Class 12 Anthropology (AHSEC) Chapter 3 Question and Answer | অধ্যায় ৩ | বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ত্ব | প্ৰশ্ন আৰু উত্তৰ |

 Chapter 3

বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ত্ব

অনুশীলনীঃ

1. উত্তৰ-পূৰ্ব ভাৰতৰ এটি পশুপালক জনজাতিৰ নাম লিখা।

উত্তৰঃ 

2. উত্তৰ-পূৰ্ব ভাৰতৰ এটি বেদিকা কৃষক সম্প্ৰদায়ৰ নাম উল্লেখ কৰা।

উত্তৰঃ 

3. খনিত্ৰ কি কৃষিকাৰ্যত ব্যৱহাৰ কৰা ব্যৱহাৰ কৰা হয়?

উত্তৰঃ 

4. আদিম অৰ্থনীতি মানে কি? আদিম অৰ্থনীতিক কিয় প্ৰায়ে ‘উৎপাদন ব্যৱহাৰমূলক অৰ্থনীতি’বুলি কোৱা হয়?

উত্তৰঃ

5. আদিম অৰ্থনৈতিক সংগঠন মানে কি? ইয়াৰ মুখ্য বৈশিষ্ট্যহোৰ লিখা।

উত্তৰঃ

6. অন্বেষণ জীৱিকা বুলিলে কি বুজা? অন্বেষণ জীৱিকাৰ মুখ্য বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ

7. ‘উৎপাদন জীৱিকা অন্বেষণ জীৱিকাতকৈ শ্ৰেয়’। আলোচনা কৰা ৷

উত্তৰঃ

৪. নীলগিৰি পাহাৰৰ টোডাসকলৰ মুখ্য জীৱিকা কি?

উত্তৰঃ 

9. অসমৰ গ্ৰামাঞ্চলৰ লোকসকলে মাছ মাৰিবলৈ অবলম্বন কৰা বিভিন্ন পদ্ধতিসমূহ লিখা ৷

উত্তৰঃ

10. স্থানান্তৰিত কৃষি মানে কি? ইয়াৰ সুফল আৰু কুফল আলোচনা কৰা।

উত্তৰঃ

11. অসমৰ গ্ৰামাঞ্চলৰ কৃষকসকলে ব্যৱহাৰ কৰা কৃষি-সঁজুলিবোৰৰ নাম লি ব্যৱহাৰ উল্লেখ কৰা।

উত্তৰঃ

12. অন্বেষণ জীৱিকাৰ বিভিন্ন প্ৰকাৰসমূহ কি কি?

উত্তৰঃ 

 13. উত্তৰ-পূৱ ভাৰতৰ চাৰিটা ঝুম কৃষক সম্প্ৰদায়ৰ নাম লিখা।

উত্তৰঃ 

 14. নাঙল কৃষিত ব্যৱহৃত ছয়বিধ কৃষি সঁজুলিৰ নাম লিখা।

উত্তৰঃ 

 15. পশুপালনৰ সুফলসমূহ লিখা।

উত্তৰঃ

16. কেতবোৰ সৰল সমাজত কোন পৰিস্থিতিত চিকাৰ জীৱিকা হিচাপে লব লগা হয়?

উত্তৰঃ

 17. খাপ খেতি কি? খাপ খেতি অবলম্বন কৰা এটি সম্প্ৰদায়ৰ নাম লিখা। 

উত্তৰঃ

18. অন্বেষণ জীৱিকা আৰু উৎপাদন জীৱিকাৰ মাজত পাৰ্থক্য দেখুওৱা।

উত্তৰঃ

 19. ‘ভেশচন ধৰি চিকাৰ’ বুলিলে কি বুজা?

উত্তৰঃ

20. অসমৰ গ্ৰামাঞ্চলত ব্যৱহৃত ছয়বিধ মৎস্য চিকাৰ সঁজুলিৰ নাম লিখা।

উত্তৰঃ 

21. জীৱিকা প্ৰৱৰ্তন প্রণালী সম্পর্কে চমু আলোচনা কৰা।

উত্তৰঃ

22. সৰল অর্থনীতি বুলিলে কি বুজা? সৰল অৰ্থনীতিৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ 

23. ‘স্থানান্তৰিত কৃষিক স্থায়ী কৃষিৰে স্থলাভিষিক্ত কৰা উচিত’ – কাৰণ দৰ্শাই আলোচনা কৰা।

উত্তৰঃ

24. চমুটোকা লিখাঃ

 অর্থনৈতিক নৃতত্ত্ব,

উত্তৰঃ

বেদিকা কৃষি,

উত্তৰঃ

পোষণ জীৱিকা,

উত্তৰঃ 

ভেশচন চিকাৰ, 

উত্তৰঃ

খনিত্ৰ, 

উত্তৰঃ

সংগ্ৰহ জীৱিকা,

উত্তৰঃ

দলবদ্ধ চিকাৰ,

উত্তৰঃ

উদ্যান কৃষি, 

উত্তৰঃ

স্থানান্তৰিত কৃষি,

উত্তৰঃ

স্বয়ংক্রিয় মাছমৰা সঁজুলি।

উত্তৰঃ

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping