Class 9 Geography (Elective) Chapter 5 সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ | MCQs Short Question Answer |

Chapter 5

সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ

১। বায়ু, পানী, উদ্ভিদ আৰু প্ৰানী হৈছে কি সম্পদ ?

(ক) মানৱসৃষ্ট সম্পদ

(খ) পুনঃসৃষ্টিক্ষম সম্পদ

(গ) পুনঃসৃষ্টিহীন সম্পদ

উত্তৰঃ (খ) পুনঃসৃষ্টিক্ষম সম্পদ

২। কয়লা, লো আৰু সোণ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি হয়নে ?

(ক) নহয়

(খ) হয়

(গ) এটাও নহয় ।

উত্তৰঃ (ক) নহয়

৩। সম্পদক কেইটা ভাগত বিভক্ত কৰিব পাৰি ?

(ক) তিনিটা ভাগত

(খ) দুটা ভাগত

(গ) এটা ভাগত

উত্তৰঃ (ক) তিনিটা ভাগত

৪। অসমৰ এটা প্ৰধান শিল্প কি ? 

(ক) চাহ শিল্প

(খ) কুটি শিল্প

(গ) বয়ন শিল্প

উত্তৰঃ (গ) বয়ন শিল্প

৫। প্ৰাকৃতিক সম্পদক কেইটা শ্ৰেণীত বিভক্ত কৰিব পাৰি ?

(ক) এটা শ্ৰেণীত

(খ) দুটা শ্ৰেণীত

(গ) তিনিটা শ্ৰেণীত

উত্তৰঃ (খ) দুটা শ্ৰেণীত

৬। সৌৰশক্তি, পানী, লো, সোণ, ৰূপ আদি কি সম্পদ ?

(ক) প্ৰাকৃতিক সম্পদ

(খ) জৈৱিক সম্পদ

(গ) অজৈৱিক সম্পদ

উত্তৰঃ (গ) অজৈৱিক সম্পদ

৭। মানুহে সৃষ্টি কৰা সম্পদক কি সম্পদ বুলি কোৱা হয় ?

(ক) মানৱসৃষ্ট সম্পদ

(খ) প্ৰাকৃতিক সম্পদ

(গ) জৈৱিক সম্পদ

উত্তৰঃ (ক) মানৱসৃষ্ট সম্পদ

৮। উদ্ভিদ আৰু জীৱ-জন্তু কি সম্পদ ?

(ক) অজৈৱিক সম্পদ

(খ) মানৱ সম্পদ

(গ) জৈৱিক সম্পদ

উত্তৰঃ (গ) জৈৱিক সম্পদ

৯। মাটি, পানী, উদ্ভিদ, খনিজ পদাৰ্থ, বন্য়প্ৰাণী আদি কি সম্পদ ?

(ক) প্ৰাকৃতিক সম্পদ

(খ) মানৱ সম্পদ

(গ) জৈৱিক সম্পদ

উত্তৰঃ (ক) প্ৰাকৃতিক সম্পদ

১০।  ব্য়ৱহাৰৰ উপযোগী প্ৰাকৃতিক আৰু মানুহে নিজে তৈয়াৰ কৰা বস্তুবোৰক কি বোলে ?

(ক) সম্পদ বোলে

(খ) পৰিৱেশ বোলে

(গ) জলবায়ু বোলে

উত্তৰঃ (ক) সম্পদ বোলে

১১। এবাৰ ব্যৱহাৰ হোৱাৰ পাছত চুৰকালৰ বাবে নোহোৱা হোৱা সম্পদক কি বোলে?

(ক) পুনঃসৃষ্টিক্ষম সম্পদ

(খ) পুনঃসৃষ্টিহীন সম্পদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পুনঃসৃষ্টিহীন সম্পদ

১২। কিহৰ ভঁৰাল সংকুচিত হৈ আহিছে?

(ক) জীৱাশ্ম ইন্ধনৰ

(খ) তেলৰ

(গ) বায়ু

উত্তৰঃ (ক) জীৱাশ্ম ইন্ধনৰ

১৩। সম্পদ কেইপ্ৰকাৰৰ ?

(ক) দুই প্ৰকাৰৰ

(খ) তিনিপ্ৰকাৰৰ

(গ) চাৰি প্ৰকাৰৰ

উত্তৰঃ (ক) দুই প্ৰকাৰৰ

১৪। খনিজাত সম্পদ কি কি?

(ক) লো, সোণ

(খ) পানী, মাটি

(গ) মাটি

উত্তৰঃ (ক) লো, সোণ

১৫। জীৱাশ্ম ইন্ধনৰ ভঁৰাল সংকুচিত হোৱাৰ কাৰণে কিহৰ ওপৰত নিৰ্ভয় কৰিবলগীয়া হৈছে?

(ক) জলবিদ্যুৎ আৰু পাৰমাণৱিক শক্তি

(খ) পানী আৰু মাটি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) জলবিদ্যুৎ আৰু পাৰমাণৱিক শক্তি

১৬। সম্পদক কেইটা ভাগত শ্ৰেণীবিভাজন কৰিব পাৰি?

(ক) তিনিটা

(খ) চাৰিটা

(গ) দুটা

উত্তৰঃ (ক) তিনিটা

১৭। মানুহৰ মৌলিক প্ৰয়োজন কেইটা?

(ক) তিনিটা

(খ) দুটা

(গ) পাচঁটা

উত্তৰঃ (ক) তিনিটা

১৮। অসমত চাহৰ মূল্য কেতিয়া খুব কম আছিল?

(ক) ইংৰাজসকল অহাৰ আগত

(খ) ইংৰাজসকল অহাৰ পাছত

(গ) ওপৰৰ দুয়োটাই

উত্তৰঃ (ক) ইংৰাজসকল অহাৰ আগত

১৯। কি হ্ৰাস পোৱাৰ ফলত কাঠৰ সলনি লোহা ব্যৱহাৰ কৰা হয়?

(ক) মাটি

(খ) পানী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (গ) ওপৰৰ এটাও নহয়

২০। অজৈৱিক সম্পদ কোনবোৰ?

(ক) পানী, লো, সোণ, ৰূপ আদি

(খ) মাটি, পানী, বতাহ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পানী, লো, সোণ, ৰূপ আদি

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop