🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 8 Social Science AJB | Assam Jatiya Bidyalay | Chapter 16 | অক্ষাংশ আৰু দ্ৰাঘিমাংশ | MCQ Question Answer Solution |

অক্ষাংশ আৰু দ্ৰাঘিমাংশ

Chapter – 16

১। পৃথিৱীৰ সোঁমাজৰ উত্তৰৰপৰা দক্ষিণলৈ এডাল ৰেখা কল্পনা কৰা হৈছে সেইডালক কি বোলা হয় ?

(ক) দ্ৰঘিমা ৰেখা

(খ) মেৰুবিন্দু

(গ) মেৰুদণ্ড

উত্তৰঃ (গ) মেৰুদণ্ড।

২। লণ্ডনৰ ওপৰেৰে যোৱা ৰেখা ডালক কি নামেৰে নামাকৰণ কৰা হৈছে ?

(ক) মুখ্য় দ্ৰাঘিমা ৰেখা

(খ) মেৰুবিন্দু

(গ) মেৰুবিন্দু

উত্তৰঃ (ক) মুখ্য় দ্ৰাঘিমা ৰেখা।

৩। মুখ্য় দ্ৰাঘিমা ৰেখাডালক মান কিমান ?

(ক) 0

(খ) 1

(গ) 2

উত্তৰঃ (ক) 0

৪। তলৰ কোনটো পৃথিৱীৰ মেৰুদণ্ড

(ক) কোণ

(খ) কেন্দ্ৰ

(গ) উদ

উত্তৰঃ (গ) উদ।

৫। গুৱাহাটীৰ দ্ৰঘিমাংশ কিমান ?

(ক) 92 30 পূব

(খ) 93 40 পূব

(গ) 93 43 পূব

উত্তৰঃ (ক) 92 30 পূব

৬। দ্ৰঘিমাৰেখা ০ ডিগ্ৰীৰ পৰা পূবলৈ কিমান ডাল ৰেখা থাকে ?

(ক) 110

(খ) 150

(গ) 180

উত্তৰঃ (গ) 180।

৭। ০ ডিগ্ৰী আৰু ১৮০ ডিগ্ৰী দ্ৰাঘিমাৰেখা মিলি কিহৰ সৃষ্টি কৰিছিল ?

(ক) বৰ্গ

(খ) আয়ত

(গ বৃত্ত

উত্তৰঃ (গ) বৃত্ত।

৮। চছ কি ৰেখা ?

(ক) দ্ৰাঘিমা ৰেখা

(খ) বিষুৱ ৰেখা

(গ) অক্ষ ৰেখা

উত্তৰঃ (খ) বিষুৱ ৰেখা।

৯। কি যন্ত্ৰৰ সহায়ত পৃথিৱীৰ যি কোনো ঠাইৰ অক্ষাংশ আৰু দ্ৰঘিমাংশ নিৰ্ণয় কৰিব পাৰি ?

(ক) GPS

(খ) Meridian

(গ) Prime

উত্তৰঃ (ক) GPS।

১০। কি নামৰ নক্ষত্ৰৰ ওপৰত নিৰ্ভৰ কৰি অক্ষাংশ নিৰ্ণয় কৰা হয় ?

(ক) হেডলিজ অক্টান্ট

(খ) ধ্ৰুৱ

(গ) কৌণিক

উত্তৰঃ (খ) হেডলিজ অক্টান্ট।

১১। কি ৰেখাই পৃথিৱীখনক দুভাহ কৰিছে ?

(ক) বিষুৱৰেখা

(খ) নিৰক্ষৰেখা

(গ) অক্ষৰেখা

উত্তৰঃ (খ) নিৰক্ষৰেখা।

১২। অক্ষৰেখাৰ মান কিমানলৈ আছে ?

(ক) 45

(খ) 90

(গ) 180

উত্তৰঃ (খ) 90।

১৩। কিমান চনত আমেৰিকা যুক্তৰাষ্ট্ৰত আন্তঃৰাষ্ট্ৰীয় দ্ৰাঘিমা সন্মিলন পটা হৈছিল ?

(ক) 1884

(খ) 1960

(গ) 1887

উত্তৰঃ (ক) 1884।

১৪। অক্ষাংশ নিৰ্ণয় কৰিবলৈ হ’লে কিহৰ প্ৰয়োজন

(ক) ৰেখা

(খ) কোণিক

(গ) বিষুৱ

উত্তৰঃ (খ) কোণিক।

১৫। কৰ্কটক্ৰান্তিৰ পৰা মকৰক্ৰান্তি মণ্ডলটোক কি বোলা হয় ?

(ক) উষ্ণ মণ্ডল

(খ) নাতিশীতোষ্ণ

(গ) ক্ৰান্তিয়

উত্তৰঃ (ক) উষ্ণ মণ্ডল।

Type By – Kishor Nath

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop