Class 12 Geography Question Answer Assamese Medium | Class 12 Geography Suggestion | Chapter 4 | অধ্যায় ৪ | মানৱ বিকাশ | প্ৰশ্ন উত্তৰ |

Chapter 4

মানৱ বিকাশ

অনুশীলনীঃ

1. নিম্নলিখিত চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাচি উলিওৱা।

(i) নিম্নলিখিত কোনটোৰ বিকাশৰ আটাইতকৈ ভাল বৰ্ণনা দিয়েঃ-

a) বৰ্দ্ধিত আকাৰে,           b) অবিৰত আকাৰে,

c) গুণগত ধনাত্মক পৰিবৰ্ত্তলে,  d) গুণগত সাধাৰন পৰিবৰ্ত্তনে।

উত্তৰঃ

(ii) নিম্নলিখিত বিদ্বান সকলৰ মাজৰ কোনজনে মানৱ বিকাশৰ ধাৰনাৰ পৰিচিতি দিছিলঃ-

(a) প্ৰোফেচৰ অমৰ্ত্য সেন; (b) এলেন চি চেম্পল;

(c) ডঃ মুহবুব-উল-হক; (d) ৰাটজেল।

উত্তৰঃ

(ii) নিম্নলিখি সমূহৰ মাজৰ কোনখন দেশ, উচ্চ মানব বিকাশ যুক্ত নহয়ঃ-

a) নৰৱে,                 b) জাপান,

c) আৰ্জেন্টিনা,       d) ইজিপ্ত

উত্তৰঃ

2. ৩০টা মান শব্দৰে নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ লিখা।

(i)মানৱ বিকাশৰ তিনিটা মৌলিক অঞ্চল কি কি?

উত্তৰঃ

(ii) মানৱ বিকাশৰ চাৰিটা মূখ্য উপাংশৰ নাম লিখা?

উত্তৰঃ 

(iii) মানৱ বিকাশৰ সূচকৰ আধাৰত দেশবোৰক কেনেদৰে বৰ্গীকৰন কৰা হয়?

উত্তৰঃ 

3. ১৫০টা শব্দৰ প্ৰয়োগ কৰি নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ লিখা।

(i) মানৱ বিকাশ সংজ্ঞাটোৰ দ্বাৰা কি বুজি পাইছা?

উত্তৰঃ

(ii) মানৱ বিকাশৰ ধাৰনাত অন্তৰ্গত হৈ থকা সমদৰ্শন আৰু ধাৰণক্ষমতাই কি বুজায়?

উত্তৰঃ

আঁচনি/কৰ্ম

(i) দহখন আটাইতকৈ বেছি দূনীৰ্তিগ্ৰস্ত দেশ আৰু দহখন কম দূনীৰ্তি থকা দেশৰ তালিকা প্ৰস্তুত কৰা। মানৱ বিকাশৰ সূচকত সেইবোৰৰ সাফল্যাংক তুলনা কৰা। তোমালোকে কি ধাৰণা কৰিব পাৰিলা?

(ii) তোমালোকে মানৱ বিকাশৰ ওপৰত যগুটোৱা আটাইতকৈ নতুন তথ্য সমূহৰ বিষয়ে আলোচনা কৰা।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping