🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

 বিকাশ (উন্নয়ন ) | Chapter 10 | Class 11 Political Science Assam | Assamese Medium | HS 1st Year Political Science Question Answer | Political Science Notes and Suggestion | DEVELOMENTE |

বিকাশ

DEVELOMENTE  

Chapter 10 

প্ৰশ্নাৱলী ( Essay type question ) : 

১) বিকাশৰ অৰ্থ ব্যাখ্যা কৰা । বিকাশ সম্পৰ্কে গঢ়ি উঠা তিনিটা প্ৰশ্নৰ চুম বৰ্ণনা দিয়া ।  

উত্তৰঃ 

২) বিকাশৰ বুলিলে তুমি কি বুজা ? বিকাশৰ তেনে  এটা পৰিকল্পনা বা সংজ্ঞাৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হব বুলি   ভাবানে ?

উত্তৰঃ  

৩) প্ৰচলিত বিকাশৰ আৰ্হিয়ে পাৰিপাৰ্শ্বিকতালৈ অনা ক্ষতিৰ বিষয়ে আলোচনা কৰা। 

উত্তৰঃ   

৪) বিশ্বৰ প্ৰায় সকলো দেশতে হাতত লোৱা বিকাশৰ প্ৰক্ৰিয়াই পৰিৱেশ আৰু সমাজত কেনে ধৰণৰ কুপ্ৰভাৱ পেলাৱ পাৰে ? – আলোচনা কৰা। 
উত্তৰঃ

৫) বিকাশৰ প্ৰক্ৰিয়াই কি কি নতুন দাবী আৰু অধিকাৰ উত্থাপন কৰিছে আলোচনা কৰা।  

উত্তৰঃ  

৬) সাধাৰণ জনগনৰ বিকাশ বা উন্নয়ন কাৰণে অন্যান্য চৰকাৰৰ তুলনাত গণতান্ত্ৰিক চৰকাৰৰ সিদ্ধান্তগ্ৰহণৰ ক্ষেত্ৰত কি কি সুবিধা আছে বৰ্ণনা কৰা।  

উত্তৰঃ  

৭) তোমাৰ মতে বিকাশৰ দ্বাৰা হব পৰা সামাজিক আৰু পৰিবেশিক ক্ষতিৰ বাবে জনপ্ৰিয় আন্দোলনে চৰকাৰক কিমানখিনি দায়বদ্ধ কৰিব পাৰিছে ? উদাহৰণসহ আলোচনা কৰা।  

উত্তৰঃ   

৮) বিকাশে কি বুজায় ? বিকাশৰ বিভিন্ন দিশবোৰৰ চমু পৰিচয় দিয়া। 

 উত্তৰঃ   

৯) ৰাজনৈতিক বিকাশ কি ব্যাখ্যা কৰা। 

 উত্তৰঃ 

১০) বিকাশ কি ? ইয়াৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।  

উত্তৰঃ 

 ১১) বিকাশৰ প্ৰতি উত্থাপিত প্ৰত্যাহ্বান বহলাই আলোচনা কৰা।

উত্তৰঃ   

১২) বিকাশৰ সামাজিক মূল্য নিৰূপণ কৰা। 

 উত্তৰঃ 

১৩) বিকাশৰ পাৰিপাৰ্শ্বিক প্ৰতিক্ৰিয়া চমুকৈ আলোচনা কৰা।

  উত্তৰঃ 

১৪) বিকাশৰ বিকল্প আৰ্হি বুলিলে কি বুজা ?

উত্তৰঃ  

১৫) স্বাধীনোত্তৰ ভাৰতবৰ্ষত বিকাশৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে ? এনে ব্যৱস্থাসমূহে দেশৰ সম্পূৰ্ণ প্ৰগতি আনিছে বুলি তুমি ভাবানে ? উত্তৰৰ সমৰ্থনত যুক্তি দিয়া। 

 উত্তৰঃ 

১৬) তৃতীয় বিশ্বত দেশসমূহৰ বিকাশ সম্পৰ্কে কি জানা লিখা।

  উত্তৰঃ

 ১৭) উত্তৰ – পূব ভাৰতৰ পটভূমিত বিকাশ আৰু ইয়াৰ বিভিন্ন সমস্যাসমূহ আলোচনা কৰা। 

 উত্তৰঃ 

১৮) বিকাশৰ আৰ্হিৰ তিনিটা প্ৰতিবন্ধক আলোচনা কৰা।  উত্তৰঃ  ১৯) বৰ্তমান বিশ্বৰ বিকাশ আৰ্হিৰ উদেশ্য ব্যাখ্যা কৰা। 

উত্তৰঃ 

২০) পৰিৱেশবাদে কি বুজায় লিখা। 

উত্তৰঃ   

চমু উত্তৰৰ প্ৰশ্ন (Short answer question ) : 

১) জাতীয়তাবাদৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা। 

 উত্তৰঃ 

২) পাৰিপাৰ্শ্বিকতাৰ ওপৰত বিকাশৰ নেতিবাচক প্ৰভাৱ বিস্তাৰৰ বিষয়ত এচি টোকা লিখা ।

 উত্তৰঃ                     

৩) বিকাশে কি বুজায় ব্যাখ্যা কৰা।

উত্তৰঃ 

৪) বিকাশৰ লগত জড়িত তিনিটা উদ্দেশ্য চমুকৈ লিখা।  

উত্তৰঃ 

৫) বিকাশে সমাজৰ বিভিন্ন দিশৰ প্ৰগতিৰ প্ৰক্ৰিয়াৰ কথা সূচায়। সেইবোৰ কি কি চুমকৈ লিখা । 

 উত্তৰঃ 

৬) বিকাশৰ বিভিন্ন দিশসমূহ কি কি ?

 উত্তৰঃ 

৭) বিকাশ একদিশীয়া নহয় – বুজাই লিখা।

 উত্তৰঃ  

৮) বিকাশৰ পাচঁতা বৈশিষ্ট্য উল্লেখ কৰা। 

উত্তৰঃ 

 ৯)বিকাশে পাৰিপাৰ্শ্বিকতাৰ ওপৰত কেনে প্ৰভাৱ পেলায়?

উত্তৰঃ 

 ১০) অৰ্থনৈতিক বিকাশে কি বুজায় ব্যাখ্যা কৰা। 

উত্তৰঃ     

১১) বিকাশৰ সামাজিক মূল্যনিৰূপণ কৰা। 

উত্তৰঃ   

১২) বিকাশ কেনেদৰে নিৰ্ধাৰণ কৰা হয় চমুকৈ লিখা।  

উত্তৰঃ   

১৩) গণতন্ত্ৰ আৰু বিকাশ পৰস্পৰ সম্পৰ্কযুক্ত । বিচাৰ কৰা। 

উত্তৰঃ   

১৪) বিকাশৰ অৰ্থ হল উন্নত জীৱনৰ হাবিয়াস – বুজাই লিখা। 

উত্তৰঃ    

১৫) বিকাশক কিয় বহুমুখী প্ৰক্ৰিয়া বুলি কোৱা হয়? 

উত্তৰঃ    

১৬) বিকাশৰ ফলত ক্ষতিগ্ৰস্ত হোৱা জনসাধাৰণৰ বাবে ৰাষ্ট্ৰই কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি তুমি ভাবা ?উত্তৰঃ   

১৭) গান্ধীজীৰ মতে ভাৰতবৰ্ষৰ বিকাশ আৰ্হি কেনে হোৱা উচিত ? 

উত্তৰঃ   

১৮) বিকাশৰ মূল্যায়ন মানে কি বুজা ?   

উত্তৰঃ   

১৯) বিকাশৰ লক্ষ্য কি বুজাই লিখা। 

উত্তৰঃ  

২০) ৰাষ্ট্ৰসংঘৰ বিকাশৰ আঁচনি চুকৈ লিখা। 

উত্তৰঃ  

২১) বিকাশ ( উন্নয়ন ) ৰ তিনিটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ 

 ২২) পৰিৱেশবাদ কি ? 

উত্তৰঃ

অতি চমু উত্তৰৰ প্ৰশ্ন ( Very short answer questions ) 

১) গান্ধীজীৰ বিকাশৰ ধাৰণাই কি বুজাইছিল ?

উত্তৰঃ  

২) জৱাহৰলাল নেহেৰুৰ বিকাশৰ ধাৰণা কেনে আছিল ? 

উত্তৰঃ   

৩) বিকাশে কৰা সমাজৰ দুটা ক্ষতি উল্লেখ কৰা । 

উত্তৰঃ  

৪) বিকাশৰ ( উন্নয়ন ) ৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ 

৫) বিকাশৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰত পৰা দুটা প্ৰভাৱ উল্লেখ কৰা। 

উত্তৰঃ  

৬) দুটা পৰিৱেশবাদী সংগঠনৰ নাম লিখা।

উত্তৰঃ  

৭) বিকাশৰ উদেশ্য কি বুজাই লিখা। 

উত্তৰঃ  

৮) বিকাশৰ এটা মডেল ব্যাখ্যা কৰা। 

উত্তৰঃ  

৯) উন্নয়নশীল দেশ মানে কি বুজা ?

উত্তৰঃ    

১০) উন্নয়নশীল দেশৰ  দুটা উদ্দেশ্য কি ?

 উত্তৰঃ  

১১) পাৰিপাৰ্শ্বিকতাৰ অৱনতিয়ে কি বুজায় ? 

উত্তৰঃ  

১২) বিকাশ পৰিকল্পনাৰ বিৰুদ্ধে হোৱা দুটা জনপ্ৰিয় আন্দোলন উল্লেখ কৰা। 

উত্তৰঃ       

বস্তুনিষ্ঠ প্ৰশ্নাৱলী ( Objective type question ) : 

১) বিকাশৰ লক্ষ্য কি ? 

উত্তৰঃ  

২) বিকাশৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।   

উত্তৰঃ

৩) ভাৰতৰ বাবে কেনেকুৱা আৰ্হিৰ বিকাশ লাগে ? 

উত্তৰঃ  

৪) বিকাশৰ জৰিয়তে কোন শ্ৰেণীৰ লোক বেছি উপকৃত হয় ?  

উত্তৰঃ   

৫) বিকাশৰ পৰা কোন শ্ৰেণীৰ লোক বেছি ক্ষতিগ্ৰস্ত হয় ?

উত্তৰঃ   

৬) বিকাশৰ ধাৰণাটো গতিশীল নে স্থিতিশীল ?

উত্তৰঃ   

৭) বিকাশে দেশৰ দুখীয়া জনগণক ক্ষতিগ্ৰস্ত কৰাৰ আশংকা থাকে নেকি ?

উত্তৰঃ   

৮) ৰাজনৈতিক বিকাশৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

 উত্তৰঃ    

৯) “বিকাশে কেৱল অৰ্থনৈতিক প্ৰগতিক সূচায় ।” – শুদ্ধ নে অশুদ্ধ ?

উত্তৰঃ   

১০) ৰাষ্ট্ৰসংঘৰ ভূ- সন্মিলন কিমান চনত , কত অনুষ্ঠিত বৈছিল ?

উত্তৰঃ 

১১) UNDP -ৰ সম্পূৰ্ণ অৰ্থ ( ৰূপটো) কি ?

উত্তৰঃ   

১২) “নৰ্মাদা বচাও আন্দোলন’ৰ লগত কোন জড়িত ? 

উত্তৰঃ    

১৩) “নৰ্মাদা বচাও ” আন্দোলনৰ নেত্ৰীগৰাকীৰ নাম কি ?

উত্তৰঃ  

১৪) বিকাশে কি ধাৰণা কঢ়িয়ায় ? 

উত্তৰঃ  

১৫) অৰ্থনৈতিক বিকাশ কি ?  

উত্তৰঃ 

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop