🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 12 Geography Solution Assamese Medium | HS 2nd year Geography | Chapter 5 | অধ্যায় ৫ | ক্ষেত্ৰ জৰীপ | প্ৰশ্ন উত্তৰ |

পঞ্চম অধ্যায়

ক্ষেত্ৰ জৰীপ

অনুশীলনীঃ

১। শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(i) তলত উল্লেখ কৰা কোনটোৱে ক্ষেত্ৰীয় জৰীপৰ পৰিকল্পনা কৰাত সহায় কৰেঃ

(ক) ব্যক্তিগত সাক্ষাৎকাৰ

(খ) গৌণ তথ্য

(গ) জোখ

(ঘ) প্রয়োগ কার্য

উত্তৰঃ

(ii) ক্ষেত্ৰ জৰীপৰ সৰ্বশেষত কোনটো কাৰ্য কৰা হয়ঃ

(ক) তথ্য ভৰ্ত্তি আৰু তালিকা বদ্ধকৰণ

(খ) প্রতিবেদন লেখা

(গ) তথ্যৰ প্ৰক্ৰিয়াকৰণ

(ঘ) কোনোটোৱেই নহয়

উত্তৰঃ

(iii) ক্ষেত্ৰ জৰীপৰ প্ৰাৰম্ভিক স্তৰত আটাইতকৈ প্রয়োজনীয় বিষয় কোনটো :

(ক) উদ্দেশ্য নিৰ্ধাৰণ

(খ) গৌণ বা দ্বিতীয়ক তথ্য সংগ্রহ

(গ) স্থানিক আৰু বৈষয়িক আওতাৰ সূত্ৰীকৰণ

(ঘ) প্ৰতিচয়নৰ আৰ্হি প্ৰস্তুতকৰণ

উত্তৰঃ

(iv) ক্ষেত্ৰ জৰীপত কেনে ধৰণৰ তথ্য গোটোৱা হয়ঃ

(ক) বৃহৎ/বহল স্তৰৰ তথ্য

(খ) মধ্যম আকাৰৰ তথ্য

(ঘ) ক, খ আৰু গত উল্লেখ কৰা সকলো তথ্য

(গ) সূক্ষ্ম স্তৰৰ তথ্য

উত্তৰঃ

২। ৩০টা মান শব্দৰ ভিতৰত উত্তৰ দিয়াঃ

(i) ক্ষেত্ৰ জৰীপৰ প্ৰয়োজনীয়তা কি?

উত্তৰঃ

(ii) ক্ষেত্ৰ জৰীপৰ সময়ত ব্যৱহাৰ হোৱা সঁজুলি আৰু কৌশলবোৰৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ

(iii) ক্ষেত্ৰ জৰীপৰ পূৰ্বে কেনে ধৰণৰ জোখৰ ব্যাখ্যা কৰিব লাগে?

উত্তৰঃ

(iv) জৰীপৰ আৰ্হি কি বৰ্ণনা কৰা।

উত্তৰঃ

(v) ক্ষেত্ৰ জৰীপত আটোম-টোকাৰি প্ৰশ্ন-পত্ৰৰ প্ৰয়োজন হয় কিয়?

উত্তৰঃ

৩। তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত ক্ষেত্ৰ জৰীপৰ আৰ্হি প্ৰস্তুত কৰা :

(ক) পৰিবেশ প্ৰদূষণ

(খ) ভূমিৰ অধঃনমন

(গ) বানপানী

(ঘ) শক্তি সম্পৰ্কীয় বিষয় (issue)

(ঙ) ভূমিৰ ব্যৱহাৰৰ পৰিৱৰ্তন

উত্তৰঃ

৪। তলত দিয়া প্রশ্নবোৰ ১২৫টা মান শব্দৰ ভিতৰত উত্তৰ দিয়া

(i) ৰাষ্টাৰ আৰু ভেক্টৰ তথ্য ফৰ্মা উদাহৰণসহ আলোচনা কৰা।

উত্তৰঃ

(ii) GIS সম্বন্ধিত কাৰ্যাৱলী ক্ৰমবদ্ধ ৰূপত কেনেদৰে সম্পাদন কৰা হয় সেই সম্পর্কে এটা ব্যাখ্যাত্মক টোকা লিখা।

উত্তৰঃ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop