🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 10 General Science Chapter 3 | Short Question Answer | অধ্যায় ৩ | ধাতু আৰু অধাতু | চমু প্ৰশ্ন উত্তৰ |

Chapter 3

ধাতু আৰু অধাতু

চমু প্ৰশ্ন উত্তৰঃ

১। কিছুমান ধাতু হাতুৰিৰে মৰিয়াই পাতল পাত এচতা বনাব পৰাটো কাৰ ধৰ্ম?

(ক) ঘাতসহনীয়তাৰ

(খ) নমনীয়তাৰ

(গ) ধাতৱ দ্যুতিৰ

উত্তৰঃ (ক) ঘাতসহনীয়তাৰ

২। এটা আটাইতকৈ সুপৰিবাহী ধাতুৰ নাম কি?

(ক) ছডিয়াম

(খ) ৰূপ

(গ) মেগনেছিয়াম

উত্তৰঃ (খ) ৰূপ

৩। এটা আটাইতকৈ ঘাত সহনশীল ধাতুৰ নাম কি?

(ক) পাৰা

(খ) জিংক

(গ) সোণ

উত্তৰঃ (গ) সোণ

৪। আটাইতকৈ নমনীয় ধাতূুটোৰ নাম কি?

(ক) কপাৰ

(খ) মাৰকিউৰি

(গ) সোণ

উত্তৰঃ (গ) সোণ

৫। তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিষ্ঠাপন বিক্ৰিয়া ঘটিব?

(ক) NaCl ৰ দ্ৰৱ আৰু কপাৰ ধাতু

(খ) MgCl₂ ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু

(গ) AgNo₃ ৰ দ্ৰৱ আৰু কপাৰ ধাতু

উত্তৰঃ (গ) AgNo₃ ৰ দ্ৰৱ আৰু কপাৰ ধাতু।

৬। খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়; যিংকৰ নহয়। কাৰণ

(ক) যিংকৰ গলনাংক টিনতকৈ বেছি

(খ) যিংক টিনতকৈ অধিক সক্ৰিয়

(গ) যিংক টিনতকৈ কম সক্ৰিয়

উত্তৰঃ (খ) যিংক টিনতকৈ অধিক সক্ৰিয়

৭। ধাতৱ অক্সাইডবোৰ কি?

(ক) আম্লিক

(খ) ক্ষাৰকীয়

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) ক্ষাৰকীয়

৮। আটাইতকৈ সক্ৰিয় ধাতু বিধৰ নাম কি?

(ক) পটাছিয়াম

(খ) যিংক

(গ) সোণ

উত্তৰঃ (ক) পটাছিয়াম

৯। অম্লৰাজ কিমান অনুপাতত গাঢ় HCI আৰু গাঢ় HNO₃ ৰ সদ্যপ্ৰস্তুত মিশ্ৰণ?

(ক) 5ঃ1

(খ) 2ঃ1

(গ) 3ঃ 1

উত্তৰঃ (গ) 3ঃ1

১০। অম্লৰাজ অতিকৈ ক্ষয়কাৰক আৰু ধূমায়মান কি পদাৰ্থ?

(ক) কঠিন পদাৰ্থ

(খ) জুলীয়া পদাৰ্থ

(গ) গেছীয় পদাৰ্থ

উত্তৰঃ (খ) জুলীয়া পদাৰ্থ।

১১। ইলেক্ট’যোজী যৌগৰ আন এটা নাম কি?

(ক) আয়নীয় যৌগ

(খ) কেটায়ন যৌগ

(গ) এনায়ন যৌগ

উত্তৰঃ (ক) আয়নীয় যৌগ

১২। পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূত্বকত পোৱা পদাৰ্থবোৰক কি বুলি কোৱা হয়?

(ক) খনিজ পদাৰ্থ

(খ) খনিজ লৱণ

(গ) ধাতু

উত্তৰঃ (ক) খনিজ পদাৰ্থ

১৩।কোনবোৰ ধাতুক মুক্ত অৱস্থাত পোৱা যায়?

(ক) আটাইতকৈ বেছি সক্ৰিয়

(খ) আটাইতকৈ কম সক্ৰিয়

(গ) কম সক্ৰি

উত্তৰঃ (খ) আটাইতকৈ কম সক্ৰিয়

১৪। সক্ৰিয়তাৰ ওপৰত নিৰ্ভৰ কৰি ধাতু বোৰক কেইটা ভাগত ভাগ কৰা হৈছে?

(ক) পাঁচটা ভাগত

(খ) তিনিটা ভাগত

(গ) চাৰিটা ভাগত

উত্তৰঃ (খ) তিনিটা ভাগত

১৫। অশুদ্ধি বা অপদ্ৰৱ্যবোৰক কি বুলি কোৱা হয়?

(ক) খনিজ পদাৰ্থ

(খ) খনিজ মল

(গ) খনিজ দ্ৰৱণ

উত্তৰঃ (খ) খনিজ মল

১৬। ধাতৱ যৌগৰ পৰা ধাতুলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াক কি বুলি কয়?

(ক) জাৰণ

(খ) বিজাৰণ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বিজাৰণ

১৭। দিল্লীৰ কুটুম মিনাৰৰ ওচৰত থকা লোৰ স্তম্ভ কিমান বছৰতকৈ বেছি পুৰণি?

(ক) ১৫০০ বছৰতকৈ

(খ) ১৯০০ বছৰতকৈ

(গ) ১৬০০ বছৰতকৈ

উত্তৰঃ (গ) ১৬০০ বছৰতকৈ

১৮। আকাৰৰ পৰা ধাতু নিষ্কাষণ আৰু পিছত তাৰ শোধন কৰা প্ৰক্ৰিয়াক কি বোলে?

(ক)থাৰ্মিট বিক্ৰিয়া

(খ) ধাতুবিদ্যা

(গ) ৰেডক্স বিক্ৰিয়া

উত্তৰঃ (খ) ধাতুবিদ্যা

১৯। সংকৰ ধাতু এটা পাৰা হ’লে তাক কি বুলি কয় ?

(ক) মাৰাকিউৰী

(খ) নমনীয়তা

(গ) এমালগাম

উত্তৰঃ (গ) এমালগাম

২০। অধাতুৰ ধৰ্ম ধাতুৰ ধৰ্মৰ –

(ক) বিপৰীত

(খ) সৈতে একে

(গ) সৈতে নিমিলে

উত্তৰঃ (ক) বিপৰীত

(২১) ধাতু যিকো এটা উধাহৰণ দিয়া

উত্তৰঃ এলুমিনিয়াম।

(২২) কোনো এটা ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰিলে কি ধাতু উৎপন্ন হয় লিখা ?

উত্তৰঃ কাৰ্বন ডাইঅক্সাই Ca

(২৩) কোনোটো ধাতুই অক্সিজেন লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে ?

উত্তৰঃ Na

(২৪) লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ কি পদ্ধতি ব্যৱহাৰ কৰিব লাগিব  ?

 উত্তৰঃ যিংকৰ প্ৰলেপ দি।

(২৫)এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চগননাংকৰ যৌগ উৎপন্ন কৰে যৌগটো পানীত দ্ৰৱণীয় মৌলটোনাম কি  ?

উত্তৰঃ কেলছিয়াম ।

(২৬) আটািতকৈ কম তাপৰ পৰিবাহী ধাতু বিধৰ নাম কি  ?

উত্তৰঃ লেড (সীহ)।

(২৭) আটাইতকৌ সক্ৰিয় ধাতু বিধৰ নাম কি  ?

উত্তৰঃ Na।

(২৮) কাৰ্বন বিজাৰণ পদ্ধিৰে নিষ্কাশন কৰিব নোৱাৰা ধাতুটো নাম কি ?

উত্তৰঃ Na।

(২৯)থাৰ্মিট বিক্ৰিয়াত এলুমিনিয়াম ব্যৱহাৰ কৰা কাৰণ কি ?

উত্তৰঃ কাৰণ ইয়াত অক্সিজেনৰ প্ৰতি অধিক আসক্তি আছে।

(৩০)ছডিয়াম ধাতু কত সংৰক্ষণ কৰি ৰখা হয় ?

উত্তৰঃ কেৰাছিনত।

(৩১) তলত কোনটো ধাতুৱে পানী লগতবিক্ৰিয়া কৰি উষ্বতা বৃদ্ধি কৰে  ?

উত্তৰঃ কপাৰ । 

(৩২) আয়নীয় যৌগবোৰ কেনেধৰ হোৱা উচিত  ?

উত্তৰঃ উচ্চ গলনাংক আৰু উতলাংক বিশিষ্ট।

(৩৩) সক্ৰিয়তাৰ ক্ৰমত হাইড্ৰজেনৰ কোনটো ধাতু অৱস্থিত  ?

উত্তৰঃ কপাৰ ।

(৩৪) বায়ুৰ উপস্থিত আকৰ উওপ্তৰ কৰা পদ্ধতিটোৰ নাম কি  ?

উত্তৰঃ তাপজাৰণ।

(৩৫) আতাইতকৌ বেছি তাপ সুপৰিবাহিত ধাতুবিধৰ নাম কি  ?

উত্তৰঃ ছিলভাৰ। 

(৩৬)সকলো ধাতুৰ নাইট্ৰেটবিলাক কি ?

উত্তৰঃ পানী দ্ৰৱণীয়।

(৩৭) আইটাকৌ সক্ৰিয় ধাতুটো নাম কি  ?

উত্তৰঃ পটেছিয়াম।

(৩৮) আকাৰত থকা অপদ্ৰৱ্যবিলাক নাম লিখা  ?

উত্তৰঃ খনিজ ম,ল।

(৩৯) ইনছুলিনত থকা ধাতুটো নাম কি  ?

উত্তৰঃ Zn।

(৪০)যিংকধাতুক কষ্টিক ছডাদ্ৰৱৰ সৈতে উওাপিত কৰিলে সৃষ্টি হোৱা গেছটো নাম কি  ?।

উত্তৰঃ হাইড্ৰজেন।

(৪১) অম্লৰাজ মানে কি  ?

উত্তৰঃ গাঢ় হাইড্ৰক্লৰিক এছিড আৰু গাছট নাইট্ৰিক এছিডৰ খাদ্যপ্ৰস্তত মিশ্ৰণ ।

(৪২) মেংগানিজ ধাতুৰএক আকৰিক বিধৰ নাম কি  ?

উত্তৰঃ হেমেটাইট।

(৪৩) কোনটো ধাতুক কটাৰীৰে কাটিব পাৰি  ?

উত্তৰঃ নাইট্ৰজেনক (Na) 

(৪৪) সাধাৰণতে কোনটো ধাতুক লৱণৰ পৰা অপসাৰিত কৰিবকৰি পাৰে ?

উত্তৰঃ মেংগেজিয়ামক ( Mg)>

( ৪৫) ধাতুবোৰ অক্সাইডবোৰ সাধাৰণতে কি হয়  ?

উত্তৰঃ ক্ষাৰকীয়।

(৪৬) এমালগাত  থকা বাধ্যতামূল মৌলটো নাম কি  ?

উত্তৰঃ মাৰ্কিউৰি ।

(৪৭) গেলভেনাইজেচন প্ৰক্ৰিয়াত লোৰ মামৰে নধৰিবলৈ পলেপ দিয়া ধাতু বিধৰ নাম কি  ? 

উত্তৰঃ Zn ।

(৪৮) সাধাৰণতে উষ্বতাত কোনটো অধাতু তৰল অৱস্থাত  থাকে ?

উত্তৰঃ ব্ৰ,মিন।

(৪৯) মেগনেচিয়াম ফিটা জ্বলালে ই উজ্জ্বল শিখাৰে জ্জ্বলে আৰুএবিদ বগা গোৰি  উৎপন্ন হোৱা বিক্ৰিয়াটো নাম কি ?

উত্তৰঃ Mg জাৰিত আৰু অক্সিজেন বিজাৰিত হয়।

(৫০) পৃখিৱীৰ খোলাত থকা আটাইতকৈ বেচি থকা ধাতু বিধৰ নাম কি ?

উত্তৰঃ এলুমিনিয়াম (Al) ।

(৫১) অধাতু বিদ্যুত

ৰ সুৰপৰিবাহিত  ধাতু বিধৰ নাম কি ?

উত্তৰঃ গ্ৰফাইট।

(৫২) ব্ৰঞ্জত থকা ধাতু কেি বিধৰ নাম কি ?

উত্তৰঃ Cuআৰু Sn । 

(৫৩) হেমেটাই কোনোটো ধাতুৰ আকাৰ হয় ?

উত্তৰঃ  Fe  ।

(৫৪) চলডাৰ কোনটো মৌল আকাৰ হয়?

উত্তৰঃ Sn আৰু Pb  ।

(৫৫) কপাৰ ধাতুৰ বায়ুৰ সংস্পৰ্শত উওপ্ত কৰিলে কলাহোৱা কাৰণ কি  ?

উত্তৰঃ CuO  গঠণ হোৱা বাবে ।

(৫৬) ছডিয়াম ধাতুক কিয় কেৰাছিন তেলত  ডুবাই ৰখা হয় ?

উত্তৰঃ ছডিয়াম ধাতুৰ অতিশয় সক্ৰিয় ধাতু । ই সাধাৰণতে  উষ্বতাতে পানী আৰু বায়ু লগত বিক্ৰিয়া কৰে সেইবাবে ইয়াক জৈৱ দ্ৰাৱক কেৰাছিনত ডুবাই ৰখা হয ।

(৫৭) সাধাৰণ উষ্ণতাত জুতীয়া অৱস্থাত থকা ধাতু এটা নাম কি? 

উওৰঃ পাৰা ।

(৫৮) মণিক আৰু আকৰ ৰ পাৰ্থক্য এটা উদাহৰণ দিয়া  ?

উত্তৰঃ পৃথিৱীৰ খোলাটোত ধাতু এটাক মুক্ত বা যৌগ অৱস্থাত পাব পাৰি এনে পদাৰ্থবোৰক মণিক বা খনিজ পদাৰ্থ বোলে ।

আনহাতে যিবোৰ খনিজ পদাৰ্থৰ পৰা কম খৰছতে ধাতু এটা বিশুদ্ধ অৱস্থাত আহৰণ  কৰিব পাৰি ,সেই খনিজ পদাৰ্থবোৰক ধাতুটোৰ আকৰ বোলে ।

(৫৯) অধাতু আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া হলে কোন প্ৰকাৰ অক্সাইড উৎপন্ন হয়  ?

উত্তৰঃ অধাতুৰ অক্সাইডবোৰ আম্লিক ধৰ্মী ইয়াৰ অৰ্থ যেতীয়া পানীত দ্ৰৱীভূত কৰা হয় তেতীয়া ই নীলা  লিটমাছ ৰ  বৰণ ৰঙা কৰে ।

(৬১) ধাতু এটাৰ নমনীয়তা কাক বোলে ?

উত্তৰঃ ধাতুবোৰক টানি মিহি তাঁৰলৈ পৰিবৰ্তন কৰিব পাৰি ইয়াকে ধাতু এটা নমনীয় বোলে ।

(৬২) বায়ুত দহনৰ আগতে মেগনেছিয়ামত পিটা এডাল পৰিষ্কাৰ কৰি লব লাগে কিয়  ?

উত্তৰঃ মেগনেছিয়ামৰ ফিটা এডাল বায়ুত জ্বলোৱা আগেয়ে পৰিষ্কাৰ কৰি লোৱা হয়, কাৰণ ইয়াৰ দ্বাৰা মেগনেছিয়ামৰ ফিটাডালৰ ওপৰত থকা মেগনেচিয়াম  অক্সাইডৰ আৱৰণটো আঁতৰাই লোৱ হয় যাৰ ফলত তৎক্ষণাত উজ্বলভাৱে জ্বলি উঠে।

(৬৩) NaCLযৌগটো ত থকা আয়নসমূহৰ কি কি ?

উত্তৰঃ Na+আৰু CI-।

(৬৪) অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ  কি ৰাসানিক  পদ্ধিত প্ৰয়োগ কৰা হয়  ?

উত্তৰঃ অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰণ পদ্ধতি প্ৰয়ো কৰা  হয়।

(৬৫) লোৰ বস্তত ৰঙৰ প্ৰলেপ  কিয়  দিয়া  হয়  ?

উত্তৰঃ লোৰ সঁজুলি বিলিকাত ৰং দিয়াৰ  উদ্দেশ্য হল ইয়াৰ আয়ুৰস কাল বছটোৱা অৰ্থাৎ বহো দিনৰ নষ্ট নোহোৱাকৈ ৰখা , বায়ু যথেষ্ট পৰিমানে  অক্সজেন আৰু জলীয় বাস্প থাকে ইঁহতে লোৰ লগত বিক্ৰিয়া কৰি মামৰ 

(৬৭) ধাতুৰ ঘাতসহনীয়তাৰ সংজ্ঞা লিখা ?

উত্তৰঃ ধাতুবোৰ সাধাৰণতে টান বা কঠিন , অৱ্শ্যে ধাতু অনুযায়ী ইায়াৰ কঠিনতা কম বেছি, কিছুমান ধাতু যেনে– সোণ , ৰুপ, এলুমিনিয়াম ,প্লেটিনাম আদিক গৰম কৰি হাতুৰিৰে  পিটি বহল বা দীঘল কৰিব পাৰি ,এনে ধাতুূোৰক আঘাত কৰি প্ৰসাৰিত কৰিলে ভাঙি চিঙি নাযায়,ইয়াকে ঘাটসহনীয়তা বোলে।

(৬৮) ধাতু এটা উদাহৰণ দিয়া  যি তাু ৰ কম পৰিবাহীত ?

উত্তৰঃ লেড।

(৬৯) এটা সক্ৰিয় ধাতুত লঘুহাইড্ৰক্লৰিক এছিড যোগ কৰিলে কি গেছ উৎপন্ন হয় 

উত্তৰঃ হাইড্ৰজেন গেছ  ।

(৭০) এমালগাম কি  ?

উত্তৰঃ পাৰা আৰু অন্য ধাতুৰ মিশ্ৰণৰ তৈয়াৰী পৰা সংকৰ ধাতুক এমালগাম বোলা হয়।

(৭১) প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা  ?

উত্তৰঃ গোল্ড আৰু ছিলভাৰ।

(৭২) কেনেধৰেমৰ আকাৰৰ ক্ষেএত দগ্ধীকৰণ বৱ্যহাৰ কৰা হয় ?

উত্তৰঃ কাৰ্বনেট আকাৰ ।

(৭৩) ধাতু এটাত কিমানটা যোজক কক্ষত ইলেক্ট্ৰন থাকে  ?

উত্তৰঃ ১,২, বা ৩ টা ।

(৭৪) এন,ড বোকা কি  ?

উত্তৰঃ ধাতুৰ বিদ্যুৎ পৰিশোধনৰ  সময়ত এনড তলিচ ভাগত গেছ হিচাপে জমা হোৱা অদ্ৰৱণীয়

 অশুদ্ধিবোৰই হৈছে এনড বোকা ।

(৭৫) তাপ জাৰণত কি ধৰণৰ আকাৰ বৱ্যহাৰ কৰা হয়  ?

উত্তৰঃ ছালফাইড আকাৰ ।

(৭৬) ধাতুৰ শোধন  বুলিলে কি বুজা  ?

উত্তৰঃ ধাতুৰ বিশুদ্ধ অৱস্থাত পাবৰ বাবে অশুদ্ধ ধাতুৰ পৰা অশুদ্ধিসম।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop