BA 3rd Semester Assamese অসমীয়া ব্য়াকৰণ KKHSOU | Assamese অসমীয়া ব্য়াকৰণ Chapter 5 ৰূপতত্ত্ব আৰু অসমীয়া ভাষাৰ ৰূপতত্ত্ব-১ Question & Answer |

ৰূপতত্ত্ব আৰু অসমীয়া ভাষাৰ ৰূপতত্ত্ব-১

অধ্য়ায়-৫

প্রশ্ন ১ : তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখক—

ক) আকৃতি, প্ৰাকৃতি আৰু উপাকৃতি বুলিলে কি বুজে ? 

উত্তৰঃ

খ) অসমীয়া ভাষাৰ ব্যাকৰণগত বিষয়সমূহ কি কি?

উত্তৰঃ

গ) প্রাকৃতি বুলিলে কি বুজে ?

উত্তৰঃ

প্রশ্ন ২ : শুদ্ধ নে অশুদ্ধ নিৰ্ণয় কৰক

ক) বিশেষ্য, বিশেষণ, ক্রিয়া বিশেষণ, সর্বনাম, ক্রিয়া বিষয়ক শব্দ আৰু বিবিধ ধাতুসমূহক বদ্ধপ্রাকৃতিৰ শ্ৰেণীৰ আলোচনা কৰা হয় ৷

উত্তৰঃ

খ) যিবোৰ বদ্ধৰূপে মুক্তৰূপ বা প্রকৃতিটোক দুভাগ কৰি তাৰ মাজত সোমাই পৰে আৰু মুক্তৰূপটোৰ পূৰ্বৰ অৰ্থৰ সলনি কৰে সেই বদ্ধৰূপকে অন্ত্য সর্গ বোলে।

উত্তৰঃ

চুটি প্রশ্ন (১৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : ব্যাকৰণগত বিষয় বুলিলে কি বুজে ?

উত্তৰঃ

প্রশ্ন ২ : চমুটোকা লিখক – ৰূপধ্বনিগত পৰিৱৰ্তন, বিভক্তি, পূর্ব সর্গ, মধ্য সর্গ, অন্ত্য সর্গ।

উত্তৰঃ

প্রশ্ন ৩ : মধ্য প্রত্যয় বুলিলে কি বুজে ? অসমীয়া ভাষাত মধ্য প্রত্যয় আছেনে ?

উত্তৰঃ

ৰচনাধর্মী প্রশ্ন (৩০০-৫০০ টা শব্দৰ ভিতৰত উত্তৰ লিখক)

প্রশ্ন ১ : অসমীয়া ভাষাৰ ৰূপতত্ত্ব সম্পৰ্কে চমুকৈ লিখক।

উত্তৰঃ

প্রশ্ন ২ : সৰ্গ কাক বোলে ? সৰ্গৰ শ্ৰেণীবিভাজন কৰি দেখুৱাওক।

উত্তৰঃ

প্রশ্ন ৩ : প্রকৃতি (root morpheme) বুলিলে কি বুজে ? অসমীয়া ভাষাৰ প্ৰকৃতিৰ শ্ৰেণী বিভাজন কৰি দেখুৱাওক।

উত্তৰঃ

প্রশ্ন ৪ : সৰ্গৰ অৱস্থানগত আৰু গুণগত বিভাজন সম্পর্কে উদাহৰণ দি বুজাই লিখক।

উত্তৰঃ

Type By- Bikash Bora

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop