Class 12 Geography Question Answer Assamese Medium | Class 12 Geography Suggestion | Chapter 1 | অধ্যায় ১ | প্ৰকৃতি আৰু পৰিসৰ | প্ৰশ্ন উত্তৰ |

Chapter 1

প্ৰকৃতি আৰু পৰিসৰ

অনুশীলনীঃ

1. নিম্নলিখিত চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা।

(i) নিম্নলিখিত উক্তিসমুহৰ কোনটোৱে ভুগোলক বৰ্ণনা নকৰে:-

a) এক সন্মিলিত শিক্ষনীয় বিষয়,

b) মানুহ আৰু পৰিৱেশৰ মাজৰ আন্ত:সম্বন্ধৰ অধ্যয়ন,

c) দ্বৈতভাৱধাৰাত পৰাভুত, 

d) প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ বাবে বৰ্ত্তমান সময়ত প্ৰাসঙ্গিকতা নাই ।

উত্তৰঃ

(ii) নিম্নলিখিত কোনটো ভৌগলিক তথ্যৰ উৎস নহয়:

a) পৰিভ্ৰমণকাৰীৰ টোকা,    

b) পুৰনি মানচিত্ৰ,

c) চন্দৰ পৰা লোৱা শৈল পদাৰ্থৰ নমুনা,

d) পৌৰাণিক মহাকাব্য।

উত্তৰঃ

(iii)নিম্নলিখিত কোনটো, মানুহ আৰু পৰিৱেশৰ মাজত থকা আন্ম:প্ৰক্ৰিয়াৰ বাবে বহু প্ৰয়োজনিয় কাৰক:-

a) মানুহৰ বুদ্ধি,           b) মানব চেতনা,

c) প্ৰযুক্তি,                    d) মানুহৰ ভাতৃত্ববোধ।

উত্তৰঃ 

(iv) নিম্নলিখিত কোনটো মানৱ ভূগোলৰ বিচাৰপদ্ধতি নহয়ঃ-

a)  আঞ্চলিক বৈষম্য,       b) স্থানিক সংগঠন,

c)  পৰিমাপন বিপ্লব,        d) অন্বেষণ আৰু বৰ্ণনা।

উত্তৰঃ

2. নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ, 30টা মান শব্দেৰ লিখা।

(i) মানৱ ভূগোলৰ সংঞ্জা দিয়া।

উত্তৰঃ

(ii) মানৱ ভূগোলৰ কিছুমান উপক্ষেত্ৰৰ নাম লিখা।

উত্তৰঃ

(iii) মানৱ ভূগোল কেনেভাবে আন সমাজ বিজ্ঞানৰ লগত জড়িত?

উত্তৰঃ

3. নিম্নলিখিত প্ৰশ্নকোইটাৰ উত্তৰ-১৫০টা মান শব্দৰে লিখা।

(i) মানৱ প্ৰকৃত্যায়ন ব্যাখ্যা কৰা।

উত্তৰঃ

(ii) মানৱ ভূগোলৰ পৰিসৰৰ ওপৰত এটা টোকা লিখা।

উত্তৰঃ

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping