Class 11 Education Book Chapter 1 Short Question Answer | শিক্ষাৰ ধাৰণা আৰু লক্ষ্য় | চমু প্ৰশ্ন উত্তৰ |

Chapter 1

শিক্ষাৰ ধাৰণা আৰু লক্ষ্য

চমু প্ৰশ্ন উত্তৰঃ

১) শিক্ষাৰ লগত দৰ্শনৰ কেনেকুৱা সম্বন্ধ আছে?

উত্তৰঃ ওতঃপ্ৰোত সম্বন্ধ আছে।

২) সাধাৰণ দৰ্শন মানে কি বুজায়?

উত্তৰঃ চকুৰে দেখা বুজায়।

৩) শিক্ষা ‘শব্দটো লেটিন শব্দ কি উৎপত্তি হোৱা বুলি ক’ব পাৰি?

উত্তৰঃ E আৰু ‘Duco’ ৰ পৰা উৎপত্তি হোৱা বুলি ক’ব পাৰি।

৪) সংকীৰ্ণ অৰ্থত শিক্ষা কি প্ৰত্ৰুিয়া?

উত্তৰঃ সুপৰিকল্পিক আৰু সুসংগঠিত প্ৰত্ৰুিয়া।

৫) ছাত্ৰ-ছাত্ৰীসকলক কি মাধ্যমেৰে নম্বৰ বা গেড দিয়া হয়।

উত্তৰঃ পৰীক্ষা মাধ্যমেৰে।

৬) বহল অৰ্থত শিক্ষা কি প্ৰত্ৰুিয়া?

উত্তৰঃ সামাজিক প্ৰত্ৰুিয়া।

৭) শিক্ষাই কি সৃষ্টি কৰে।

উত্তৰঃ সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰে।

৮) প্ৰত্যেক ব্যত্তিয়ে নিজৰ জীৱনৰ পৰা কি আহৰণ কৰে?

উত্তৰঃ শিক্ষা আহৰণ কৰে।

১০) জন্মৰ পৰা মৃত্যুলৈ কি মানুহৰ জীৱনত অবিৰতভাৱে চলি থাকে?

উত্তৰঃ শিক্ষা

১১) অনুষ্ঠানিক শিক্ষা আনুষ্ঠানিক শিক্ষাতকৈ কি পৰিসৰ?

উত্তৰঃ বহল পৰিসৰ।

১২) অনুষ্ঠানিক শিক্ষা কি নহয়?

উত্তৰঃ পূৰ্বপৰিকল্পিত নহয়।

১৩) অনুষ্ঠানিক শিক্ষাৰ শেষত কি দিয়া নহয়?

উত্তৰঃ ডিগ্ৰী, ডিপ্ল’মা বা চাটিকেট ।

১৪) শৈক্ষিক কাৰ্যসূচীৰ কিহৰ দ্বাৰা হ’ব পাৰে?

উত্তৰঃ উপকৃত হ’ব পাৰে।

১৫) লক্ষ্য কি?

উত্তৰঃ তাৎপৰ্যপূৰ্ণ শব্দ।

১৬) শিক্ষাৰ কি লক্ষ্য নিৰ্ধাৰণ কৰি উলিওৱা হ’য়?

উত্তৰঃ সৰ্বসন্মান।

১৭) অনুতানুগতিক শিক্ষাৰ ক’ত থকা দেখা যায়?

উত্তৰঃ সমাজত দেখা যায়।

১৮) দৰ্শনে কি কৰে?

উত্তৰঃ শিক্ষাৰ লক্ষ্য নিৰূপণ কৰে।

১৯) শিক্ষা আৰু অৰ্থনৈতিক কি ভাৱে জড়িত?

উত্তৰঃ গভীৰভাৱে জড়িত।

২০) বৃত্তিমুখী লক্ষ্যই এজন মানুহৰ কি কৰি তোলে?

উত্তৰঃ স্বাৱলম্বী

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop