🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

সোণতকৈও মূল্য়বান | AJB Class 5 Assamese Chapter 18 MCQ’s Assamese Medium | Class 5 Assamese Chapter 18 MCQ’s Type Question Answer |

Chapter- 18

সোণতকৈও মূল্য়বান

১। খাৰুৱা তেল কি?

(ক) জৈৱিক সম্পদ

(খ) মাটিৰ তলত সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক সম্পদ

(গ) এটাও নহয়

উত্তৰ- (খ) মাটিৰ তলত সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক সম্পদ ।

২। পনীয়া সোণ বুলি কি বস্তুক কোৱা হয়?

(ক) খাৰুৱা তেলক

(খ) পানীক

(গ) এটাও নহয়

উত্তৰ- (ক) খাৰুৱা তেলক ।

৩। খাৰুৱা তেলৰ কেনেকৈ আৱিস্কাৰ হৈছিল?

(ক) জীৱ-জন্তুৰ পৰা

(খ) মৃত গছ-গছনি আৰু প্ৰাণীদেহৰ পচন হৈ

(গ) এটাও নহয়

উত্তৰ- (খ) মৃত গছ-গছনি আৰু প্ৰাণীদেহৰ পচন হৈ ।

৪। খাৰুৱা তেল ভাণ্ডাৰবোৰত কম-বেছি পৰিমাণে এবিধ গেছো থাকে । এই গেছবিধক কি বোলে?

(ক) অজৈৱিক পদাৰ্থ

(খ) প্ৰাকৃতিক গেছ

(গ) এটাও নহয়

উত্তৰ- (খ) প্ৰাকৃতিক গেছ ।

৫। খাৰুৱা তেলৰ অনুসন্ধান কৰা কাৰ্যক কি বুলি কোৱা হয়?

(ক) অনিশ্চয়তাৰ খেল

(খ) নিশ্চয়তাৰ খোল

(গ) এটাও নহয়

উত্তৰ- (ক) অনিশ্চয়তাৰ খেল ।

৬। কুপ খান্দি ভূগৰ্ভৰ পৰা তেল আহৰণ কৰা কথাটো কোনে প্ৰথমে ভাবি উলিয়াইছিল তাৰ স্পষ্ট প্ৰমাণ নাই যদিও কাক এই কথাটোত কৃতিত্ব দিয়া হয়?

(ক) আমেৰিকাৰ জৰ্জ এইছ বিছেলক

(খ) তেল কোম্পানীক

(গ) এটাও নহয়

উত্তৰ- (ক) আমেৰিকাৰ জৰ্জ এইছ বিছেলক ।

৭। খাৰুৱা তেল ব্য়ৱহাৰৰ উপযোগী কৰিবলৈ পোনতে কি কৰিব লাগে?

(ক) লেতেৰা কৰি তাৰ পিছত পৰিষ্কাৰ কৰিব লাগে

(খ) শোধন কৰিব লাগে

(গ) এটাও নহয়

উত্তৰ- (খ) শোধন কৰিব লাগে ।

৮। ভাৰতবৰ্ষৰ প্ৰথম কুপটো ক’ত খন্দা হৈছিল?

(ক) অসমৰ জয়পুৰত

(খ) অসমৰ ডিগবৈত

(গ) এটাও নহয়

উত্তৰ- (ক) অসমৰ জয়পুৰত ।

৯।ডিগবৈ তৈলক্ষেত্ৰ কিমান চনত আৱিষ্কাৰ হৈছিল?

(ক) ১৮৫৯ চনত

(খ) ১৮৮২ চনত

(গ) এটাও নহয়

উত্তৰ- (খ) ১৮৮২ চনত ।

১০। আহৰণ শব্দৰ অৰ্থ কি?

(ক) গোটাই অনা কাৰ্য্য়, সংগ্ৰহ

(খ) সম্পূৰ্ণৰূপে নিশ্চিত

(গ) এটাও নহয়

উত্তৰ- (ক) গোটাই অনা কাৰ্য্য়, সংগ্ৰহ ।

Type by- Bikul Mandal

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop