🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

  অসমৰ ৰণ-কৌশল, অস্ত্ৰ- শস্ত্ৰ ইত্য়াদি | AJB Class 7 History Chapter 5 | MCQ’s Question Answer Solution |

অসমৰ ৰণ-কৌশল, অস্ত্ৰ- শস্ত্ৰ ইত্য়াদি

Chapter-5

১) প্ৰথম অবস্থাত অসমৰ অস্থ শস্থ কেনে ধৰণৰ আছিল ?

(ক) যাঠী -জোং, বৰ্শা, ধনু-কাড়, ইটাদি

(খ) ৰাইফল, থমচন, এ.কে.৪৭, ইটাদি

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) যাঠী -জোং, বৰ্শা, ধনু-কাড়, ইটাদি।

২) অসমৰ আহোম ৰাজ্য়ত  স্থায়ী______নাছিল ?

(ক) টকা-পইচা

(খ) ৰাণী

(গ) সৈন্য়বাহিনী

উত্তৰঃ (গ) সৈন্য়বাহিনী।

৩) আহোমৰ সৈন্য়বহাহিনী কাৰ পৰা যোগাৰ কৰিছিল ?

(ক) অসম পুলিচৰ পৰাৈ

(খ) Indian army পৰা

(গ) পাইকসকলৰ পৰা

উত্তৰঃ (গ) পাইকসকলৰ পৰা।

৪) এই ব্য়ৱস্থাটো অতি _____আছিল ?

(ক) নিম্ন

(খ) উচ্চত

(গ) উন্নত

উত্তৰঃ (গ) উন্নত।

৫) ৰজাই লোৱা তৰোৱাল খনৰ নাম কি ?

(ক) দা

(খ) হেংদাং

(গ) হেংবাং

উত্তৰঃ (খ) হেংদাং।

৬) ৰজাৰ ওপৰিও হেংদাং কোনে কোনে লব পৰিছিল ?

(ক) প্ৰধান মন্তি আৰু পলি সেনাপতিসকলে

(খ) কেপতেইন সকলে

(গ) ৰাণীয়ে

উত্তৰঃ (ক) প্ৰধান মন্তি আৰু পলি সেনাপতিসকলে।

৭) যুদ্ধৰ বাবে ব্য়ৱহাৰ কৰা কেইবিধ মান আহিলাৰ নাম লিখা ?

(ক) দা, কোৰ, কোঠা

(খ) ধনু কাড়,দা,তৰোৱাল

(গ) ৰাইফল, ঘোৰা

উত্তৰঃ (খ) ধনু কাড়,দা,তৰোৱাল।

৮) সাধাৰণ সেনাই ব্য়ৱহাৰ কৰা তৰোৱাল হিচাপে ব্য়ৱহাৰ কৰা অস্ত সমূহ কি কি ?

(ক) চুটি নালৰ দীঘল দা, দীঘল মিট দা, নাকৈ দা, কপি দা, নাল দীঘল দা,

(খ) কতাৰি, কোঠা,কোৰ,

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) চুটি নালৰ দীঘল দা, দীঘল মিট দা, নাকৈ দা, কপি দা, নাল দীঘল দা,।

৯) অস্ত তৰোৱালতকৈ _____ শক্তিশালী ?

(ক) দা

(খ) কতাৰি

(গ) ধনু-কাড়

উত্তৰঃ (গ) ধনু-কাড়।

১০) সাধাৰণ ধনু-কাড়ৰৰ বাহিৰে আৰু কি কি ধনু আছে ?

(ক) বৰধনু, চুটিয়া ধনু, কাঁড়ফাই ধনু ইতাদি

(খ) ৰাম ধনু, বৰধনু, ইতাদি

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) বৰধনু, চুটিয়া ধনু, কাঁড়ফাই ধনু ইতাদি।

১১) আহোম সকল অহাৰ আগতে কোন অসমত পৱেশ কৰে ?

(ক) মিয়া সকল

(খ) বঙ্গালী সকল

(গ) মুছলমান সকল

উত্তৰঃ (গ) মুছলমান সকল।

১২) হিলৈ, বৰটোপ আদিৰ ব্য়ৱহাৰ কৰিবৰ কাৰণে প্ৰয়োজনীয় খাৰ কোনে যোগান ধৰে ?

(ক) খাৰঘৰীয়া, খাৰকৰীয়া আৰু মোগল সকলে

(খ) ৰঘৰীয়া, খাৰকৰীয়া আৰু গান্ধীয় সকলে

(গ) ৰঘৰীয়া, খাৰকৰীয়া আৰু মীয়া সকলে

উত্তৰঃ (খ) ৰঘৰীয়া, খাৰকৰীয়া আৰু গান্ধীয় সকলে।

১৩) হিলৈ যুদ্ধতযিটো খেলে পৰিচালনা কৰিছিল তেওঁ লোকক কডি বোলি কৈছিল?

(ক) হিলৈ চালক

(খ) হিলৈদাৰী

(গ) হিলৈচালন

উত্তৰঃ (খ) হিলৈদাৰী।

১৪) কোঁৱৰ হিলৈদাৰী আৰু নৰা হিলৈদাৰী দাৰিত্ব কেইটা খেলক দিছিল ?

(ক) ১ টা

(খ) ২ টা

(গ) ৩ টা

উত্তৰঃ (খ) ২ টা।

১৫) বৰটোপৰ গুলী কত আৰু কোনে তৈয়াৰ কৰে ?

(ক) মৰিগাঁওত কলিতা সকলে

(খ) শিৱসাগৰত শিলকুটিসকলে

(গ) কামৰূপত মোগলসকলে

উত্তৰঃ (খ) শিৱসাগৰত শিলকুটিসকলে।

১৬) কি বস্তুৰে হিলৈবোৰ সাজিছিল ?

(ক) কঠিন শিলেৰে আৰু পোৱা লোহাৰে

(খ) পিতলৰমৰিৰে আৰু শিলেৰে

(গ) বাহ আৰু বেতেৰে

উত্তৰঃ (ক) কঠিন শিলেৰে আৰু পোৱা লোহাৰে।

১৭) আহোম সকলে যুদ্ধৰ যাায়তৰ বাবে কি পথ ব্য়ৱহাৰ কৰিছিল ?

(ক) জল পথ আৰু বায়ুপথ

(খ) জলপথ আৰু স্থলপথ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) জলপথ আৰু স্থলপথ।

১৮) আহোম যোগৰ যুদ্ধৰ প্ৰধান আহিলা কি ?

(ক) ধনু

(খ) মহ

(গ) নাওঁ

উত্তৰঃ (গ) নাওঁ।

Type By- Subhas Nath

 

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop