Class 12 Geography Question Answer Assamese Medium | Class 12 Geography Suggestion | Chapter 7 | অধ্যায় ৭ | তৃতীয়ক আৰু চতুৰ্থ বৃত্তি | প্ৰশ্ন উত্তৰ |

Chapter 7

তৃতীয়ক আৰু চতুৰ্থ বৃত্তি

অনুশীলনীঃ

1. তলত দিয়া চাৰিটা বিকল্প সম্ভাব্য উত্তৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ-

(i) নিম্ন উল্লেখিত কোনটো তৃতীয়ক বৃত্তিৰ অন্তৰ্ভূক্ত?

a) কৃষিকাৰ্য,  b) ব্যৱসায়, 

c) কাপোৰ বোৱা,  d) চিকাৰ কৰা।

উত্তৰঃ

(ii) নিম্ন উল্লেখিত কোনটো দ্বিতীয়ক খণ্ডৰ বৃত্তি নহয়ঃ-

a) লো শোধন, b) মাছ ধৰা,

c) কাপোৰ চিলোৱা, d) পাছি-খৰাহী বনোৱা।

উত্তৰঃ

(iii) তলৰ কোনটো বৃত্তিয়ে দিল্লী, মুম্বাই, চেন্নাই আৰু কলকাতাৰ অধিক লোক নিয়োজিত কৰিছে?

a) প্ৰাথমিক,  b) তৃতীয়ক, 

c) দ্বিতীয়ক,  d) সেৱা।

উত্তৰঃ

(iv) উচ্চ পৰ্যায়ৰ চাকৰিৰ কোনটো অধিক নতুন চিন্তা উদ্ৰেককাৰী হিচাবে গন্য কৰা হয়ঃ-

a) দ্বিতীয়ক বৃত্তি,               b) তৃতীয়ক বৃত্তি,

c) পাঁছুতীয়া বৃত্তি,               d)  প্ৰাথমিক বৃত্তি।

উত্তৰঃ

(v) নিম্ন উল্লেখিত কোনটো চতুৰ্থক বৃত্তি হিচাবে গন্য কৰা হয়ঃ-

a) কম্পিউটাৰ উৎপাদন,       b) কাগজ আৰু কাগজ মণ্ডপাদন,

c) কটন কলেজত শিক্ষকতা কৰা, d) কিতাপ ছপা কাৰ্য।

উত্তৰঃ 

(vi) তলৰ কোনটো উক্তি শুদ্ধ নহয়ঃ-

a) ঠিকাভিত্তিক কামত উৎপাদন ব্যয় কম হয় আৰু পাৰদৰ্শিতা বাঢ়ে।

b) সময় অনুসৰি কাৰিকৰী আৰু উৎপাদনৰ সতে জড়িত কাম ঠিকা ভিত্তিত সম্পাদন কৰিব পাৰি।

c) ঠিকাভিত্তিত কাম কৰিলে বনুবাৰ নিয়োগ কমি চাকৰিৰ সুবিধা হ্ৰাস হয়।

d) ব্যৱসায়তকৈ জ্ঞানৰ সৃষ্টিৰ জড়িয়তে গৱেষণা আৰু উন্নয়নৰ বিকাশ অধিক হয়।

উত্তৰঃ

2. ৩০ টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া।

(i) খুচৰা ব্যৱসায় সেৱা কি?

উত্তৰঃ

(ii) চতুৰ্থক বৃত্তি বা সেৱা কি?

উত্তৰঃ-  

(iii) চিকিৎসা সেৱাত অগ্ৰনী দেশ কোনবোৰ আৰু কিয়?

উত্তৰঃ-

(iv) জ্ঞানৰ সৃষ্টি কেনেকৈ কৰিব পাৰি?

উত্তৰঃ-

3. তলত দিয়া প্ৰশ্নবোৰ ১৫০ টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া।

(i) আধুনিক অৰ্থব্যৱস্থাৰ উন্নয়নত সেৱা খণ্ডৰ বিকাশ আৰু গুৰুত্ব আলোচনা কৰা।

উত্তৰঃ

(ii) যাতায়ত আৰু পৰিবহন সেৱাৰ গুৰুত্ব ব্যাখ্যা কৰা।

উত্তৰঃ

প্ৰকল্প / প্ৰজেক্টৰ কাম

(i) পৰ্যটনৰ বাবে বাহিৰলৈ যাবলগীয়া হলে এজেন্টৰ পৰা কি কি তথ্য (Document) গোটাব লাগিব।

0
    0
    Your Cart
    Your cart is emptyReturn to Shop