Class 8 Social Science AJB | Assam Jatiya Bidyalay | Chapter 12 | ভাৰতবৰ্ষ-চমু ভৌগোলিক পৰিচয় | MCQ Question Answer Solution |

ভাৰতবৰ্ষ-চমু ভৌগোলিক পৰিচয়

Chapter – 12

১। ভাৰতবৰ্ষ কোনখন মহাদেশৰ অন্তৰ্গত ?

(ক) আফ্ৰিকা

(খ) এছিয়া

(গ) ইউৰোপ

উত্তৰঃ (খ) এছিয়া।

২। পৃথিৱীৰ কিমান স্থানত ভাৰতবৰ্ষ অন্তৰ্গত

(ক) দ্বিতীয়

(খ) পঞ্চম

(গ) সপ্তম

উত্তৰঃ (গ) সপ্তম।

৩। পৃথিৱীৰ কিমান শতাংশ মাটিকালি ভাৰতবৰ্ষই আগুৰি আছে ?

(ক) 2.2%

(খ) 2.4%

(গ) 2.6%

উত্তৰঃ (ক) 2.2%।

৪। কোনডাল ৰেখা ভাৰত সোঁমাজেদি পাৰ গৈছে ?

(ক) কৰ্কটক্ৰান্তি

(খ) অক্ষৰেখা

(গ) দ্ৰাঘিমাৰেখা

উত্তৰঃ (ক) কৰ্কটক্ৰান্তি।

৫। ভাৰতৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য় কিমান ?

(ক) 6.100

(খ) 7.100

(গ) 8.100

উত্তৰঃ (ক) 6.100।

৬। ভূ-প্ৰাকৃতিক দিশৰ পৰা ভাৰত এখন –

(ক) ভয়াম

(খ) ভূ- প্ৰকৃতিক

(গ) বৈচিত্ৰ্য়ময়

উত্তৰঃ (গ) বৈচিত্ৰময়।

৭। মৌচুমী বতাহ কি অনুসৰি হয় ?

(ক) সপ্তাহ

(খ) মাহ

(গ) ঋতু

উত্তৰঃ (গ) ঋতুট

৮। ভাৰতৰ দক্ষিণে থকা ৰাষ্ট্ৰখনৰ নাম কি ?

(ক) শ্ৰী লংকা

(খ) ম্য়ানমাৰ

(গ) পাকিস্তান

উত্তৰঃ (ক) শ্ৰী লংকা

৯। হিমালয় পৰ্বত কেই ভাগত বিভক্ত ?

(ক) তিনি ভাগত বিভক্ত

(খ) ছয় ভাগত বিভক্ত

(গ) ন ভাগত বিভক্ত

উত্তৰঃ (ক) তিনি ভাগত বিভক্ত।

১০। দাক্ষিণাত্য় মালভূমি কেই ভাগত ভগাব পাৰি ?

(ক) চাৰি

(খ) ছয়

(গ) আঠ

উত্তৰঃ (ক) চাৰি।

১১। থৰ মৰুভূমি কোনখন ৰাজ্য়ত অৱস্থিত ?

(ক) পশ্চিম বংগ

(খ) ৰাজস্থান

(গ) কলকাত

উত্তৰঃ (খ) ৰাজস্থান।

১২। তলৰ কোনটো দাক্ষিণাত্য় মাভূমিৰ ভাগ নহয় ?

(ক) মহাৰাষ্ট্ৰ মালভূমি

(খ) কৰ্ণাটক মালভূমি

(গ) ৰাজস্থান মালভূমি

উত্তৰঃ (গ) ৰাজস্থান মালভূমি।

১৩। কৰ্কটক্ৰান্তি ৰেখাডালে ভাৰতত কেইভাগত ভগাইছে ?

(ক) দুই

(খ) চাৰি

(গ) ছয়

উত্তৰঃ (ক) দুই।

১৪। ভাৰতৰ সৰ্ববৃহৎ দ্বীপমালাটোৰ নাম কি ?

(ক) উমানন্দ

(খ) মাজুলি

(গ) আন্দামান নিকোবৰ দ্বীপপুঞ্জ

উত্তৰঃ (গ) আন্দামান নিকোবৰ দ্বীপপুঞ্জ।

১৫। কৰ্কটক্ৰান্তি উত্তৰত থকা অংশটো কি মণ্ডল পৰিছে ?

(ক) সমমণ্ডল

(খ) ভূমিমণ্ডল

(গ) গৰম

উত্তৰঃ (ক) সমমণ্ডল।

Type By – Kishor Nath

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop