BA 3rd Semester Assamese অসমীয়া কবিতা KKHSOU | Assamese অসমীয়া কবিতা Chapter 2  অসমীয়া লোকগীত -২ Question & Answer |

 অসমীয়া লোকগীত -২

অধ্য়ায়- ২

২.৮ আৰ্হি প্ৰশ্ন

বস্তুধৰ্মী প্ৰশ্ন

প্ৰশ্ন ১ঃ পাৰমাৰ্থিক বিষয়ক আৰু দেহবিচাৰৰ গীতসমূহে কোন ধৰ্মক প্ৰতিনিধিত্ব কৰে ?

উত্তৰঃ

প্ৰশ্ন ২ঃ পাৰমাৰ্থিক বিষয়ক আৰু দেহবিচাৰৰ গীসমূহত কি সুৰৰ প্ৰভাৱ আছে বুলি বিষ্ণুপ্ৰসাদ ৰাভাই কৈ গৈছে ?

উত্তৰঃ 

প্ৰশ্ন ৩ঃ আজান ফকীৰ কোন আছিল ?

উত্তৰঃ

প্ৰশ্ন ৪ঃ ইছলাম ধৰ্মৰ মূল ভিত্তি কেইটা কি কি ?

উত্তৰঃ 

চুটি প্ৰশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ ‘পাৰমাৰ্থিক বিষয়ক আৰু দেহবিচাৰৰ গীতসমূহ’ ৰূপকধৰ্মী—-যুক্তি আগবঢ়াওক।

উত্তৰঃ

প্ৰশ্ন ২ঃ ‘জিকিৰ’ আৰু ‘কালিমা’ মানে কি ? আলোচনা কৰক।

উত্তৰঃ

প্ৰশ্ন ৩ঃ প্ৰসংগ সংগতি দৰ্শাই ব্য়াখ্য়া কৰক—-

(ক)    ৰুৱা দিলা শাৰী শাৰী মাৰলিৰ ফুটা।

          সেটু ঘৰত লাগি থলাক একেজুৰি খুটা।।

          ৰুৱা দিলা শাৰী শাৰী কামী দিলা পাৰি।

          সেটু ঘৰ চেই থলাক একে বেটা কৰি।।

উত্তৰঃ

(খ)     পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত।

            খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।।

উত্তৰঃ

ৰচনাধৰ্মী প্ৰশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্ৰশ্ন ১ঃ ‘প্ৰাণ গোপাল, গোপাল তই পাতিলি’ লোকগীতটিৰ আধাৰত মূলভাৱ বৰ্ণনা কৰক।

উত্তৰঃ

প্ৰশ্ন ২ঃ ‘প্ৰাণ গোপাল, গোপাল তই পাতিলি’ লোকগীতটিৰ আধাৰত এই ধাৰাৰ গীতৰ তাত্ত্বিক বা দাৰ্শনিক দিশ সম্পৰ্কে বহলাই আলোচনা কৰক।

উত্তৰঃ

প্ৰশ্ন ৩ঃ ‘ৰহমৰ গিৰিহত তুলি আল্লা চাহাৰ ঐ/ যদি কৰা দৰীয়াৰ পাৰ’ জিকিৰটিৰ মূলভাৱ বৰ্ণনা কৰক।

উত্তৰঃ

প্ৰশ্ন ৪ঃ ‘ৰহমৰ গিৰিহত তুমি আল্লা চাহাব ঐ/ যদি কৰা দৰীয়াৰ পাৰ’ জিকিৰটিৰ বিষয়ে এটি টোকা লিখক।

উত্তৰঃ

Question Type By- Janmoni Hazarika

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop