰক

ক) ১৯৫২ চনত দেৱকান্ত বৰুৱা লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হয়।

উত্তৰঃ

খ) দেৱকান্ত বৰুৱাৰ কবিতাত মূলতঃ ভগৱত প্ৰেমৰ চিত্ৰহে প্ৰতিফলিত হয়। 

উত্তৰঃ

গ) ‘মনোৰমা’ কবিতাটিৰ মাজত মূলতঃ পাৰ্থিৱ প্ৰেমৰ পৰাকাষ্ঠা প্ৰকাশ পাইছে।

উত্তৰঃ

খ) চুটি প্রশ্ন (১৫০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : দেৱকান্ত বৰুৱাৰ কাব্যকৃতি সম্পর্কে চমুকৈ লিখক।

উত্তৰঃ

প্রশ্ন ২ : ‘মনোৰমা’ কবিতাত প্ৰতিফলিত দেহজ প্ৰেমৰ বৰ্ণনা আপোনাৰ ভাষাৰে দাঙি ধৰক ।

উত্তৰঃ

প্রশ্ন ৩ : প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰক –

(ক) ক’লা চুলিটাৰি, কোনে সানি দিলে

                    আঁউসী নিশাৰ সুষমা তাত?

    কেতিয়া শিকালে কপৌৱেনো তাৰ

                    মন কিবা কৰা উৰুঙা মাত?

উত্তৰঃ

(খ)  নিপোটল বুকু, লাটুমণি ওঁঠ, 

                    দুয়ো পাৰি দাঁত ডালিম-গুটি,

       মৰুময় মোৰ পৃথিৱীত সখী,

                    তুমি কবিতাৰ একেটি সুঁতি।

উত্তৰঃ

গ) ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : দেৱকান্ত বৰুৱাক কিয় ‘যুগসন্ধিৰ কবি’ আখ্যা দিয়া হয় ? ‘মনোৰমা’ কবিতাৰ আধাৰত সেই কথা বহলাই ব্যাখ্যা কৰক ।

উত্তৰঃ

প্রশ্ন ২ : ‘মনোৰমা’ কবিতাৰ বিষয়বস্তুৰ আভাস দাঙি ধৰি কবিতাটিৰ কাব্যিক সৌন্দৰ্য ফঁহিয়াই দেখুৱাওক।

উত্তৰঃ

প্রশ্ন ৩ : ‘মনোমা’কবিতাত অসমীয়া লোকজীৱনৰ চিত্ৰ কেনেদৰে প্ৰতিভাত হৈছে বিচাৰ কৰক।

উত্তৰঃ

Type By- Janmoni Hazarilka

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop