🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 9 Assamese Book Chapter 15 চোৰধৰা | Class 9 Assamese Chapter 15 MCQs Short Question Answer |

Chapter 15

চোৰধৰা

১।  চোৰধৰা পাঠটিৰ লেখক কোন?

(ক) শ্ৰীমন্ত শঙ্কৰদেৱ

(খ) শ্ৰী শ্ৰী মাধৱদেৱ

(গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ (খ) শ্ৰী শ্ৰী মাধৱদেৱ

২।  কানাই বুলি কাক কোৱা হৈছে?

(ক) শ্ৰী ৰামক

(খ) শ্ৰী কৃষ্ণক

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) শ্ৰী কৃষ্ণক

৩। “হামু” শব্দৰ অৰ্থ কি?

(ক) হামিওৱা (এলাহ লগা সময়ত মুখৰ পৰা ওলোৱা বতাহ)

(খ) মই

(গ) হাঁহি

উত্তৰঃ (খ) মই

৪।  “গাৰি” শব্দৰ অৰ্থ কি?

(ক) গালি

(খ) এবিধ চলন্ত বাহন

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) গালি

৫।  শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কিমান চনত হৈছিল?

(ক) ১৪৪৯ চনত

(খ) ১৪৭৫ চনত

(গ) ১৪৮৯ চনত

(ঘ) এটাও নহয়

উত্তৰঃ (গ) ১৪৮৯ চনত

৬।  শ্ৰী শ্ৰী মাধৱদেৱৰ মৃত্য়ু কিমান চনত

(ক) ১৫৯০ চনত

(খ) ১৫৭৮ চনত

(গ) ১৬৯৬ চনত

উত্তৰঃ (গ) ১৬৯৬ চনত

৭।  গোপী বোল- হে মাই যশোদে, তোহোঁ তাপ তেজহ মানে কি?

(ক) ত্যাগ কৰা

(খ) নিশ্বাস এৰা

(গ) জীৱনত আগুৱাই যোৱা

উত্তৰঃ (ক) ত্যাগ কৰা

৮।  কৃষ্ণই কত নৃত্য কৰি আছিল?

(ক) গোপীৰ ঘৰত

(খ) নিজৰ ঘৰত

(গ) বালকৰ ঘৰত

উত্তৰঃ (ক) গোপীৰ ঘৰত

৯।  হামু তোহাৰি বালক কানাই দেখল, এই কথাষাৰ কোনে কৈছিল?

(ক) গোপীয়ে যশোদাক কৈছিল

(খ) যশোদাই গোপীক কৈছিল

(গ) কোনেও কোৱা নাছিল

উত্তৰঃ (ক) গোপীয়ে যশোদাক কৈছিল

১০।  কৃষ্ণক কোনে লৱণু দিছিল?

(ক) গোপীয়ে

(খ) যশোদাই

(গ) নন্দই

উত্তৰঃ (ক) গোপীয়ে

১১।  কৃষ্ণ কাৰ মাথাৰ মুকুট

(ক) যশোদাৰ

(খ) গোপীৰ

(গ) বালকৰ

উত্তৰঃ (ক) যশোদাৰ

১২।  যশোদাই কাক গোপীবোৰৰ ঘৰলৈ আহিব মানা কৰিছিল?

(ক) নন্দক

(খ) বলোৰামক

(গ) কৃষ্ণক

উত্তৰঃ (গ) কৃষ্ণক

১৩।  তাপ শব্দৰ অৰ্থ কি?

(ক) সুখ

(খ) দুখ

(গ) কান্দোন

উত্তৰঃ (খ) দুখ

১৪।  তাপ শব্দৰ বিপৰীত শব্দ কোনটো?

(ক) দুখ

(খ) সুখ

(গ) বেজাৰ

উত্তৰঃ (খ) সুখ

১৫।  ফিৰত শব্দৰ অৰ্থ কি ?

(ক) ঘূৰি ফুৰা

(খ) বাটৰুৱা

(গ) কতো নোযোৱা

উত্তৰঃ (ক) ঘূৰি ফুৰা

১৬।  ৰত্নাৱলী কাৰ ৰচনা?

(ক) মহাপুৰুষ শংকৰদেৱৰ

(খ) মহাপুৰুষ মাধৱদেৱৰ

(গ) মাধৱ কন্দলি

উত্তৰঃ (খ) মহাপুৰুষ মাধৱদেৱৰ

১৭।  চোৰধৰা খন এখন কি?

(ক) নাটক

(খ) ঝুমুৰা

(গ) অঙ্কীয়া নাট

উত্তৰঃ (খ) ঝুমুৰা

১৮।  ঠেঙ্গানাৰ অৰ্থ কি?

(ক) গালি

(খ) মৰম

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) গালি

১৯।  নিকাৰ শব্দৰ অৰ্থ কি?

(ক) যন্ত্ৰণা

(খ) শান্তি

(গ) দুখ

উত্তৰঃ (ক) যন্ত্ৰণা

২০।  পাৱল শব্দৰ বিপৰীত শব্দ কি?

(ক) পালে

(খ) নাপালে

(গ) দিলে

উত্তৰঃ নাপালে

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop