Class 11 Education Book Chapter 3 Short Question Answer | বিদ্যালয় আৰু ইয়াৰ সংগঠন | চমু প্ৰশ্ন উত্তৰ |

Chapter 3

বিদ্যালয় আৰু ইয়াৰ সংগঠন

চমু প্ৰশ্ন উত্তৰঃ

১। স্কুল কি?

উত্তৰঃ অধুনিক শিক্ষাৰ প্ৰধান উপাদান।.

২। কিহৰ জৰিয়তে জ্ঞান প্ৰদান কৰিব পাৰি?

উত্তৰঃ স্কুলৰ জাৰিয়তে।

৩। স্কুলীয়া শিক্ষা প্ৰধানকৈ কেইটা স্তৰত বিভক্ত?

 উত্তৰঃ চাৰিটা স্তৰত বিভক্ত।

৪। কম্পিউটাৰৰ মূল অংশ কেইটা?

উত্তৰঃ ৫ টা।

৫। ইন্টাৰনেট কি?

উত্তৰঃ নেটৱৰ্ক।

৬। E-Mail ৰূপটো কি?

উত্তৰঃ Electronic।

৭। চি ডি সম্পূৰ্ণ ৰূপটো কি?

উত্তৰঃ কম্পেক্ট।

৮। শিক্ষাত প্ৰযুক্তিবিদ্যাৰ প্ৰধান ভূমিকা কি?

উত্তৰঃ গুণগত মান উন্নত আৰু সুগম কৰি তোলে।

৯। কম্পিউটাৰৰ কি গুৰুত্ব যথেষ্ট?

উত্তৰঃ শৈক্ষিত।

১০। শিক্ষকৰ বৃত্তিটোৰ প্ৰতি কি থকাৰ দৰকাৰ?

উত্তৰঃ শ্ৰদ্ধা।

১১। এজন শিক্ষক ছাত্ৰ-ছাত্ৰীৰ বাবে কি হ’ব পাৰে?

উত্তৰঃ অভিপ্ৰেৰক হ’ব পাৰে।

১২। ছাত্ৰ-ছাত্ৰীৰসকলে কিহৰ প্ৰতিষ্ঠানৰ বাবে গুৰুত্বপূৰ্ণ অংগ?

উত্তৰঃ বিদ্যালয়ৰ।

১৩। পাঠ্যত্ৰুম কেইপ্ৰকাৰৰ?

উত্তৰঃ ছয় প্ৰকাৰৰ।

১৪। পৰম্পৰাগত অৰ্থ কি?

উত্তৰঃ বিষয়কেন্দ্ৰিক পাঠ্যত্ৰুম।

১৫। বৰ্তমান প্ৰচলিত কি অনমনীয়?

উত্তৰঃ পাঠ্যত্ৰুম।

১৬। সৰু সৰু ল’ৰা-ছোৱালীক কি দিয়া উচিত?

উত্তৰঃ নাগৰিকত্বৰ।

১৭। শিশুৰ কি বিকাশৰ কাৰণে সহপাঠ্যত্ৰুম কাৰ্যসূচী অৱশ্যকীয়?

উত্তৰঃ সৰ্বাত্মক।

১৮। মানৱ সম্পদ উন্নয়নৰ দপ্তৰৰ মন্ত্ৰী কোন?

উত্তৰঃ সভাপতি।

১৯। NCERT ৰ কামসমূহৰ বহল ভিত্তিক কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ তিনিটা।

২০। অসমৰ SCERT ৰ অধীনত কেইটা ভাগ আছে?

উত্তৰঃ চাৰিটা।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping