🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 10 General Science Chapter 2 | Short Question Answer | অধ্যায় ২ | এছিড, ক্ষৰক আৰু লৱণ | চমু প্ৰশ্ন উত্তৰ |

Chapter 2

এছিড, ক্ষৰক আৰু লৱণ

চমু প্ৰশ্ন উত্তৰঃ

১। (এছিডবোৰৰ সোৱাদ কেনে কোৱা?

(ক) টেঙা

(খ) টিতা

(গ) মিঠা

উওৰঃ (ক) টেঙা

২। এছিডবোৰে নীলা লিটমাছক কি কৰে?

(ক) বগা

(খ) ৰঙা

(গ) সেউজীয়া

উওৰঃ(খ) ৰঙা

৪। লিটমাছৰ দ্ৰৱটো প্ৰশমাৱস্থাত কি ৰঙৰ হয়?

(ক) ৰঙা

(খ) নীলা

(গ) বেঙুনীয়া

উওৰঃ(গ) বেঙুনীয়া

৫। এছিড ধাতুৰ লগত বিক্ৰিয়া কৰিলে কি গেছ উৎপন্ন হয়?

(ক) হাইড্ৰজেন

(খ) নাইট্রোজেন

(গ) কার্বন ডাই অক্সাইড

উওৰঃ(গ) কার্বন ডাই অক্সাইড

(৬) এম,নিয়াম ক্লৰাইড দ্ৰৱৰ প্ৰকৃতি মানে কি?

(ক) প্ৰশম

(খ) আম্লিক

(গ) ক্ষাৰকীয়

(ঘ) ইয়াৰ এটাও নহয়

উওৰঃ (খ) আম্লিক

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop