🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 9 Assamese Book Chapter 5 মোৰ দেশ | Class 9 Assamese Chapter 5 MCQs Short Question Answer |

Chapter 5

মোৰ দেশ

 ১। মোৰ দেশ কবিতাটিৰ লেখক কোন?

(ক) চন্দ্ৰকুমাৰ আগৰৱালা

(খ) হীৰেন ভট্টাচাৰ্য

(গ) কৃষ্ণকান্ত সন্দিকৈ

উত্তৰঃ (খ) হীৰেন ভট্টাচাৰ্য

২। হীৰেন ভট্টাচাৰ্যৰ জন্ম কিমান চনত হৈছিল?

(ক) ১৯২৬ চনত

(খ) ১৯৩০ চনত

(গ) ১৯৩২ চনত

উত্তৰঃ (গ) ১৯৩২ চনত

৩। হীৰেন ভট্টাচাৰ্যৰ জন্ম কোনখন জিলাত লাভ কৰিছিল?

(ক) মৰিগাওঁ জিলাত

(খ) গোলাঘাট জিলাত

(গ) যোৰহাট জিলাত

উত্তৰঃ (গ) যোৰহাট জিলাত

৪।  হীৰেন ভট্টাচাৰ্যই কোনখন মহাবিদ্য়ালয়ৰ পৰা আই.এ পাছ কৰিছিল?

(ক) মৰিগাওঁ মহাবিদ্য়ালয়ৰ পৰা

(খ) গুৱাহাটীৰ ভোলানাথ বৰুৱা মহাবিদ্য়লয়ৰ পৰা

(গ) এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) গুৱাহাটীৰ ভোলানাথ বৰুৱা মহাবিদ্য়লয়ৰ পৰা

৫। ‘সুগন্ধি পখিলাৰ কবি’ হিচাপে কাক জনা যায়?

(ক) চন্দ্ৰকুমাৰ আগৰৱালা

(খ) ড° ভূপেন হাজৰীকাক

(গ) হীৰেন ভট্টাচাৰ্যক

উত্তৰঃ (গ) হীৰেন ভট্টাচাৰ্যক

৬।  হীৰেন ভট্টাচাৰ্য এ কোনখন কবিতাপুথিৰ বাবে তেওঁ সাহিত্য় অকাডেমী বঁটা লাভ কৰিছিল?

(ক) সুগন্ধি পখিলা

(খ) শইচৰ পথাৰ মানুহ

(গ) বিভিন্ন দিনৰ কিতাপ

উত্তৰঃ (খ) শইচৰ পথাৰ মানুহ

৭।  “সুবাস” শব্দৰ অৰ্থ কি?

(ক) প্ৰাণ

(খ) সুগন্ধি

(গ) বিপুল

উত্তৰঃ (খ) সুগন্ধি

৮।  “শেষ” শব্দৰ সমাৰ্থক শব্দ কি?

(ক) মৃত্য়ু হোৱা

(খ) অন্ত পৰা

(গ) আৰম্ভ

উত্তৰঃ (খ) অন্ত পৰা

৯।  “বিশ্বাস” শব্দৰ বিপৰীত শব্দ কি?

(ক) অবিশ্বাস

(খ) অন্ধবিশ্বাস

(গ) বিলিভ

উত্তৰঃ (ক) অবিশ্বাস

১০। পৰাণ শব্দৰ অৰ্থ কি?

(ক) প্ৰাণ

(খ) জিৰণি লোৱা

(গ) ভাগৰ লগা

উত্তৰঃ (ক) প্ৰাণ

১১। দেশে দেশে কি আছে?

(ক) দেশ

(খ) ৰাজ্য

(গ) গাওঁ

উত্তৰঃ (ক) দেশ

১২।  দেশৰ বুকুৰ উমে কবিক কি দিছে?

(ক) বিষাদৰ দুখ

(খ) আনন্দ

(গ) ভালপোৱাৰ আনন্দ

উত্তৰঃ (গ) ভালপোৱাৰ আনন্দ

১৩। প্ৰতিটো ঋতুৱে কবিক কি দি যায় ?

(ক) আনন্দৰ আশীৰ্বাদ

(খ) ভালৰ আশীৰ্বাদ

(গ) প্ৰেমৰ আশীৰ্বাদ

উত্তৰঃ (ক) আনন্দৰ আশীৰ্বাদ

১৪। দেশ কি?

(ক) বহু যাত্ৰাৰ শেষ

(খ) আৰম্ভ

(গ) যোগান্ত

উত্তৰঃ (ক) বহু যাত্ৰাৰ শেষ

১৫। স্নিগ্ধ ফুলৰ সুবাস কেতিয়া বৈ আহে?

(ক) ৰাতিপুৱা

(খ) সন্ধিয়া

(গ) দূপৰীয়া

উত্তৰঃ (খ) সন্ধিয়া

১৬।  হীৰেন ভট্টাচাৰ্য কি কবি ৰূপে বিখ্যাত?

(ক) সুগন্ধি পখিলাৰ কবি

(খ) সুগন্ধি ফুলৰ কবি

(গ) নিয়ৰৰ পাহিৰ কবি

উত্তৰঃ (ক) সুগন্ধি পখিলাৰ কবি

১৭।  তেখেতৰ প্ৰেছটোৰ নাম কি?

(ক) চিত্ৰবন

(খ) চিত্ৰনাট্য

(গ) সুগন্ধিবন

উত্তৰঃ (ক) চিত্ৰবন

১৮।  তেখেতে শিক্ষকতাৰ লগতে কিহত কাম কৰিছিল?

(ক) পুথিভৰাঁলত

(খ) ছপাশালত

(গ) মিউজিয়ামত

উত্তৰঃ (খ) ছপাশালত

১৯। ভঁৰালৰ এমুঠি ধান কবিয়ে কাক দিছে?

(ক) যুদ্ধৰ চৰাইজনীক

(খ) শান্তিৰ চৰাইজনীক

(গ) তেখেতৰ চৰাইজনীক

উত্তৰঃ (খ) শান্তিৰ চৰাইজনীক

২০। কবিয়ে কাৰ আহ্বান শুনিছে?

(ক) স্বদেশৰ

(খ) বিদেশৰ

(গ) সীমান্তৰ

উত্তৰঃ (ক) স্বদেশৰ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop