🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 9 Assamese Book Chapter 11 যুঁজ | Class 9 Assamese Chapter 11 MCQs Short Question Answer |

Chapter 11

যুঁজ

১।  মৃণাল কলিতাই লিখা “যুঁজ” নামৰ পাঠটিত কাৰ বেগৰ পৰা টকা চুৰ হৈছিল?

(ক) সিদ্ধাৰ্থ

(খ) নিৰ্মল

(গ) প্ৰশান্ত

উত্তৰঃ (গ) প্ৰশান্ত

২।  সিদ্ধাৰ্থহঁতৰ শ্ৰেণীশিক্ষকজনৰ নাম কি?

(ক) মহেন্দ্ৰ

(খ) যোগেন্দ্ৰ

(গ) ৰাতুল

উত্তৰঃ (ক) মহেন্দ্ৰ

৩।  “অগ্নি শৰ্মা” অৰ্থ কি?

(ক) নৈৰ সোঁত

(খ) খঙাল মানুহ

(গ) সাঁচি থোৱা

উত্তৰঃ (খ) খঙাল মানুহ

৪।  ড° মৃণাল কলিতাৰ জন্ম ক’ত হৈছিল?

(ক) কামৰূপ (গ্ৰাম্য়)ত

(খ) নগাওঁত

(গ) বৰপেটাত

উত্তৰঃ (ক) কামৰূপ (গ্ৰাম্য়)ত

৫। প্ৰশান্তৰ বেগৰ পৰা কি চুৰ হৈছিল?

(ক) কলম

(খ) টকা

(গ) কাঠপেঞ্চিল

উত্তৰঃ (খ) টকা

৬।  সিদ্ধাৰ্থই কেনেধৰণৰ বস্তু সেৱন কৰিছিল?

(ক) চ’কলেট

(খ) ড্ৰাগছ

(গ) মটন

উত্তৰঃ (খ) ড্ৰাগছ

৭।  নিৰ্মলে কাক বিচাৰি পাণদোকানখনলৈ গৈছিল?

(ক) প্ৰশান্তক

(খ) মহেশ্বক

(গ) সিদ্ধাৰ্থক

উত্তৰঃ (গ) সিদ্ধাৰ্থক

৮।  “এই বজ্জাতটো আজিও স্কুললৈ অহা নাই” উক্ত বাক্য়শাৰী কোনে কৈছিল?

(ক) নিৰ্মলে

(খ) মহেন্দ্ৰ মাষ্টৰে

(গ) সিদ্ধাৰ্থয়ে

উত্তৰঃ (খ) মহেন্দ্ৰ মাষ্টৰে

৯। চিগাৰেটত কি মিহলি হৈ থাকে?

(ক) ধপাত

(খ) এলক’হ’ল

(গ) গাঞ্জা

উত্তৰঃ (ক) ধপাত

১০। মৃণাল কলিতাৰ পেচা কি?

(ক) ডাক্তৰ

(খ) ওকালতি

(গ) অধ্য়াপক

উত্তৰঃ (গ) অধ্য়াপক

১১। খঙত অগ্নিশৰ্মা কোন হৈছিল?

(ক) খগেন মাষ্টৰ

(খ) মহেন্দ্ৰ মাষ্টৰ

(গ) মহেন্দ্ৰ ওকিল

উত্তৰঃ (খ) মহেন্দ্ৰ মাষ্টৰ

১২।  প্ৰশান্তৰ কেইখন বহী কিনিবলৈ আছিল ?

(ক) তিনিখন

(খ) দুখন

(গ) এখন

উত্তৰঃ (খ) দুখন

১৩।  চাৰৰ ফালে চাই কোন চিঞৰি উঠিল?

(ক) প্ৰশান্ত

(খ) সিদ্ধাৰ্থ

(গ) নিৰ্মল

উত্তৰঃ (খ) সিদ্ধাৰ্থ

১৪।  সিদ্ধাৰ্থৰ বেগত কেইখন পঞ্চাশ টকীয়া নোট উলাইছিল?

(ক) দুখন

(খ) এখন

(গ) পাঁচখন

উত্তৰঃ (ক) দুখন

১৫।  নিৰ্মলে গেটৰ বাহিৰ হৈ কলৈ আগবাঢ়িল?

(ক) হস্পিতাল

(খ) পাণ দোকান

(গ) কাপোৰ দোকান

উত্তৰঃ (খ) পাণ দোকান

১৬।  নিৰ্মলে সিদ্ধাৰ্থক কি খোৱা দেখিলে?

(ক) চকলেট

(খ) চিগাৰেট

(গ) কফি

উত্তৰঃ (খ) চিগাৰেট

১৭।  মই টকা চটুৰ কৰা নাই বুলি কোনে কৈছিল?

(ক) নিৰ্মলে

(খ) সিদ্ধাৰ্থই

(গ) প্ৰশান্তই

উত্তৰঃ (খ) সিদ্ধাৰ্থই

১৮।  তোৰ কি হৈছে, মোক ক’বই লাগিব সিদ্ধাৰ্থ -কথাষাৰ কোনে কৈছিল?

(ক) নিৰ্মলে কৈছিল

(খ) প্ৰশান্তই কৈছিল

(গ) সিদ্ধাৰ্থক মাকে কৈছিল

উত্তৰঃ (ক) নিৰ্মলে কৈছিল

১৯।  পেঞ্চিল বক্সটোত কি আছিল?

(ক) চকলেটৰ কাগজবোৰ

(খ) চিগাৰেটৰ টুকুৰাবোৰ

(গ) কাগজ

উত্তৰঃ (ক) চকলেটৰ কাগজবোৰ

২০।  কোন জটিল ৰোগত ভুগি আছিল?

(ক) নিৰ্মল

(খ) সিদ্ধাৰ্থ

(গ) প্ৰশান্ত

উত্তৰঃ (ক) নিৰ্মল

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop