🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

বৰপেটা | AJB Class 6 Assamese Chapter 13 Short Question and Answer Assamese Medium |

১। বৰপেটা পদ্যটিৰ ৰচক কোন?

ক) শৈলধৰ ৰাজখোৱা

খ) নৱকান্ত বৰুৱা

গ) লক্ষ্মীনাথ বেজবৰুৱা

উত্তৰঃ ক) শৈলধৰ ৰাজখোৱা।

২। তেখেতৰ ক’ত জন্ম হৈছিল?

ক) গুৱাহাটীত

খ) ডিব্ৰুগড়ত

গ) যোৰহাটত

উত্তৰঃ খ) ডিব্ৰুগড়ত।

৩। তেখেতৰ কিমান চনত জন্ম হৈছিল?

ক) ১৯৬০ চনত

খ) ২০০০ চনত

গ) ১৮৯০ চনত

উত্তৰঃ গ) ১৮৯০ চনত।

৪। অসম চৰকাৰৰ অতিৰিক্ত সহকাৰী আয়ুক্তৰূপে বিভিন্ন ঠাইত চাকৰি কিমান চনত তেওঁ অৱসৰ গ্ৰহণ কৰে?

ক) ১৯৪৭ চনত

খ) ২০০২ চনত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ১৯৪৭ চনত।

৫। শৈলধৰ ৰাজখোৱা অসমীয়া সাহিত্যত কি কবি ৰূপে খ্যাত?

ক) ধব্বনি কবি ৰূপে

খ) নিজৰাৰ কবি ৰূপে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) নিজৰাৰ কবি ৰূপে।

৬। ধাম শব্দৰ অৰ্থ কি?

ক) পৱিত্ৰ

খ) ধূলি

গ) পৱিত্ৰ ঠাই

উত্তৰঃ গ) পৱিত্ৰ ঠাই।

৭। বাটেৰে যোৱা লোকক কি বুলি কয়?

ক) বাটৰুৱা

খ) আলহী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বাটৰুৱা।

৮। নিজান শব্দৰ অৰ্থ কি?

ক) পৱিত্ৰ

খ) ধূলি

গ) নিৰ্জন

উত্তৰঃ গ) নিৰ্জন।

৯। ৰজ শব্দৰ অৰ্থ কি?

ক) ধূলি

খ) নিৰ্জন

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ধূলি।

১০। এই পদ্যটিৰ কবিজনৰ কিমান চনত মৃত্যু হৈছিল?

ক) ১৯৬৮ চনত

খ) ২০০৬ চনত

গ) ১৯৯২ চনত

উত্তৰঃ ক) ১৯৬৮ চনত।

১১। ইথানৰ শব্দৰ অৰ্থ কি ?

ক) এইফালে

খ) এই ঠাইৰ

গ) ইয়াৰ পৰা।

উত্তৰঃ খ) এই ঠাইৰ।

১২। কবিয়ে বৰপেটাক অসমৰ কি বুলি কৈছে ?

ক) পৱিত্ৰ ঠাই

খ) ধাম

গ) ওপৰৰ দুয়োটা

উত্তৰঃ গ) ওপৰৰ দুয়োটা।

১৩। কি শুনি বাটৰুৱাক কবিয়ে পৰাণ দুৰাই যাবলৈ কৈছে ?

ক) নাম শুনি

খ) গীত শুনি

গ) হৰি গুণৰ নাম শুনি

উত্তৰঃ গ) হৰি গুণৰ নাম শুনি।

১৪। খেল খেলে যি ?

ক) খিলাৰী

খ) খেলুৱৈ

গ) খেলুৱা

উত্তৰঃ খ) খেলুৱৈ

১৫। হাল বায় যি ?

ক) হালোৱা

খ) খেতিয়ক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) হালোৱা।

১৬। নৈত নাৱেৰে বেপাৰ কৰে যি ?

ক) নাৱৰিয়া

খ) কুমাৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

১৭। পাপী + তাপী ?

ক) পাপী = তাপী

খ) পাপী – তাপী

গ) পাপী / তাপী

উত্তৰঃ খ) পাপী – তাপী।

১৮। যিয়ে কাপোৰ বয়ে ?

ক) শিপীনী

খ) কমাৰ

গ) কুমাৰ

উত্তৰঃ ক) শিপীনী

১৯। নীচ শব্দৰ বিপৰীত শব্দ কি ?

ক) তলৰ

খ) ওপৰৰ

গ) উচ্চ

উত্তৰঃ গ) উচ্চ।

২০। দীঘল শব্দৰ বিপৰীত শব্দ কি ?

ক) চুটী

খ) ডাঙৰ

গ) ওপৰৰ দুয়োটা

উত্তৰঃ ক) চুটী

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop