১। বিদ্য়ুতৰ ঘৰ ক’ত?

() শিৱসাগৰত

() নলবাৰীত

() এটাও নহয়

২। প্ৰদ্য়ুতৰ ঘৰ ক’ত?

() নলবাৰীত

() শিৱসাগৰত

() এটাও নহয়

৩। কিমান তাৰিখে বিদ্য়ুত প্ৰদ্য়ুতৰ মোমায়েকৰ পৰিয়ালটোৰ লগত নলবাৰীলৈ যাত্ৰা কৰিছিল?

() ১৫ এপ্ৰিল

() ১২ এপ্ৰিল

() এটাও নহয়

৪। সাধাৰণতে প্ৰত্য়েক ভঠেলিতে কেইটাকৈ পাৰ থাকে?

() দুটাকৈ

() তিনিটাকৈ

() এটাও নহয়

৫। কলপটুৱাৰে সজা সেই ঘৰটোৰ কি ঘৰ বোলে?

() নামঘৰ

() ভঠেলি-ঘৰ

() এটাও নহয়

৬। আচ্ছন্ন শব্দৰ অৰ্থ কি?

() আবৃত, ঢাক খাই থকা

() অস্থিৰ, চঞ্চল

() এটাও নহয়

৭। গাঁও = ……..

() নগৰীয়া

() গাঁৱলীয়া

() এটাও নহয়

৮। মাছ + টো = ……

() মাছটো

() গাঁওখন

() এটাও নহয়

৯। কোনো কাম কৰা বা নকৰা অথবা হোৱা বা নোহোৱা বুজোৱা পদক কি পদ বোলে?

() অব্য়য় পদ

() ক্ৰিয়া পদ

() এটাও নহয়

১০। ” অ সেয়া ভঠেলি ভাঙিছে। এতিয়া পাৰকেইটাও উঠাই লৈ যাব। ব’লা আমিও যাওঁ।” এই কথাষাৰি কোনে কাক কৈছিল?

() বিদ্য়ুতে প্ৰদ্য়ুতক কৈছিল

() প্ৰদ্য়ুতে বিদ্য়ুতক কৈছিল

() এটাও নহয়

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping