খাদ্যৰ পৰিষ্কৰণ | AJB Class 6 Social Science Chapter 4 | MCQ Question Answer Solution |

খাদ্যৰ পৰিষ্কৰণ

Chapter- 4

(১) জুলীয়া পদাৰ্থ পৰা কঠিন পদাৰ্থ জমা হোৱা প্ৰক্ৰিয়াটো হল

(ক) অৱক্ষেপণ

(খ) আস্ৰাৱণ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) অৱক্ষেপণ।

(২) ধানৰ পৰা পতান পৃথক কৰা পদ্ধতিটো হল

(ক) জৰা

(খ) মৰণা মৰা

(গ) চালন

উত্তৰঃ (ক) জৰা।

(৩) মিশ্ৰ কেই প্ৰকাৰ

(ক) ২

(খ) ৩

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়।

(৪) বাষ্পীভৱন প্ৰক্ৰিয়াৰে গোটা-জুলীয়া মিশ্ৰৰ পৰা জুলীয়া পদাৰ্থ পৃথক কৰিব পাৰি

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।

(৫) মিশ্ৰ তৈয়াৰ হোৱাত ব্যৱহাৰ হোৱা পদাৰ্থবোৰক মিশ্ৰৰ উপাদান বোলে।

(ক) হয়

(খ)নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।

(৬) গেছীয় পদাৰ্থক জুলীয়ালৈ পৰিৱৰ্তন কৰা পদ্ধতিটো হল

(ক) ঘনীভৱন

(খ) বাষ্পীভৱন

(গ) অৱক্ষেপণ

উত্তৰঃ (ক) ঘনীভৱন।

(৭) কি পদ্ধতিৰে পানী আৰু কঠিন অদ্ৰৱণীয় পদাৰ্থৰ মিশ্ৰৰ পৰা উপাদান দুবিধ পৃথক কৰিব পাৰি।

(ক) অৱক্ষেপণ

(খ) বাষ্পীভৱন

(গ) পৰিস্ৰাৱণ

উত্তৰঃ (গ) পৰিস্ৰাৱণ।

(৮) বাষ্পীভৱন প্ৰক্ৰিয়াৰে গোটা-জুলীয়া মিশ্ৰৰ পৰা জুলীয়া পদাৰ্থ পৃথক কৰিব পাৰি।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।

(৯) কি পদ্ধতিৰে জুলীয়া আৰু ইয়াত দ্ৰৱীভূত নোহোৱা গধুৰ গোটা পদাৰ্থক পৃথক কৰিব পাৰি।

(ক) পৰিস্ৰাৱণ

(খ) আস্ৰাৱণ

(গ) ঘনাভৱন

উত্তৰঃ (খ) আস্ৰাৱণ।

(১০) দৈনন্দিন জীৱনৰ বিভিন্ন কামত মিশ্ৰ পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰা হয়।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।

১১/ পানী কি পদাৰ্থ প্ৰক্ৰিয়া

(ক) জুলীয়া পদাৰ্থ

(খ) কঠিন পদাৰ্থ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) জুলীয়া পদাৰ্থ।

১২/ কঠিন পদাৰ্থৰ উদাহৰণ কি

(ক) পানী

(খ) নিমখ

(গ) মাটি

উত্তৰঃ (খ) নিমখ।

১৩/ ঘেঁহু বাকলি আৰু আটা কি পদ্ধতিত পৃথক কৰিব পাৰি

(ক) চালন পদ্ধতি

(খ) জৰা পদ্ধতি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) চালন পদ্ধতি।

১৪/ চালাড এবিধ কি

(ক) মিশ্ৰ

(খ) কৃষি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মিশ্ৰ।

১৫/ মিশ্ৰটোত থকা প্ৰতিবিধ বস্তৱেই হল

(ক) কৃষি

(খ) উপাদান

(গ) শস্য়

উত্তৰঃ (খ) উপাদান।

১৬/ পানীৰ সৈতে বালি বা নিমখ মিহলালে মিশ্ৰ পোৱা যায় নে

(ক) যায়

(খ) নাযায়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) যায়।

১৭/ পানীত বালি মিহলালে দ্ৰবীভূত হয়নে

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) নহয়।

১৮/ ফিল্টাৰ কাগজৰ মাজেৰে পানী সৰকি যোৱা মাটি কণিকাবোৰক কি পদ্ধতি বোলা হয়

(ক) অৱক্ষেপণ

(খ) আস্ৰাৱণ

(গ) পৰিস্ৰাৱণ

উত্তৰঃ (গ) পৰিস্ৰাৱণ।

১৯/ সাগৰৰ পানী কি?

(ক) জুলীয়া

(খ) লুণীয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) লুণীয়া।

২০/ পানীত নিমখ মিহলালে দ্ৰৱীভূত হয়নে

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop