🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 9 Assamese Book Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ | Class 9 Assamese Chapter 8 MCQs Short Question Answer |

Chapter 8

অন্ধবিশ্বাস আৰু কু-সংস্কাৰ

১। অন্ধবিশ্বাস আৰু কুসংস্কাৰ পাঠটিৰ লেখক কোন?

(ক) নীলমণি ফুকন

(খ) জয়ন্ত মাধৱ বৰা

(গ) সত্য়নাথ বৰা

উত্তৰঃ (খ) জয়ন্ত মাধৱ বৰা

২।  “অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা” এই বাক্য়শাৰী কোনজন মহান ব্য়ক্তিয়ে কৈছিল?

(ক) জয়ন্ত মাধৱ বৰা

(খ) সত্য়নাথ বৰা

(গ) ড সৰ্বপল্লী ৰাধাকৃষ্ণণ

উত্তৰঃ (গ) ড সৰ্বপল্লী ৰাধাকৃষ্ণণ

৩।  জয়ন্ত মাধৱ বৰাই কোনখন উপন্য়াসৰ বাবে অসম সাহিত্য় সভাৰ গিৰিঘৰ শৰ্মা বঁটা লাভ কৰিছিল?

(ক) মৰিয়াহোলো উপন্য়াসৰ বাবে

(খ) অমৃত উপন্য়াসখনৰ বাবে

(গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ (খ) অমৃত উপন্য়াসখনৰ বাবে

৪।  জয়ন্ত মাধৱ বৰা ই কিমান চনত অসম সাহিত্য় সভাৰ গিৰিধৰ শৰ্মা বঁটা লাভ কৰিছিল?

(ক) ১৯৮৭ চনত

(খ) ১৯৮০ চনত

(গ) ১৯৮৫ চনত

উত্তৰঃ (ক) ১৯৮৭ চনত

৫। কু-সংস্কাৰ কি?

(ক) পৃথিৱীৰ বুজা

(খ) পৃথিৱীৰ মজা

(গ) পৃথিৱীৰ আশীৰ্বাদ

উত্তৰঃ (ক) পৃথিৱীৰ বুজা

৬।  গুজৱ মানে কি?

(ক) উৰাবাতৰি

(খ) অন্ধবিশ্বাস

(গ) কু-সংস্কাৰ

উত্তৰঃ (ক) উৰাবাতৰি

৭।  কি লোকে উৰাবাতৰি বিশ্বাস কৰে?

(ক) বিবেকশূন্য, চিন্তাশূন্য লোক

(খ) অন্ধবিশ্বাসী লোক

(গ) কৃপন লোক

উত্তৰঃ (ক) বিবেকশূন্য, চিন্তাশূন্য লোক

৮। অসম কিমান চনত বৃটিছৰ অধীনলৈ আহে?

(ক) ১৮২৬ চনত

(খ) ১৮৩০ চনত

(গ) ১৮১৬ চনত

উত্তৰঃ (ক) ১৮২৬ চনত

৯।  গ্ৰামাঞ্চন ৰাচতি কি ওলায় বুলি বিশ্বাস কৰা হয়?

(ক) চোৰ

(খ) ডকাইত

(গ) ভূত

উত্তৰঃ (গ) ভূত

১০।  ডাইনীৰ প্ৰতাপত কি পৰিস্থিতিৰ সৃষ্টি হৈছে?

(ক) ভৱাবহ

(খ) অসুস্থিৰ

(গ) অপ্ৰীতিকৰ

উত্তৰঃ (গ) অপ্ৰীতিকৰ

১১।  আই ধৰা লোকে চুই দিয়া পানী কিহৰ সমান?

(ক) বিষৰ সমান

(খ) পানীৰ সমান

(গ) অমৃতৰ সমান

উত্তৰঃ (গ) অমৃতৰ সমান

১২।  মানুহে লেতেৰা পানীও খাই দিয়া কিহৰ ফলস্বৰূপ?

(ক) গুজৱৰ

(খ) অন্ধবিশ্বাসৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অন্ধবিশ্বাসৰ

১৩।  অসমত সাক্ষৰতাৰ হাৰ কিমান?

(ক) ৮০.১৮ শতাংশ

(খ) ৭৯.১৮ শতাংশ

(গ) ৭৩.১৮ শতাংশ

উত্তৰঃ (গ) ৭৩.১৮ শতাংশ

১৪।  কিমান শতাংশ পুৰুষ সাক্ষৰ

(ক) ৭৮.১৮ শতাংশ

(খ) ৬৭.২৭ শতাংশ

(গ) ৭৮.৮১ শতাংশ

উত্তৰঃ (গ) ৭৮.৮১ শতাংশ

১৫।  মহিলাৰ সাক্ষৰতা হাৰ কিমান?

(ক) ৬৭.১৮ শতাংশ

(খ) ৬৭.২৭ শতাংশ

(গ) ৬৭.৮৯ শতাংশ

উত্তৰঃ (খ) ৬৭.২৭ শতাংশ

১৬।  সজাগতা মানে কি?

(ক) সভা পাতি ভাষণ দিয়া

(খ) এটা শক্তিশালী আহিলা

(গ) উৰাবাতৰিত বিশ্বাস কৰা

উত্তৰঃ (খ) এটা শক্তিশালী আহিলা

১৭। কোনখন উপন্যাসৰ বাবে ২০১৭ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

(ক) জাকৈয়া ছোৱালী

(খ) মৰিয়াহোলা

(গ) অমৃত

উত্তৰঃ (খ) মৰিয়াহোলা

১৮।  কিমান চনত ড বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সাহিত্য বঁটা লাভ কৰিছিল?

(ক) ২০২২

(খ) ২০১৯

(গ) ২০২০

উত্তৰঃ (খ) ২০১৯

১৯।  তেখেতে কিমান খন অনুবাদমূলক গ্ৰন্থ ৰচনা কৰিছিল?

(ক) ৪ খন

(খ) ২ খন

(গ) ৫খন

উত্তৰঃ (গ) ৫খন

২০।  তেখেতৰ ধাৰাবাহিক কিমান খন?

(ক) ৬৪ খন

(খ) ৬৭ খন

(গ) ৭০ খন

উত্তৰঃ (ক) ৬৪ খন

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop