খাদ্যৰ উপাদান | AJB Class 6 Science Chapter 3 | MCQ Question Answer Solution|

খাদ্যৰ উপাদান

Chapter-3

(১) ভিটামিন A-ৰ অভাৱত হোৱা বেমাৰবিধ হল

(ক) কুকুৰীকণা

(খ) স্কাৰ্ভি

(গ) ৰক্তহীনতা

উত্তৰঃ (ক) কুকুৰীকণা।

(২) দেহ-ইন্ধন হল-

(ক) প্ৰটিন

(খ) কাৰ্বহাইড্ৰেট

(গ) ভিটামিন

উত্তৰঃ (খ) কাৰ্বহাইড্ৰেট।

(৩) ভিটামিন D-ৰ অভাৱত কি বেমাৰ হয়

(ক) ৰক্তহীনতা

(খ) স্কাৰ্ভি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ৰক্তহীনতা।

(৪) কাৰ্বহাইড্ৰেট আৰু স্নেহপদাৰ্থই আমাৰ দেহত শক্তি যোগায়

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।

(৫) জীৱদেহ গঠনৰ মূল ভেটি হল

(ক) স্নেহপদাৰ্থ

(খ) প্ৰটিন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) প্ৰটিন।

(৬) ভিটামিন B-ৰ অভাৱত হোৱা বেমাৰবিধ হল

(ক) কুকুৰীকণা

(খ) বেৰিবেৰি

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বেৰিবেৰি।

(৭) ভিটামিন C-ৰ অভাৱত হোৱা বেমাৰবিধ হল

(ক) স্কাৰ্ভি

(খ) কুকুৰীকণা

(গ) ৰক্তহীনতা

উত্তৰঃ (ক) স্কাৰ্ভি।

(৮) আমাৰ হাড্ত কেলছিয়াম আৰু ফছফৰাছ আছে

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।

(৯) খাদ্যবস্তুত অধিক পৰিমাণত থকা আন এক পুষ্টিদ্ৰব্য হৈছে

(ক) স্নেহপদাৰ্থ

(খ) প্ৰটিন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) স্নেহপদাৰ্থ।

(১০) সঠিক পৰিমাণত প্ৰতিবিধ পুষ্টিদ্ৰব্য থকা আহাৰেই হল সুষম আহাৰ।

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) হয়।

১১/ আমাৰ প্ৰধান খাদ্য় কি

(ক) ভাত

(খ) ৰুটী

(গ) ফলমূল

উত্তৰঃ (ক) ভাত।

১২/ আমাৰ দেহত কি পদাৰ্থ থাকিব লাগিব

(ক) কাৰ্ব’হাইড্ৰেট

(খ) স্নায়ুতন্ত্ৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কাৰ্ব’হাইড্ৰেট।

১৩/ ভাতত কি পদাৰ্থ থাকে

(ক) কাৰ্বহাইড্ৰেট

(খ) প্ৰটিন

(গ) ভিটামিন

উত্তৰঃ (ক) কাৰ্বহাইড্ৰেট।

১৪/ ভিটামিন কেইবিধ

(ক) ৮

(খ) ১৩

(গ) ১০

উত্তৰঃ (খ) ১৩।

১৫/ আমাৰ শৰীৰে সূৰ্য্য়ৰ পোহৰত কি ভিটামিন প্ৰস্তত কৰে

(ক) A ভিটামিন

(খ) B ভিটামিন

(গ) D ভিটামিন

উত্তৰঃ (গ) D ভিটামিন।

১৬/ আমাৰ হাড়ত কি আইৰন থাকে 

(ক) হিমগ্লবিন

(খ) ছডিয়াম

(গ) পটাছিয়াম

উত্তৰঃ (ক) হিমগ্লবিন।

১৭/ পাচলি আৰু ফল-মূলৰ বাকলিত কি পদাৰ্থ থাকে

(ক) আঁহজাতীয় পদাৰ্থ

(খ) কেলছিয়াম

(গ) মেগনেছিয়াম

উত্তৰঃ (ক) আঁহজাতীয় পদাৰ্থ।

১৮/ আহাৰত যদিপ্ৰটিন ভিটামিন নাথাকিলে কি বেমাৰ হয়

(ক) পেটৰ অসুখ

(খ) ৰক্তহীনতা

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) পেটৰ অসুখ।

১৯/ জীৱদেহৰ গঠনৰ মূল ভেটি কি

(ক) হিমগ্লবিন

(খ) প্ৰটিন

(গ) অক্সিজেন

উত্তৰঃ (খ) প্ৰটিন।

২০/ মাখন কি পদাৰ্থ দ্ৰব্য়

(ক) স্নেহ পদাৰ্থ

(খ) প্ৰটিন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) স্নেহ পদাৰ্থ।

Shopping Basket

No products in the basket.

No products in the basket.

0
    0
    Your Cart
    Your cart is emptyReturn to Shop