🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 9 Assamese Book Chapter 14 সুখ | Class 9 Assamese Chapter 14 MCQs Short Question Answer |

Chapter 14

সুখ

১।  “সুখ” নামৰ পাঠটিৰ লেখক কোন?

(ক) চন্দ্ৰকুমাৰ আগৰৱালা

(খ) আনন্দ্ৰ চন্দ্ৰ আগৰৱালা

(গ) ড° ভূপেন হাজৰীকা

উত্তৰঃ (খ) আনন্দ্ৰ চন্দ্ৰ আগৰৱালা

২।  আনন্দ চন্দ্ৰ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল?

(ক) ১৯২৬ চনত

(খ) ২০১১ চনত

(গ) ১৮৭৮ চনত

উত্তৰঃ (গ) ১৮৭৮ চনত

৩।  আনন্দ চন্দ্ৰ আগৰৱালা এজন কি বিষয়া আছিল?

(ক) জিলা উপায়ুক্ত

(খ) পুলিচ বিভাগৰ ডাঙৰ বিষয়া

(গ) ডাক্তৰ

উত্তৰঃ (খ) পুলিচ বিভাগৰ ডাঙৰ বিষয়া

৪।  প্ৰকৃত সুখ পাবলৈ হ’লে মানুহে কি কৰিব লাগিব?

(ক) নিজৰ বাবে চিন্তা-চৰ্চা কৰা

(খ) স্বাৰ্থ ত্য়াগ কৰা

(গ) আনৰ পৰা ধন-দাবী কৰা

(ঘ) এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) স্বাৰ্থ ত্য়াগ কৰা

৫।  আনন্দ চন্দ্ৰ আগৰৱালাক কিয় ‘ভাঙনি কোঁৱৰ’ বুলি কোৱা হয়?

(ক) কাৰণ তেখেতে ‘ভাঙনি কোঁৱৰ’ নামে এখন গ্ৰন্থ লিখাৰ বাবে

(খ) তেখেতে কেইটিমান ইংৰাজী কবিতা অসমীয়া ভাষালৈ অনুবাদ কৰাৰ বাবে

(গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) তেখেতে কেইটিমান ইংৰাজী কবিতা অসমীয়া ভাষালৈ অনুবাদ কৰাৰ বাবে

৬।  ‘সুখ’ কবিতাটো কোনখন পুথিৰ পৰা অনা হৈছে?

(ক) কোমল পাঠ

(খ) জিলিকনি

(গ) আদি পাঠ

উত্তৰঃ (খ) জিলিকনি

৭।  সুখ হাততে থাকিলেও কোনে নেদেখে?

(ক) দিন-কণা

(খ) কুকুৰীকণা

(গ) ওপৰৰ দুয়োটাই

উত্তৰঃ (ক) দিন-কণা

৮।  আনৰ কাৰণে খাটিব পাৰিলে সংসাৰ কিহৰ ঠাই?

(ক) দুখৰ ঠাই

(খ) সুখৰ ঠাই

(গ) বিয়োগৰ ঠাই

উত্তৰঃ (খ) সুখৰ ঠাই

৯।  সংসাৰত কেতিয়া দুখ নাই?

(ক) পৰক আপোন কৰিব পাৰিলে

(খ) নিজৰ কথা ভাবিলে

(গ) ওপৰৰ দুয়োটাই

উত্তৰঃ (ক) পৰক আপোন কৰিব পাৰিলে

১০। কেতিয়া কান্দোনত সুখ পোৱা যায়?

(ক) পৰৰ কাৰণে কান্দিব পাৰিলে

(খ) নিজৰ কাৰণে কান্দিলে

(গ) নিজৰ কাৰণে হাঁহিলে

উত্তৰঃ (ক) পৰৰ কাৰণে কান্দিব পাৰিলে

১১।  নিস্বাৰ্থৰ বাটৰ কেনেকুৱা আলি?

(ক) সেন্দুৰীয়া আলি

(খ) ফুলৰ আলি

(গ) গোলাপৰ আলি

উত্তৰঃ (ক) সেন্দুৰীয়া আলি

১২।  স্বাৰ্থৰ বাটত কিহে বিন্ধে?

(ক) সুখৰ কাইটে

(খ) দুখৰ কাইটে

(গ) আনন্দৰ কাইটে

উত্তৰঃ (খ) দুখৰ কাইটে

১৩।  পৰম -সন্তোষ কেতিয়া লভিব পাৰি?

(ক) আনৰ অহিত কৰিলে

(খ) আনৰ হিত সাধিলে

(গ) আনক কন্দোৱালে

উত্তৰঃ (খ) আনৰ হিত সাধিলে

১৪।  কি জীৱনত বিশ্বপ্ৰেম ভৰপূৰ হৈ থাকে?

(ক) মানৱ জীৱনত

(খ) ধৰমী জীৱনত

(গ) শিশু জীৱনত

উত্তৰঃ (খ) ধৰমী জীৱনত

১৫।  দিনকণা শব্দৰ অৰ্থ কি?

(ক) দিনতেই নেদেখা

(খ) নাওঁ

(গ) একো নেদেখা

উত্তৰঃ (ক) দিনতেই নেদেখা

১৬।  তৰী শব্দৰ অৰ্থ কি?

(ক) নাওঁ

(খ) ঢৌ

(গ) ৰবৰ্ট

উত্তৰঃ (ক) নাওঁ

১৭।  হিত শব্দৰ বিপৰীত শব্দ কি?

(ক) অহিত

(খ) কল্যান

(গ) মংগল

উত্তৰঃ (ক) অহিত

১৮।  তেখেতৰ ৰচিত পুথিখনৰ নাম-

(ক) কোমল পাঠ

(খ) আদিপাঠ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

১৯।  কাৰ বাবে সুখৰ ওৰ নপৰে?

(ক) কবিৰ বাবে

(খ) আমাৰ বাবে

(গ) ৰাইজৰ বাবে

উত্তৰঃ (ক) কবিৰ বাবে

২০।  কবিয়ে কবিতাটোৰ যোগেৰে কিহৰ বামী বিলাইছে?

(ক) বিশ্বপ্ৰেমৰ

(খ) দেশৰ

(গ) আমাৰ ৰাজ্যৰ

উত্তৰঃ (ক) বিশ্বপ্ৰেমৰ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop