🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 9 Assamese Book Chapter 12 লোকসংস্কৃতি | Class 9 Assamese Chapter 12 MCQs Short Question Answer |

Chapter 12

লোকসংস্কৃতি

১। লোকজীৱন কেইটা ভাগত বিভক্ত ভাগ কৰা হয়?

(ক) চাৰিটা

(খ) তিনিটা

(গ) দুটা

(ঘ) এটা

উত্তৰঃ তিনিটা

২।  লোকসংস্কৃতিত কেনেধৰণৰ কথাৰৰ অধিক সমাদৃশ?

(ক) ন-পুৰণি দিনৰ কথাবোৰৰহে অধিক সমাদৃশ

(খ) পুৰণি দিনৰ কথাবোৰৰহে অধিক সমাদৃশ

(গ) আধুনিক দিনৰ কথাবোৰৰহে অধিক সমাদৃশ

উত্তৰঃ (খ) পুৰণি দিনৰ কথাবোৰৰহে অধিক সমাদৃশ

৩।  চহৰীয়া মানুহৰ তুলনাত গঞালোক কিছুপৰিমাণে-

(ক) পিছপৰা

(খ) আগবঢ়া

(গ) সমান

উত্তৰঃ (ক) পিছপৰা

৪।  ভৌতিক বা বস্তুসংস্কৃতি কি?

(ক) লোকসংস্কৃতিৰ দৃশ্য়মান দিশ

(খ) সামাজিক আচাৰ- অনুষ্ঠান

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) লোকসংস্কৃতিৰ দৃশ্য়মান দিশ

৫।  লোকসংস্কৃতি পাঠটিৰ লেখক কোন?

(ক) ড মৃণাল কলিতা

(খ) ড নবীন চন্দ্ৰ শৰ্মা

(গ) আনন্দ্ৰচন্দ্ৰ আগৰৱালা

উত্তৰঃ (খ) ড নবীন চন্দ্ৰ শৰ্মা

৬।  গঞা লোকক কি বুলি আখ্যা দিয়ে?

(ক) লোক বা জন

(খ) গঞা লোক

(গ) জনগোষ্ঠী

উত্তৰঃ (ক) লোক বা জন

৭।  কত বাস কৰা লোকসকল চাকৰিজীৱী বা শিল্পজীৱী নহয়,

(ক) চহৰীয়া লোক

(খ) গঞা লোক

(গ) টাউনীয়া লোক

উত্তৰঃ (খ) গঞা লোক

৮।  গঞা লোকসকলৰ জীৱীকা কি? 

(ক) কৃষি

(খ) চাকৰি

(গ) শিল্প

উত্তৰঃ (ক) কৃষি

৯।  লোকসমাজত কি যুগৰ কথাই সমাদৰ লাভ কৰে?

(ক) আধুনিক যুগৰ

(খ) পুৰণি যুগৰ

(গ) সমাজৰ

উত্তৰঃ (খ) পুৰণি যুগৰ

১০।  লোককৃষ্টিৰ পৰিমাৰ্জনৰ জৰিয়তে কি সংস্কৃতিৰ জন্ম হয়?

(ক) শাস্ত্ৰীয় সংস্কৃতিৰ

(খ) সত্ৰীয়া সংস্কৃতিৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) শাস্ত্ৰীয় সংস্কৃতিৰ

১১।  ধৰ্মীয় প্ৰসংগত গোৱা গীতক কি গীত বোলে?

(ক) লোক সংগীত

(খ) ধৰ্মীয় গীত

(গ) বৰগীত

উত্তৰঃ (খ) ধৰ্মীয় গীত

১২।  লোকসংস্কৃতিৰ দৃশ্যমান দিশ কি?

(ক) ভৌতিক বা বস্তুসংস্কৃতি

(খ) ৰাসায়নিক সংস্কৃতি

(গ) লোকসংস্কৃতি

উত্তৰঃ (ক) ভৌতিক বা বস্তুসংস্কৃতি

১৩।  ডঃ শৰ্মাই কিমান বছৰ শিক্ষকতা কৰিছিল?

(ক) ৪৬ বছৰ

(খ) ৪৭ বছৰ

(গ) ৪৮ বছৰ

উত্তৰঃ (ক) ৪৬ বছৰ

১৪।  ওজাপালি নামৰ পুথিখন কাৰ ৰচনা?

(ক) লক্ষ্মীনাথ বেজবৰুৱা

(খ) ডঃ নবীন চন্দ্ৰ শৰ্মা

(গ) ডঃ বাণীকান্ত কাকতি

উত্তৰঃ (খ) ডঃ নবীন চন্দ্ৰ শৰ্মা

১৫।  ডঃ শৰ্মাই আমেৰিকালৈ কিহৰ সন্ধানত গৈছিল?

(ক) লোক-সাহিত্যৰ সন্ধানত

(খ) ওজাপালিৰ সন্ধানত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) লোক-সাহিত্যৰ সন্ধানত

১৬।  তেওঁ কিমানখন পুথি ৰচনা কৰিছিল?

(ক) ৯৮-খন

(খ) ৯৭-খন

(গ) ৯৬-খন

উত্তৰঃ (খ) ৯৭-খন

১৭।  ডঃ শৰ্মাই চৰকাৰৰ ফালৰ পৰা কি পেঞ্চন লাভ কৰিছিল?

(ক) সাহিত্যিক পেঞ্চন

(খ) সংস্কৃতিৰ পেঞ্চন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সাহিত্যিক পেঞ্চন

১৮।  অংগীভূত শব্দৰ অৰ্থ কি?

(ক) অংগ হিচাপে পৰিগণিত

(খ) ব্যৱহাৰ, চলন

(গ) শৰীৰৰ অংগ

উত্তৰঃ (ক) অংগ হিচাপে পৰিগণিত

১৯।  আবু শব্দৰ বিপৰীত শব্দ কি ?

(ক) আইতা

(খ) ককা

(গ) মমা

উত্তৰঃ (খ) ককা

২০।  এই পাঠটিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে কি লাভ কৰিব?

(ক) সৰুচিসম্পন্ন জীৱন কটাবলৈ

(খ) উপলব্ধি কৰিবলৈ

(গ) প্ৰেৰণা পাবলৈ

উত্তৰঃ (ক) সৰুচিসম্পন্ন জীৱন কটাবলৈ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop