🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 9 Assamese Book Chapter 7 সময় | Class 9 Assamese Chapter 7 MCQs Short Question Answer |

Chapter 7

সময়

১।  “সময়” নামৰ পাঠটিৰ লেখক কোন?

(ক) চন্দ্ৰকুমাৰ আগৰৱালা

(খ) হীৰেন ভট্টাচাৰ্য

(গ) নিলমণি ফুকন

উত্তৰঃ (গ) নিলমণি ফুকন

২। নীলমণি ফুকনৰ জন্ম ক’ত হৈছিল?

(ক) ডিব্ৰুগড়ত

(খ) গোলাঘাটত

(গ) তিনিচুকীয়াত

উত্তৰঃ (ক) ডিব্ৰুগড়ত

৩। নীলমণি ফুকনৰ জন্ম কিমান চনত হৈছিল?

(ক) ১৮৬২ চনত

(খ) ১৮৮৫ চনত

(গ) ১৮৮০ চনত

(ঘ) এটাও শুদ্ধ নহয়

উত্তৰঃ (গ) ১৮৮০ চনত

৪।  নীলমণি ফুকনৰ পিতৃৰ নাম কি আছিল?

(ক) লম্বোধৰ খাৰঘৰীয়া ফুকন

(খ) নীলকান্ত ফুকন

(গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (ক) লম্বোধৰ খাৰঘৰীয়া ফুকন

৫।  সময়ক কিহৰ লগত তুলনা কৰা হয়?

(ক) নৈৰ সোঁতৰ লগত

(খ) শহাপহুৰ লগত

(গ) বতাহ ধুমুহাৰ লগত

উত্তৰঃ (ক) নৈৰ সোঁতৰ লগত

৬।  কিহৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয়?

(ক) মিনিটৰ ওপৰত ভিত্তি কৰি

(খ) কাৰ্যক্ৰম অনুসৰি

(গ) নৈৰ সোঁতৰ ওপৰত ভিত্তি কৰি

উত্তৰঃ (খ) কাৰ্যক্ৰম অনুসৰি

৭।  সময় কি গতিত ঘূৰে?

(ক) ৰৈখিক গতিত

(খ) সৰল ৰৈখিক গতিত

(গ) বৃত্তাকাৰ গতিত

উত্তৰঃ (গ) বৃত্তাকাৰ গতিত

৮।  নীলমণি ফুকনে স্কুলীয়া শিক্ষা ক’ত লাভ কৰিছিল?

(ক) তিনিচুকীয়াত

(খ) ডিব্ৰুগড়ত

(গ) মৰিগাঁৱত

উত্তৰঃ (খ) ডিব্ৰুগড়ত

৯।  সংগীতৰ সাতোটা সুৰক কি বুলি কোৱা হয়?

(ক) মিউজিক

(খ) সপ্তসপুৰ

(গ) নৈৰ প্ৰবাহ

উত্তৰঃ (খ) সপ্তসপুৰ

১০।  বসন্ত ঋতু কেতিয়া আৰম্ভ হয়?

(ক) যেতিয়া গছত পাতবোৰ সৰি নাইকিয়া হয়, তেতিয়া

(খ) যেতিয়া গছত নতুনকৈ কুঁহিপাত মেলিবলৈ আৰম্ভ কৰে, তেতিয়া

(গ) যেতিয়া বনজুই সৃষ্টি হয়, তেতিয়া

উত্তৰঃ (খ) যেতিয়া গছত নতুনকৈ কুঁহিপাত মেলিবলৈ আৰম্ভ কৰে, তেতিয়া

১১।  শৰপহু মানে কি বুজা?

(ক) বতাহত উৰি ফুৰি এবিধ জীৱ

(খ) ই এক শ্ৰেণীৰ তীব্ৰবেগী পহু

(গ) মানুহৰ লগত থকা এবিধ জীৱ

উত্তৰঃ (খ) ই এক শ্ৰেণীৰ তীব্ৰবেগী পহু

১২।  সময়ৰ জোখ কিহত লোৱা হয়?

(ক) ঘড়ীৰ কাটাকেইডালৰ ওপৰত নিৰ্ভৰ কৰি সময়ৰ জোখ লোৱা হয়

(খ) কৰ্মৰ ওপৰত ভিত্তি কৰি সময়ৰ জোখ লোৱা হয়

(গ) পুৱা ওলোৱা বেলিটোৰ ওপৰত নিৰ্ভৰ কৰি সময়ৰ জোখ লোৱা হয়

উত্তৰঃ (ক) ঘড়ীৰ কাটাকেইডালৰ ওপৰত নিৰ্ভৰ কৰি সময়ৰ জোখ লোৱা হয়।

১৩। সময়ৰ টিকনিডাল কত?

(ক) আগফালে

(খ) পিছফালে

(গ) মাজত

উত্তৰঃ (ক) আগফালে

১৪।  সময় অমূল্য কি?

(ক) ধন

(খ) সময়

(গ) আনন্দ

উত্তৰঃ (ক) ধন

১৫।  ঢাৰি-পাটি মানে কি?

(ক) বিছনা

(খ) পাটি

(গ) চট

উত্তৰঃ (ক) বিছনা

১৬।  যুগ কিহৰ ভাগ?

(ক) সময়ৰ ভাগ

(খ) কালৰ ভাগ

(গ) বৃহৎ ভাগ

উত্তৰঃ (খ) কালৰ ভাগ

১৭।  সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি কি?

(ক) চাৰি যুগ

(খ) চাৰি পল

(গ) চাৰি দণ্ড

উত্তৰঃ চাৰি যুগ

১৮।  চিন্তামণি পুথিখন নীলমণি ফুকনৰ কি পুথি?

(ক) কবিতা পুথি

(খ) সাহিত্য কৃৰ্তি

(গ) সাহিত্য পুথি

উত্তৰঃ (খ) সাহিত্য কৃৰ্তি

১৯।  সময়ৰ জোখ ঘড়ীৰ কাটাৰ বিপৰীতে কিহত?

(ক) সময়ত

(খ) কামত

(গ) যুগত

উত্তৰঃ (খ) কামত

২০।  তেখেতে সম্পাদনা কৰা কাকত খন কি?

(ক) ন-জোন

(খ) ন-তৰা

(গ) কালিৰ জোন

উত্তৰঃ (ক) ন-জোন

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop