🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

পূৰ্ণানন্দ বুঢ়াগোহাঁই | AJB Class 6 History Chapter 11 | MCQ Question Answer Solution |

পূৰ্ণানন্দ বুঢ়াগোহাঁই

Chapter- 11

1. আহোম ৰাজ্য়ৰ ৰজাঘৰত ভিতৰুৱা কি সময়?

ক) মন্দলৰ

খ) কন্দলৰ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) কন্দলৰ।

2. কাৰ মৃত্য়ৰ পিছত গৌৰীনাথ সিংহ আহোমৰ ৰজা হয়?

ক) স্বৰ্গদেউ লক্ষীসিংহৰ

খ) স্বৰ্গদেউ প্ৰতাপসিংহৰ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) স্বৰ্গদেউ লক্ষীসিংহৰ।

3. কিমান খ্ৰি.ৰপৰা কিমান চনলৈ প্ৰায় ৩৪/৩৫ বছৰে আহোম ৰাজ্য়ৰ ৰাজমন্ত্ৰী আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁই। 

ক) ১৭৮২ খ্ৰিৰ পৰা ১৮১৭ চনলৈ

খ) ১৭৮২ খ্ৰি.ৰপৰা ১৭১৮ চনলৈ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) ১৭৮২ খ্ৰিৰ পৰা ১৮১৭ চনলৈ।

4. বুঢ়াগোহাঁয়ে একলেই প্ৰায় কিমান বছৰ কাল ৰংপুৰ নগৰ বিদ্ৰোহীৰ হাতৰপৰা ৰক্ষা কৰি থাকিল?

ক) ৫ বছৰ

খ) ৭বছৰ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ৭বছৰ।

5. ৰজাক বিদ্ৰোহীৰ হাতৰপৰা সৰুৱাই কিহৰ বাবে নামনি অসমলৈ পঠালে?

ক) দল সংগ্ৰহৰ

খ) সৈন্য় সংগ্ৰহৰ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) সৈন্য় সংগ্ৰহৰ।

6. কি নামেৰে পৰিচিত এই গড় নিৰ্মাণ কৰি বুঢ়াগোহাঁয়ে নগৰখন সুৰক্ষিত কৰি ৰাখিলে?

ক) বিবুধি গড়

খ) বিবুধ গড়

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) বিবুধি গড়।

7. কাৰ সহযোগত মোৱামৰীয়া বিদ্ৰোহ দমন কৰিলেও ৰংপুৰ নগৰ শ্ৰীহীন হৈ পৰিল?

ক) ব্ৰিটিছ বাহিনীৰ

খ) মোগলৰ

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ ক) ব্ৰিটিছ বাহিনীৰ।

8. বুঢ়াগোহাঁয়ে কোঠ মাৰি ভেটি স্থাপন কৰা দিচৈ নৈৰ পাৰৰ ক’ত ৰাজধানী পাতিলে।

ক) গুৱাহাটীত

খ) যোৰহাটত

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) যোৰহাটত।

9. বদনচন্দ্ৰৰ কথাত পতিয়ন গৈ মানৰজাই কিমান খ্ৰ.ত অসমলৈ মানসৈন্য় পঠালে?

ক) ১৭১৮

খ) ১৮১৭

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ১৮১৭।

10. কিমান বছৰ সময়ত তিনিজন ৰজাৰ শাসন কালত নিজৰ দায়িত্ব পালন কৰিছিল?

ক) ৩৮

খ) ৩৪

গ) ওপৰৰ দুইটা হয়

উত্তৰঃ খ) ৩৪।

11. গৌৰীনাথ সিংহ অপুত্ৰক হৈ হোৱা মৃত্য়ুৰ পাছত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে পূৰ্বৰ গদাধৰ সিংহৰ বংশধৰ কিনাৰামক কি নাম দি সিংহাসনত বহুৱায় ? 

ক) কমলেশ্বৰ নাম দি

খ) ফুলেশ্বৰ নাম দি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) কমলেশ্বৰ নাম দি

12. স্বৰ্গদেউ লক্ষীসিংহৰ মৃত্য়ুৰ পিছত কোন আহোম ৰজা হয় ? 

ক) কমলেশ্বৰ সিংহ

খ) গৌৰীনাথ সিংহ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) গৌৰীনাথ সিংহ।

13. কাৰ মৃত্য়ুৰ পিছত পুতেক পূৰ্ণানন্দই বুঢ়াগোহাঁই পদবী লাভ কৰে ? 

ক) ঘনশস্য়াম বুঢ়াগোহাঁইৰ মৃত্য়ুৰ পিছত

খ) গৌৰীলাথ সিংহৰ মৃত্য়ুৰ পিছত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ঘনশস্য়াম বুঢ়াগোহাঁইৰ মৃত্য়ুৰ পিছত।

14. মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰাজ্য়ত কি কি ধ্বংস কৰিছিল ? 

ক) খেতি-বাতি, শস্য়, গৰু-ম’হ

খ) গৰু, ছাগলী, ম’হ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) খেতি-বাতি, শস্য়, গৰু-ম’হ।

15. বিদ্ৰোহৰ সময়ত বহুতো প্ৰজাই, কি কি এৰি পলাই আছিল ?  

ক) ল’ৰা ছোৱালীসহ ঘৰ-বাৰী এৰি

খ) গৰু, ছাগলী ম’হ এৰি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ল’ৰা ছোৱালীসহ ঘৰ-বাৰী এৰি।

16. পূৰ্ণানন্দৰ কৃতিত্ব আৰু ৰণ নৈপুণ্য়তাৰ কথা শুনি কেপ্টেইন ওৱেলচে তেওঁক এজন কি অভিজাত প্ৰধানমন্ত্ৰী বুলি ভাবিছিল  ? 

ক) এজন বয়সীয়াল অভিজাত প্ৰধানমন্ত্ৰী বুলি

খ) এজন সৰু অভিজাত প্ৰধানমন্ত্ৰী বুলি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) এজন বয়সীয়াল অভিজাত প্ৰধানমন্ত্ৰী বুলি।

17. ব্ৰিটিছ বাহিনীৰ সহযোগত মোৱামৰীয়া বিদ্ৰোহ দমন কৰিলেও ৰংপুৰ নগৰ কি হৈ পৰিল ? 

ক) শক্তি শালী হৈ পৰিল

খ) শ্ৰীহীন হৈ পৰিল

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) শ্ৰীহীন হৈ পৰিল।

18. কিমান খ্ৰি.ত কমলেশ্বৰ সিংহ বসন্ত ৰোগত মৃত্য়ু হয় ? 

ক) ১৮১১

খ) ১৮২২

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ১৮১১।

19. দোষ-গুণৰ সমাহাৰে জীৱন কটোৱা এইজন  বুঢ়াগোহাঁয়ে কিমান খ্ৰি.ত মৃত্য়ুবৰণ কৰে ? 

ক) ১৮৬২

খ) ১৮১৭

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ১৮১৭।

20. তাৎক্ষণিকভাৱে বৰৰজা ফুলেশ্বৰী কুঁৱৰী আৰু কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কাৰ্যই মাৱামৰীয়াসকলৰ জ্বলা জুইত কি ঢালিছিল ? 

ক) তেল

খ) ঘিঁউ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ঘিঁউ।

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop