Class 11 Political Science Book Chapter 8 Short Answer | HS 1st Year Political Science Book ধৰ্মনিৰপেক্ষতাবাদ Chapter 8 Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

অষ্টম অধ্যায়

ধৰ্মনিৰপেক্ষতাবাদ

চমু প্ৰশ্ন উত্তৰঃ

১) ধৰ্মনিৰপেক্ষতাবাদৰ প্ৰধানকৈ কেইটা অৰ্থ আছে?

উত্তৰঃ ধৰ্মনিৰপেক্ষতাবাদৰ প্ৰধানকৈ দুটা অৰ্থ আছে।

২) ইন্দিৰা গান্ধীৰ মৃত্য়ু কেতিয়া হৈছিল?

উত্তৰঃ ইন্দিৰা গান্ধীৰ মৃত্য়ু ১৯৪৮ চনৰ ৩১ অক্টোবৰত হৈছিল।

৩) ধৰ্মনিৰপেক্ষতাবাদৰ এটা গুৰুত্বপূৰ্ণ দিশ লিখা।

উত্তৰঃ অন্তঃধৰ্মীয় অৱদমন দূৰ কৰা।

৪) ধৰ্মনিৰপেক্ষতাবাদৰ পশ্চিমীয়া আৰ্হিটোৰ মূল আধাৰ কি?

উত্তৰঃ মাৰ্কিন যুক্তৰাষ্ট্ৰ।

৫) নাগৰিকত্ব কি?

উত্তৰঃ নাগৰিকত্ব হ’ল কোনো এখন দেশৰ জনসাধাৰণৰ ৰাজনৈতিক পৰিচয়।

৬) ভাৰতীয় দুয়োখন মহাকাব্য় “ৰামায়ণ” আৰু “মহাভাৰত”ৰ মূল প্ৰতিপাদ্য় বিষয় কি?

উত্তৰঃ ধৰ্ম।

৭) সংবিধানে ধৰ্মীয় অধিকাৰক কি বুলি ঘোষণা কৰিছে?

উত্তৰঃ সংবিধানে ধৰ্মীয় অধিকাৰক মৌলিক অ থিকাৰ বুলি ঘোষণা কৰিছে।

৮) শংকৰ-আজানৰ দেশ বুলি কাক কোৱা হয়?

উত্তৰঃ অসমক শংকৰ-আজানৰ দেশ বুলি কোৱা হয়।

৯) ভাৰতৰ সংবিধানে প্ৰদান কৰা মৌলিক অধিকাৰসমূহৰ ভিতৰত অন্য়তম অধিকাৰটো কি?

উত্তৰঃ সমতাৰ অধিকাৰ।

১০) প্ৰথম বিশ্বযুদ্ধৰ পাছত ক্ষমতাত অধিষ্ঠিত হোৱা মুস্তাফা কামাল পাছাই তুৰ্কিক কি কৰিবৰ কাৰণে সংকল্প লৈছিল?

উত্তৰঃ তুৰ্কীক এখন আধুনিক ৰাজ্য় হিচাবে প্ৰতিষ্ঠা কৰাৰ সংকল্প ললে।

১১) জৱাহৰলাল নেহৰুৰ মতে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ অৰ্থ কি নহয়?

উত্তৰঃ ধৰ্মীয় চিন্তা-চেতনাক নিৰুৎসাহিত কৰা নহয়।

১২) ভাৰতবৰ্ষই গ্ৰহণ কৰা ধৰ্মনিৰপেক্ষতাবাদৰ ধাৰণা কাৰ স’তে যুক্ত হৈ আছে?

উত্তৰঃ ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ স’তে যুক্ত হৈ আছে।

১৩) ধৰ্মনিৰপেক্ষতাবাদৰ অৰ্থ কি?

উত্তৰঃ ধৰ্মনিৰপেক্ষতাবাদৰ অৰ্থ হ’ল এনেকুৱা এখন ৰাষ্ট্ৰ যি সকলো ধৰ্মকে সমভাবে সন্মান কৰে, প্ৰত্য়েক ধৰ্মকে সম সুবিধা প্ৰদানৰ পোষকতা কৰে। 

১৪) ধৰ্মতান্ত্ৰিক ৰাষ্ট্ৰ পৰিচালনাত ধৰ্মীয় পুৰোহিতসকলে কি কৰে?

উত্তৰঃ বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে।

১৫) ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ মূল কথা কি?

উত্তৰঃ ব্য়ক্তিক যিকোনো ধৰ্ম গ্ৰহণ, অনুশীলন আৰু প্ৰচাৰ তথ্য় প্ৰসাৰৰ অধিকাৰ প্ৰদান কৰা।

১৬) ধৰ্মীয় অধিকাৰৰ জড়িয়তে নাগৰিকসকলক কি প্ৰদান কৰিছে?

উত্তৰঃ ধৰ্মীয় অধিকাৰৰ জড়িয়তে নাগৰিকসকলক ধৰ্ম গ্ৰহণ, ধৰ্মীয় অনুষ্ঠান পালন আৰু ধৰ্মৰ প্ৰচাৰ তথা প্ৰসাৰণৰ অধিকাৰ প্ৰদান কৰিছে।

১৭) “ৰাষ্ট্ৰ আৰু ধৰ্মৰ মাজত এখনি বৃহৎ প্ৰাচীন আছে” উক্তিটো কাৰ?

উত্তৰঃ “ৰাষ্ট্ৰ আৰু ধৰ্মৰ মাজত এখনি বৃহৎ প্ৰাচীন আছে” উক্তিটো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি থমাচ জেফাৰচনৰ।

১৮) ধৰ্মীয় বিশ্বাস আৰু ৰীতি-নীতিৰ মাজত সোমাই থকা কেইটামান কুসংস্কাৰৰ নাম লিখা।

উত্তৰঃ অস্পৃশ্য়তা, সতীদাহ প্ৰথা, বাল্য় বিবাহ, অসবৰ্ণ বিবাহ আদি।

১৯) কোনে ধৰ্মীয় পৰিচয়ৰ ভিত্তিত গঢ়ি উঠা বৈষম্য় আৰু নিপীড়নৰ বিৰোধিতা কৰে?

উত্তৰঃ ধৰ্মনিৰপেক্ষতাবাদে।

২০) AUDF ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ AUDF ৰ সম্পূৰ্ণ ৰূপটো হ’ল Assam united Democratic Front 

২১) ধৰ্মৰ দোহাই দি কৰিব পাৰি?

উত্তৰঃ ধৰ্মৰ দোহাই দি পুৰুষ আৰু মহিলাৰ মাজত বৈষম্য় দূৰ কৰিব পাৰি।

২২) সাৰ্বজনীন নাগৰিকত্ব কোনে প্ৰদান কৰিছে?

উত্তৰঃ সাৰ্বজনীন নাগৰিকত্ব ভাৰতৰ সংবিধানে প্ৰদান কৰিছে।

২৩) ভাৰতবৰ্ষত থকা সংখ্য়ালঘু ধৰ্ম কেইটাৰ নাম লিখা।

উত্তৰঃ ভাৰতবৰ্ষত থকা সংখ্য়ালঘু ধৰ্ম কেইটাৰ নাম হ’ল- হিন্দু, ইছলাম, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু জৈন ধৰ্ম।

২৪) ভাৰতীয় ধৰ্মৱিৰপেক্ষতাবাদে কাৰ অধিকাৰৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছে?

উত্তৰঃ ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদে সংখ্য়ালঘুসকলৰ অধিকাৰৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছে।

২৫) “সবধৰ্ম সমভাব”- ইয়াৰ অৰ্থ কি?

উত্তৰঃ “সবধৰ্ম সমভাব”- ইয়াৰ অৰ্থ হৈছে সকলো ধৰ্মৰে প্ৰতি সম মৰ্যাদা পোষণ কৰা।

২৬) গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কাক কোৱা হয়?

উত্তৰঃ  যদি কোনো নিৰ্দিষ্ট ধৰ্মক ৰাজ্যৰ ধৰ্ম হিচাপে গ্ৰহণ কৰা হয় আৰু চৰকাৰৰ শাসন সেই নিৰ্দিষ্ট ধৰ্মৰ নীতি আৰু আচৰণৰ দ্বাৰা পৰিচালিত হয়, তেন্তে তেনে ৰাজ্যক ধৰ্মতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হয়।

২৭) ২০০২ চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত গুজৰাটত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত কি হৈছিল?

উত্তৰঃ প্ৰায় দুহেজাৰ মুছলিম লোকে প্ৰাণ হেৰুৱালে।

২৮) প্ৰতিখন সমাজতে ধৰ্মৰ শিপা কেনেকুৱা?

উত্তৰঃ প্ৰতিখন সমাজতে ধৰ্মৰ শিপা অত্য়ন্ত শক্তিশালী।

২৯) ধৰ্মবিৰোধী ৰাষ্ট্ৰই কাক নাকচ কৰে?

উত্তৰঃ ধৰ্মবিৰোধী ৰাষ্ট্ৰই ধৰ্মৰ ধাৰণাটোক নাকচ কৰে।

৩০) ধৰ্মৰ নামত কৰা ৰাজনীতিয়ে ক’ত অৰিহণা যোগায়?

উত্তৰঃ ধৰ্মৰ নামত কৰা ৰাজনীতিয়ে সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টিত অৰিহণা যোগাইছে।

৩১) পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাবাদৰ ক্ষেত্ৰভ ৰাষ্ট্ৰই ধৰ্মক্ষেত্ৰত কি নকৰে?

উত্তৰঃ কোনো ধৰণৰ হস্তক্ষেপ নকৰে।

৩২) কোনো লোকে ধৰ্মৰ দোহাই দি অস্পৃশ্য়তাৰ নীতি অনুশীলন কৰিলে তাৰ বিৰুদ্ধে ৰাষ্ট্ৰই কি কৰিব পাৰে?

উত্তৰঃ বিধিগত ব্য়ৱস্থা গ্ৰহণ কৰিব পাৰে।

৩৩) অশমীয়া জনজীৱনত শংকৰদেৱৰ প্ৰভাৱ কেনেকুৱা?

উত্তৰঃ অসমীয়া জনজীৱনত শংকৰদেৱৰ প্ৰভাৱ অত্য়ন্ত শক্তিশালী।

৩৪) ধৰ্ম নিৰপেক্ষ সমাজৰ এটা মূল বৈশিষ্ট্য় লিখা।

উত্তৰঃ ধৰ্ম নিৰপেক্ষ সমজাৰ এটা মূল বৈশিষ্ট্য় হ’ল- এটা ধৰ্মই আন কোনো ধৰ্মৰ ওপৰত চলোৱা দমন-অৱদমনৰ অৱসান ঘটোৱা।

৩৫) সমতাৰ অধিকাৰৰ জড়িয়তে কি কৰা হৈছে?

উত্তৰঃ সমতাৰ অধিকাৰৰ জড়িয়তে জাতি, ধৰ্ম, বৰ্ম অথবা লিংগ নিৰ্বিশেষে সকলোকে আইনৰ চকুত সমান আৰু আইনৰ দ্বাৰা সম-সুৰক্ষা লাভ কৰিব বুলি ঘোষণা কৰিছে।

৩৬) ধৰ্মনিৰপেক্ষতাবাদৰ প্ৰধান দুটা অৰ্থ লিখা।

উত্তৰঃ  (ক) ৰাষ্ট্ৰ আৰু ধৰ্মৰ কৰ্মক্ষেত্ৰ পৃথক বুলি স্বীকাৰ কৰি লোৱা আৰু (খ) ৰাষ্ট্ৰই সকলো ধৰ্মৰ প্ৰতি সংভাৱ পোষণ কৰা।

৩৭) ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদ সম্পৰ্কে আগবঢ়োৱা অভিযোগ দুটা লিখা।

উত্তৰঃ ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদ সম্পৰ্কে আগবঢ়োৱা দুটা অভিযোগ হ’ল ই ধৰ্মবিৰোধী আৰু ধৰ্মীয় পৰিচয়ৰ প্ৰতি এক ভাবুকি।

৩৮) বৃহত্তৰ জনগণৰ এটা প্ৰৱণতা লিখা।

উত্তৰঃ বিপদ-আপদত ভাগ্য়ক দোহাই দি সান্তনা লাভ কৰা।

৩৯) ইন্দিৰা গান্ধীৰ মৃত্য়ু কেনেকৈ হৈছিল?

উত্তৰঃ ইন্দিৰা গান্ধী তেওঁৰেই দুজন নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছিল।

৪০) হাজোক কিহৰ উদাহৰণ বুলি কোৱা হয়?

উত্তৰঃ হাজোক সাম্প্ৰদায়িক সম্প্ৰীতিৰ উৎকৃষ্ট উদাহৰণ বুলি কোৱা হয়।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping