🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

খাদ্য আৰু ইয়াৰ উৎস | AJB Class 6 Science Chapter 2 | MCQ Question Answer Solution |

খাদ্য আৰু ইয়াৰ উৎস

Chapter-2

(১) হৰিণ এবিধ

(ক) সৰ্বভোজী

(খ) মাংসভোজী

(গ)তৃণভোজী প্ৰাণী

উত্তৰঃ (গ)তৃণভোজী প্ৰাণী।

(২) মৌ হল

(ক) শৰ্কৰা

(খ) প্ৰটিন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) শৰ্কৰা।

(৩) খাদ্য গ্ৰহণৰ ওপৰত ভিত্তি কৰি প্ৰাণীক কেই ভাগত ভাগ কৰা হৈছে

(ক) ২

(খ) ৩

(গ)ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ৩।

(৪) বাঘ এবিধ

(ক) মাংসভোজী

(খ) সৰ্বভোজী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মাংসভোজী।

(৫) মানুহ হল

ক) (ক) তৃণভোজী

খ) (খ) সৰ্বভোজী

গ) (গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) (খ) সৰ্বভোজী।

(৬) খাদ্য হল জীৱৰ চালিকা শক্তি

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।

(৭) গাজৰ হল উদ্ভিদৰ

(ক) বীজ

(খ) শিপা

(গ) ফল

উত্তৰঃ (খ) শিপা।

(৮) চাউল হল উদ্ভিদৰ

(ক) শিপা

(খ) কাণ্ড

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

(৯) তৃণভোজী প্ৰাণীয়ে কেৱল উদ্ভিদ বা উদ্ভিদজাত সামগ্ৰীহে খায়

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।

(১০) মাংসভোজী  প্ৰাণীয়ে আন প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।

১১/ পিঁয়াজ হল উদ্ভিদৰ

(ক) কাণ্ড

(খ) বিজ

(গ) ফল

উত্তৰঃ (ক) কাণ্ড।

১২/ ভাতৰ উপকৰণ কি

(ক) চাউল

(খ) ঘেঁহু

(গ) মটৰমাহ

উত্তৰঃ (ক) চাউল।

১৩/ উৎকৃষ্ট ফল বিধৰ নাম কি

ক) (ক) মধুৰিআম

খ) (খ) কল

গ) (গ) আম

উত্তৰঃ খ) (খ) কল।

১৪/ তৃণভোজী প্ৰাণী বিধ কি

(ক) ছাগলী

(খ) মেকুৰী

(গ) বাঘ

উত্তৰঃ (ক) ছাগলী।

১৫/ সৰ্বভোজী প্ৰাণীবিধ কি

(ক) সিংহ

(খ) মানুহ

(গ) কুকুৰ

উত্তৰঃ (খ) মানুহ।

১৬/ মাংসভোজী প্ৰাণীবিধ কি?

(ক) বাঘ

(খ) হৰিণা

(গ) ম’হ

উত্তৰঃ (ক) বাঘ।

১৭/ গছৰ পাতত কি থাকে 

(ক) হৰিৎকণা

(খ) কাৰ্বন-ডাই-অক্সাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হৰিৎকণা

১৮/ পঞ্জাবী ঠাইত তেওঁলোকে কি খাদ্য় খায়

(ক) পোলাও

(খ) ভাত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পোলাও।

১৯/ ৰাজস্থানত প্ৰধান খাদ্য় কি

(ক) দোচা

(খ) চুৰ্ মা

(গ) মাছ

উত্তৰঃ (খ) চুৰ্ মা।

২০/ দক্ষিণ-ভাৰতৰ প্ৰধান খাদ্য় কি

(ক) ৰুটী

(খ) ভাত

(গ) গাখীৰ

উত্তৰঃ (খ) ভাত

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop