ভূগোল অধ্যয়নৰ আহিলা আৰু সঁজুলি | AJB Class 6 Social Science Chapter 14 | MCQ Question Answer Solution |

ভূগোল অধ্যয়নৰ আহিলা আৰু সঁজুলি

Chapter-14

(১) কিহৰ সহায়ত দুখন ঠাইৰ মাজৰ দূৰত্ব জুখিব পাৰি?

ক) মাপনীৰ সহায়ত

খ) গোলকৰ সহায়ত

গ) ভূচিত্ৰাৱলীৰ সহায়ত

উত্তৰঃ ক) মাপনীৰ সহায়ত।

(২) কিহৰ সহায়ত সৰু সৰু মেপবোৰ আঁকিব পাৰি?

ক) ভূচিত্ৰাৱলীৰ সহায়ত

খ) স্কেলৰ সহায়ত

গ) আৰ্হিৰ সহায়ত

উত্তৰঃ খ) স্কেলৰ সহায়ত।

(৩) পৃথিৱীৰ উপৰিভাগত মহাদেশ কেইখন?

ক) ৫ খন

খ) ৬ খন

গ) ৭ খন

উত্তৰঃ গ) ৭ খন।

(৪) পৃথিৱীৰ উপৰিভাগত মহাসাগৰ কেইখন ?

ক) ৪ খন

খ) ৫ খন

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) ৫ খন।

(৫) ইয়াৰ ভিতৰত মহাদেশ কোনখন ?

ক) এছিয়া

খ) চীন

গ) আমেৰিকা

উত্তৰঃ ক) এছিয়া।

(৬) প্ৰাকৃতিক মানচিত্ৰত কোনবোৰ পৰে?

ক) নিৰ্দিষ্ট সীমা, ৰেলপথ আদি

খ) পৰ্বত পাহাৰ, নদ-নদী আদি

গ) কৃষি, উদ্যোগ আদি

উত্তৰঃ খ) পৰ্বত পাহাৰ, নদ-নদী আদি।

(৭) কাক মেপ বুলি কোৱা হয়?

ক) গোলকক

খ) স্কেলক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(৮) পৃথিৱীৰ পৰিধি কিমান?

ক) প্ৰায় ৩০,০০০ কি.মি.

খ) প্ৰায় ৪০,০০০ কিমি.

গ) প্ৰায় ৪৫,০০০ কি.মি

উত্তৰঃ খ) প্ৰায় ৪০,০০০ কিমি.।

(৯) সাংকেতিক চিহ্নবোৰ কি কৰিবলৈ ব্য়ৱহাৰ কৰা হয়?

ক) তলৰ এটাও নহয়

খ) পৃথিৱীৰ উপৰিবাগত থকা বিভিন্ন ধৰণৰ অবয়ৱবোৰ বুজাবলৈ?

গ) জোখ মাখৰ বাবে ব্য়ৱহাৰ কৰিবলৈ

উত্তৰঃ খ) পৃথিৱীৰ উপৰিবাগত থকা বিভিন্ন ধৰণৰ অবয়ৱবোৰ বুজাবলৈ?

(১০) গোলক পৃথিৱীখনৰ কি ?

ক) মডেল

খ) মানচিত্ৰ

গ) ছবি

উত্তৰঃ ক) মডেল।

(১১) ভূগোল বিষয়টোৰ বাবে লাগতিয়াল আহিলা আৰু সঁজুলি কিছুমান কি কি?

ক) গোলক, স্কেল বা মাপনী, মানচিত্ৰ, ভূচিত্ৰাৱলী, ছবি, আৰ্হি বা মডেল।

খ) কম্পিউটাৰ, টেপ বা ভিডিঅ, টেলিভিছনৰ গোলক, ছবি, আৰ্হি বা মডেল।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) গোলক, স্কেল বা মাপনী, মানচিত্ৰ, ভূচিত্ৰাৱলী, ছবি, আৰ্হি বা মডেল।

(১২) কি কি সহায়ত সৰু সৰু মেপবোৰ আঁকিব পাৰি?

ক) স্কেল বা মাপনীৰ।

খ) ছবি বা মাপনীৰ।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) স্কেল বা মাপনীৰ।

(১৩) কি কি সহায়ত দুখন ঠাইৰ দূৰত্ব জুখিব পাৰি?

ক) তলৰ এটাও নহয়

খ) কম্পিউটাৰ বা মাপনীৰ।

গ) স্কেল বা মাপনীৰ।

উত্তৰঃ গ) স্কেল বা মাপনীৰ।

(১৪) মানচিত্ৰ কেই প্ৰকাৰৰ?

ক) ৫ প্ৰকাৰৰ।

খ) মানচিত্ৰ বিভিন্ন প্ৰকাৰৰ।

গ) ৩ প্ৰকাৰৰ।

উত্তৰঃ ক) ৫ প্ৰকাৰৰ।

(১৫)  কেইবাখনো মানচিত্ৰ একেলগ কৰি প্ৰস্তুত কৰা কিতাপখনক কি বোলা হয়?

ক) তলৰ এটাও নহয়।

খ) ভূচিত্ৰাৱলী বোলা হয়।

গ) পূচিত্ৰাৱলী বোলা হয়।

উত্তৰঃ খ) ভূচিত্ৰাৱলী বোলা হয়।

(১৬)  নিৰ্দিষ্ট জোখ-মাপ থকা চিত্ৰই কি মানচিত্ৰ বুলি কোৱা হয়?

ক) প্ৰকৃততে মানচিত্ৰ বুলি কোৱা হয়?

খ) প্ৰাকৃতিক মানচিত্ৰ বুলি কোৱা হয়?

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) প্ৰকৃততে মানচিত্ৰ বুলি কোৱা হয়?

(১৭) মানচিত্ৰক কি বুলি কোৱা হয়?

ক) তলৰ এটাও নহয়।

খ) মানচিত্ৰক মানচিত্ৰ বুলি কোৱা হয়

গ) মেপ বুলিও কোৱা হয়?

উত্তৰঃ গ) মেপ বুলিও কোৱা হয়?

(১৮) মানচিত্ৰত উপস্থাপন কৰা উপাদানবোৰক বুজাবলৈ কিছুমান বিশেষ চিহ্ন ব্য়ৱহাৰ কৰা হয়। এনে চিহ্নবোৰক কি বোলে?

ক) চিহ্নবোৰক

খ) মানচিত্ৰত

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ গ) ওপৰৰ এটাও নহয়।

(১৯) কি সহায়ত দুখন ঠাইৰ দূৰত্ব জুখিব পাৰি।

ক) তলৰ এটাও নহয়।

খ) মাপনীৰ সহায়ত জুখিব পাৰি।

গ) মিটাৰ সহায়ত জুখিব পাৰি।

উত্তৰঃ খ) মাপনীৰ সহায়ত জুখিব পাৰি।

(২০) যিবোৰ মানচিত্ৰত প্ৰাকৃতিক ভূ-অৱয়ব, বিষয়বস্তু উপস্থাপন পৰা হয় তাকে কি বুলি কোৱা হয়? 

ক) প্ৰাকৃতিক মানচিত্ৰ বোলে।

খ) মানচিত্ৰ বোলে।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) প্ৰাকৃতিক মানচিত্ৰ বোলে।

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop