🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

জীৱৰ আৱাসস্থলী | AJB Class 6 Science Chapter 5 | MCQ Question Answer Solution |

জীৱৰ আৱাসস্থলী

Chapter-5

(১) জীৱৰ আৱাসস্থলী কেই প্ৰকাৰ

(ক) ৩

(খ) ২

(গ) ৪

উত্তৰঃ (খ) ২।

(২) জীৱ এটাই স্বাভাৱিকভাৱে বাস কৰা স্থানক কি বুলি কোৱা হয়

(ক) আৱাসস্থলী

(খ) অভিযোজন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আৱাসস্থলী।

(৩) জলজ আৱাসস্থলী উদাহৰণ হল

(ক)পুখুৰী

(খ) পৰ্বত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক)পুখুৰী।

(৪) স্থলজ আৱাসস্থলী উদাহৰণ হল

(ক) সমভূমি

(খ) পুখুৰী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) সমভূমি।

(৫) ধাবনশীল প্ৰাণীৰ উদাহৰণ হল

(ক) হৰিণা

(খ) গৰু

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) গৰু।

(৬) গছত বগাই ফুৰা প্ৰাণীবোৰ কোনটো শ্ৰেণীত অন্তভূক্ত

(ক) ধাবনশীল

(খ) বৃক্ষীয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বৃক্ষীয়।

(৭) মাটিৰ তলত থকা প্ৰাণীবোৰ হল

(ক) বৃক্ষীয়

(খ) ধাবনশীল

(গ) অন্তৰ্ভূমিক প্ৰাণী

উত্তৰঃ (গ) অন্তৰ্ভূমিক প্ৰাণী।

(৮) কোন শ্ৰেণীৰ প্ৰাণীবোৰে মাটিৰ ওপৰত ঘূৰি ফুৰে

(ক) বৃক্ষীয়

(খ) ধাবনশীল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ধাবনশীল।

(৯) জলজ আৱাসস্থলীৰ ভাগ কেইটা

(ক) ২

(খ) ৩

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ২।

(১০) কিছুমান বিশেষ উপায় বা কৌশলৰ জৰিয়তে জীৱসমূহে নিজকে পৰিৱেশৰ লগত খাপ খুৱাই ৰখা কৌশলটো হল

(ক) আৱাসস্থলী

(খ) অভিযোজন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) অভিযোজন

১১/ স্থলভাগ কি আবাসস্থলী

(ক) স্থলজ আবাসস্থলী

(খ) জলজ আবাসস্থলী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ(ক) স্থলজ আবাসস্থলী

১২/ বৃক্ষীয় প্ৰাণী উদাহৰণ কি

(ক) গৰু

(খ) কেৰ্কেটুৱা

(গ) কেঁচু

উত্তৰঃ (খ) কেৰ্কেটুৱা।

১৩/ নিৰ্মল পানী আবাসস্থলী কেইপ্ৰকাৰৰ

(ক) ৩

(খ) ২

(গ) ৪

উত্তৰঃ (খ) ২।

১৪/ পৰ্বতীয়া অঞ্চলসমূহ সাধাৰণতে কি হয়

(ক) ঠাণ্ডা

(খ) গৰম

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ঠাণ্ডা।

১৫/ ডলফিন প্ৰাণীয়ে কিহৰ সহায়ত উশাহ-নিশাহ লয়

(ক) ফুল

(খ) হাওঁফাওঁ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) হাওঁফাওঁ।

১৬/ ফুলৰ সহায়ত উশাহ লোৱা প্ৰাণীবিধ কি

(ক) তিমি মাছ

(খ) কাছ

(গ) ৰৌ মাছ

উত্তৰঃ (গ) ৰৌ মাছ।

১৭/ কি চৰাই উৰিব নোৱাৰে

(ক) উট চৰাই

(খ) কি-উই চৰাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কি-উই চৰাই।

১৮/ কি প্ৰাণীয়ে ঘাঁহৰ ওপৰত নিৰ্ভৰ কৰি থাকে

(ক) বাঘ

(খ) হৰিণা

(গ) কাছ

উত্তৰঃ (খ) হৰিণা।

১৯/ সূৰ্য্য় পোহৰৰ অবিহনে জীৱ জীয়াই থাকিব পাৰেনে

(ক) পাৰে

(খ) নোৱাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ(খ) নোৱাৰে।

২০/ মেৰু অঞ্চল কি আবাসস্থলী

(ক) স্থলজ আবাসস্থলী

(খ) জলজ আবাসস্থলী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) স্থলজ আবাসস্থলী

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop