🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Geography Book Chapter 1 | (গোট ১) অধ্যায় ১ | ভাৰতবৰ্ষঃ অৱস্থিতি | MCQs Short Question Answer |

Chapter 1

ভাৰতবৰ্ষঃ অৱস্থিতি

১। কোনখন দেশে ভাৰতবৰ্ষৰ সতে দীৰ্ঘতম স্থলসীমান্ত অংশীদাৰ হৈছে?

(ক) বাংলাদেশ

(খ) চীন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বাংলাদেশ

২। উওৰৰ বিশাল আৰু সুউচ্চ পৰ্বতমালা কি?

(ক) ব্ৰহ্মপুত্ৰ

(খ) উওৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ব্ৰহ্মপুত্ৰ

৩। দুবাহহুসদৃশ আৰৱ সাগৰ আৰু বংগ উপসাগৰে কি অংশ আগুৰি ?

(ক) উওৰ অংশ

(খ) দক্ষিণ অংশ

(গ) পূৱ অংশ

উত্তৰঃ (খ) দক্ষিণ অংশ

৪। আবেষ্টনীৰ মাজত অৱস্থিত বৃহত ভৌগলিক ভূ- খণ্ডক কি নামেৰে জনা যায়?

(ক) উপমহাদেশ

(খ) উওৰ মহাদেশ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) উপমহাদেশ

৫। পূৱ আৰু পশ্চিম প্ৰান্তৰ দ্ৰাঘিমাৰেখাৰ মানৰ অন্তৰ প্ৰায় কিমান ডিগ্ৰী?

(ক) ৪০ ডিগ্ৰী

(খ) ৩০ ডিগ্ৰী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) ৩০ ডিগ্ৰী

৬। ভাৰতবৰ্ষই সমগ্ৰ পৃথীৱিৰ  প্ৰায় কিমান  শতাংশ ঠাই আগুৰি আছে ?

(ক) ২.৪ শতাংশ

(খ) ২.৩ শতাংশ

(গ) ৩.৪ শতাংশ

উত্তৰঃ (ক) ২.৪ শতাংশ

৭। ভাৰতৰ মূল ভূ-ভাগৰ উপকূলীয় শীমাৰেখা দৈঘ্য কিমান?

(ক) ৬,১০০ কি. মি.

(খ) ৭,৫১৭ কি. মি.

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ৬,১০০ কি. মি.

৮। ভূ-ভাগৰ উপকূলীয় আৰু ভৌগলিক সীমাৰেখাৰ মুঠ দৈঘ কিমান?

(ক) ৭,৫১৭ কি. মি.

(খ) ৫,৫১৭ কি. মি.

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ৭,৫১৭ কি. মি.

৯। আমেৰিকা যুক্তৰাষ্ট্ৰত কেইটা সময়মণ্ডল আছে?

(ক) সাতটা

(খ) পাচঁটা

(গ) দুটা

উত্তৰঃ (ক) সাতটা

১০। উপকূলৰ পৰা আৰ্ন্তজাতিক সীমাৰেখাৰ প্ৰায় দাবী কিমান?

(ক) ২১.৯ কি. মি.

(খ) ১.৮ কি. মি.

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ২১.৯ কি. মি.

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop