পোহৰ | AJB Class 6 Science Chapter 16 | MCQ Question Answer solution |

পোহৰ

Chapter-16

১। পৃথিৱীত পোহৰৰ আটাইতকৈ ডাঙৰ উৎস হল 

ক) সূৰ্য্য়

খ) চন্দ্ৰ

গ) জুই

উত্তৰঃ ক) সূৰ্য্য়।

২। ৰামধেনুৰ ৰং কেইটা 

ক) ৫ টা

খ) ৬ টা

গ) ৭ টা

উত্তৰঃ গ) ৭ টা।

৩। ট্ৰেটিং কাগজ কি বস্তুৰ উদাহৰণ

ক) স্বচ্ছ বস্তুৰ

খ) অস্বচ্ছ বস্তুৰ

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) স্বচ্ছ বস্তুৰ।

৪। অস্বচ্ছ বস্তুৰ উদাহৰণ কি

ক) কলম

খ) ট্ৰেচিং কাগজ

গ) সনা কাগজ

উত্তৰঃ ক) কলম।

৫। তলৰ কোনবিধ ঈষৎ স্বচ্ছ বস্তু

ক) কলম

খ) তেলসনা কাগজ

গ) দাপোন

উত্তৰঃ খ) তেলসনা কাগজ।

৬। ছাঁ সৃষ্টি কৰা বস্তুটো উৎসৰ ওচৰ চপাই আনিলে, ছাঁৰ আকাৰ

ক) সৰু হয়

খ) ডাঙৰ হয়

গ) একেই থাকে

উত্তৰঃ খ) ডাঙৰ হয়।

৭। তলৰ কোনবিধ দীপ্তিমান বস্তু

ক) কাঠ

খ) চন্দ্ৰ

গ) বাল্ব

উত্তৰঃ গ) বাল্ব।

৮। প্ৰতিবিম্বৰ ৰং

ক) ৰঙা

খ) হালধীয়া

গ) লক্ষ্য়বস্তুৰ সৈতে একে

উত্তৰঃ গ) লক্ষ্য়বস্তুৰ সৈতে একে।

৯। সূৰ্যৰ পোহৰৰ ৰঙকেইটা লগ লগালে কি পোৱা যায় ?

ক) বেঘনীসেহাসুৰ

খ) বেঘণীশেহাশুৰ

গ) এটাও নহয়

উত্তৰঃ ক) বেঘনীসেহাসুৰ।

১০। যি বস্তুৰ মাজেৰে পোহৰ সম্পূৰ্ণভাৱে পাৰ হৈ যাব পাৰে তেনে পদাৰ্থক কি বোলে ?

ক) স্বশ্চ

খ) স্বচ্ছ

গ) এটাও নহয়

উত্তৰঃ খ) স্বচ্ছ।

১১।  যিবোৰ পদাৰ্থৰ মাজেৰে পোহৰ সম্পূৰ্ণভাৱে পাৰ হৈ নাযায় সেইবোৰ পদাৰ্থক কি বোলে ?

ক) স্বচ্ছ

খ) ঈষৎ স্বচ্ছ

গ) অস্বচ্ছ

উত্তৰঃ খ) ঈষৎ স্বচ্ছ।

১২। ছাঁ কি ?

ক) বস্তুৰ পিছফালৰ আন্ধাৰ অংশ

খ) বস্তুৰ আগফালৰ অংশ

গ) এটাও নহয়

উত্তৰঃ ক) বস্তুৰ পিছফালৰ আন্ধাৰ অংশ।

১৩। কি বস্তুৱে ছাঁ সূষ্টি কৰিব পাৰে ?

ক) স্বচ্ছ বস্তুৱে

খ) ঈষৎ স্বচ্ছ বস্তুৱে

গ) অস্বচ্ছ বস্তুৱে

উত্তৰঃ গ) অস্বচ্ছ বস্তুৱে।

১৪। ________ থাকিলেহে ছাঁ থাকে ।

ক) পোহৰ

খ) এন্ধাৰ

গ) এটাও নহয়

উত্তৰঃ ক) পোহৰ।

১৫। পৃথিৱীৰ পূষ্ঠ কি ?

ক) পানী

খ) মাটি

গ) বায়ু

উত্তৰঃ খ) মাটি।

১৬। ছাঁ সদায় কি ৰঙৰ হয় ?

ক) ক’লা

খ) নীলা

গ) ৰঙা

উত্তৰঃ ক) ক’লা।

১৭. দীপ্তিমান বস্তু কাক বোলে ?

ক) পোহৰ দিব পৰা বস্তুক

খ) পোহৰ দিব নোৱাৰা বস্তুক

গ) এটাও নহয়

উত্তৰঃ ক) পোহৰ দিব পৰা বস্তুক।

১৮. কোনো পৃষ্ঠত পোহৰ খুন্দা খাই উভতি অহাকে কি বোলে ?

ক) দীপ্তিমান

খ) দীপ্তিহীন

গ) প্ৰতিফলন

উত্তৰঃ গ) প্ৰতিফলন।

১৯. ভৰ দুপৰীয়া ৰ’দত থিয় হ’লে তোমাৰ ছাঁটো থাকিব-

ক) সোঁফালে

খ) বাওঁফালে

গ) ভৰিৰ কাষত

উত্তৰঃ গ) ভৰিৰ কাষত।

২০। কোন ঠাইত প্ৰতিবিম্ব সৃষ্টি হয় ?

ক) যি পৃষ্ঠত পোহৰৰ প্ৰতিফলন হয়

খ) যি পৃষ্ঠত সূৰ্য্য়ৰ পোহৰ পোনপটীয়াকৈ পৰে

গ) এটাও নহয়

উত্তৰঃ ক) যি পৃষ্ঠত পোহৰৰ প্ৰতিফলন হয়।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping