বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা | AJB class 6 Science Chapter 9 | MCQ Question Answer Solution |

বায়ু আৰু ইয়াৰ প্ৰয়োজনীয়তা 

Chapter-9

1. বতাহ কাক বোলে ?

ক) বায়ু এফালৰ পৰা আনফাললৈ গতি কৰিলে তাক বতাহ বোলে

খ) বতাহ খুব জোৰেৰে বলিলে তাক বতাহ বোলে

গ) বায়ুমণ্ডলকে বতাহ বোলে

উত্তৰঃ ক) বায়ু এফালৰ পৰা আনফাললৈ গতি কৰিলে তাক বতাহ বোলে।

2. ধুমুহা কাক বোলে ? 

ক) বতাহ খুব জোৰেৰে বলিলে তাক ধুমুহা বোলে

খ) বায়ুমণ্ডলকে ধুমুহা বোলে

গ) এফালৰ পৰা আনফাললৈ গতি কৰিলে তাক ধুমুহা বোলে

উত্তৰঃ ক) বতাহ খুব জোৰেৰে বলিলে তাক ধুমুহা বোলে।

3. আমাৰ পৃথিৱীখনক বায়ুৰ এটা তৰপে আগুৰি আছে সেই তৰপটোক কি বোলে ? 

ক) বতাহ

খ) ধুমুহা

গ) বায়ুমণ্ডল

উত্তৰঃ গ) বায়ুমণ্ডল।

3. আমাৰ পৃথিৱীখনক বায়ুৰ এটা তৰপে আগুৰি আছে সেই তৰপটোক কি বোলে ? 

ক) বতাহ

খ) ধুমুহা

গ) বায়ুমণ্ডল

উত্তৰঃ গ) বায়ুমণ্ডল

4. জুই জ্বলাবলৈ কি গেছৰ সহায় লাগে ? 

ক) আক্সিজেন

খ) নাইট্ৰ’জেন

গ) কাৰ্বন ডাইআক্সাইড

উত্তৰঃ ক) আক্সিজেন।

5. বায়ুত অতি কম পৰিমাণে থকা গেছবিধৰ নাম কি ? 

ক) কাৰ্বন ডাইঅক্সাইড

খ) নাইট্ৰ’জেন

গ) অক্সিজেন

উত্তৰঃ ক) কাৰ্বন ডাইঅক্সাইড।

6. বায়ুত বেছি পৰিমাণে থকা গেছবিধৰ নাম কি ?

ক) অক্সিজেন

খ) নাইট্ৰ’জেন

গ) কাৰ্বন ডাইক্সাইড

উত্তৰঃ খ) নাইট্ৰ’জেন।

7. নদী, হ্ৰদ, সাগৰ, মহাসাগৰ আদিৰ পানী কাৰ সহায়ত বাষ্পীভূত হয় ? 

ক) সূৰ্য্যৰ সহায়ত

খ) বতাহৰ সহায়ত

গ) বৰষুণৰ সহায়ত।

উত্তৰঃ ক) সূৰ্য্যৰ সহায়ত।

8. উদ্ভিদে কিহৰ সহায়ত উশাহ লয় ?

ক)পাতত থকা পত্ৰৰন্ধ্ৰৰ সহায়ত

খ) বতাহৰ সহায়ত

গ) শিপাৰ সহায়ত

উত্তৰঃ ক)পাতত থকা পত্ৰৰন্ধ্ৰৰ সহায়ত।

9. এবিধ মিশ্ৰ পদাৰ্থৰ নাম কি ?

ক) বায়ু

খ) ধূলিকণা

গ) আক্সিজেন

উত্তৰঃ ক) বায়ু।

10. জীৱই শ্বাসনত কি গেছ ব্যৱহাৰ কৰে ?

ক) অক্সিজেন

খ) নাইট্ৰ’জেন

গ) কাৰ্বন ডাইঅক্সাইড

উত্তৰঃ ক) অক্সিজেন।

11. উদ্ভিদে সালোক-সংশ্লেষণত কাৰ্বন ডাইঅক্সাইড ব্যৱহাৰ কৰি কি গেছৰ উৎপন্ন কৰে ?

ক) অক্সিজেন

খ) নাইট্ৰ’জেন

গ) জলীয়বাষ্প

উত্তৰঃ ক) অক্সিজেন।

12. তিমি মাছ, ডলফিন, শিহু আদি জলচৰ প্ৰাণীবোৰে কিহৰ সহায়ত উশাহ লয় ?

ক) হাঁওফাঁওৰ সহায়ত

খ) ছালৰ সহায়ত

গ) সৰু সৰু বিন্ধাৰ সহায়ত

উত্তৰঃ ক) হাঁওফাঁওৰ সহায়ত।

13. বায়ু প্ৰদূষিত বোৱা এটা কাৰণ কি ?

ক) কল-কাৰখানা, যান-বাহন আদিৰ পৰা ওলোৱা ধোঁৱা

খ) গছ-গছনিৰ বৃদ্ধি

গ) জনসংখ্যাৰ বৃদ্ধি

উত্তৰঃ ক) কল-কাৰখানা, যান-বাহন আদিৰ পৰা ওলোৱা ধোঁৱা।

14. বায়ুত থকা গেছৰ সংখ্যা কিমান ?

ক) এবিধ

খ) তিনিবিধ

গ) কেইবাবিধ

উত্তৰঃ খ) তিনিবিধ।

15. কেঁচুৰ শ্বাস-অংগবিধ কি ?

ক) নাক

খ) কাণ

গ) ছাল

উত্তৰঃ গ) ছাল।

16. তলৰ কোনবিধ জলচৰ প্ৰাণীয়ে হাঁওফাঁওৰ সহায়ত উশাহ লয় ?

ক) ডলফিন

খ) মাছ

গ) কেঁকোৰা

উত্তৰঃ ক) ডলফিন।

17. পতংগবোৰে কিহৰ সহায়ত উশাহ লয় ?

ক) সিহতৰ দেহত থকা সৰু সৰু বিন্ধাৰে

খ) ছালৰ সহায়ত

গ) নাকেৰে

উত্তৰঃ ক) সিহতৰ দেহত থকা সৰু সৰু বিন্ধাৰে।

18. উদ্ভিদে সালোক-সংশ্লেষণত কি গেছ ব্যৱহাৰ কৰে আৰু কি গেছৰ উৎপন্ন কৰে ?

ক) কাৰ্বন ডাইঅক্সাইড গেছ ব্যৱহাৰ কৰে আৰু অক্সিজেন গেছ উৎপন্ন কৰে

খ) অক্সিজেন গেছ ব্যৱহাৰ কৰে আৰু কাৰ্বন ডাইঅক্সাইড গেছ উৎপন্ন কৰে

গ) কাৰ্বন ডাইঅক্সাইড গেছ ব্যৱহাৰ কৰে আৰু নাইট্ৰ’জেন গেছ উৎপন্ন কৰে

উত্তৰঃ ক) কাৰ্বন ডাইঅক্সাইড গেছ ব্যৱহাৰ কৰে আৰু অক্সিজেন গেছ উৎপন্ন কৰে।

19. সকলো জীৱকে জীয়াই থাকিবৰ বাবে কিহৰ প্ৰয়োজন হ’য়?

ক) বায়ুৰ

খ) খাদ্য

গ) বাসস্থান

উত্তৰঃ ক) বায়ুৰ।

20. বায়ু-প্ৰদূষণ ৰোধ কৰিব পৰা এটা প্ৰতিকাৰ লিখা ? 

ক) প্ৰচুৰ পৰিমাণে গছপুলি ৰুব লাগিব

খ) টায়াৰ আদি জ্বলাব লাগিব

গ) গছগছনি কাটিব লাগিব

উত্তৰঃ ক) প্ৰচুৰ পৰিমাণে গছপুলি ৰুব লাগিব

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping