Class 11 Geography Book Chapter 3 | (গোট ২) অধ্যায় ৩ পৃথিৱীৰ অৰ্ন্তৰভাগ | MCQs Short Question Answer |

Chapter 3

পৃথিৱীৰ অৰ্ন্তৰভাগ

১। ভূমিকম্পৰ তৰংগবোৰৰ ভিতৰত কোনটো অধিক বিধ্বংসী?

(ক) S তৰংগ

(খ) পৃষ্ঠ তৰংগ

(গ) P তৰংগ

উত্তৰঃ (খ) পৃষ্ঠ তৰংগ

২। কোনটোৱে পৃথিৱীৰ অন্তৰভাগৰ বিষয়ে প্ৰত্যক্ষ খবৰ দিয়ে?

(ক) আগ্নেয়গিৰি

(খ) পৃথিৱীৰ চুম্বকত্ব

(গ) মাধ্যাকৰ্ষণ

উত্তৰঃ (ক) আগ্নেয়গিৰি

৩। কি ধৰণৰ আগ্নেয় উদগীৰণৰ ফলত দাক্ষিণাত্য ট্ৰেপ গঠন হৈছে?

(ক) কালডেৰা

(খ) কম্পজিত

(গ) বান

উত্তৰঃ (গ) বান

৪। কোনটোৱে লিথোস্ফিয়েৰৰ বিষয়ে বৰ্ণনা দিয়ে ?  

(ক) উচ্চ আৰু নিম্ন মেণ্টল

(খ) খোলা আৰু উচ্চ মেণ্টল

(গ) খোলা আৰু কেন্দ্ৰ ভাগ

উত্তৰঃ (খ) খোলা আৰু উচ্চ মেণ্টল

৫। ভূমিকম্পৰ ঢৌ প্ৰধানত কেইধৰণৰ ?

(ক) ২ ধৰণৰ

(খ) ৫ ধৰণৰ

(গ) ৬ ধৰণৰ

উত্তৰঃ (ক) ২ ধৰণৰ

৬। দক্ষিণ আফ্ৰিকাত পোৱা সোণৰ খনিবোৰ কিমান কি:মি: গভীৰ ?

(ক) ৩-৪ কি: মি:

(খ) ২-৩ কি: মি:

(গ) ৫-৬ কি: মি:

উত্তৰঃ (ক) ৩-৪ কি: মি:

৭। ভূমিকম্পৰ ঢৌ জোখা যন্ত্ৰটোৰ নাম কি?

(ক) হাইগ্ৰ’মিটাৰ

(খ) অডিঅ’মিটাৰ

(গ) ছিছম’গ্ৰাফ

উত্তৰঃ (গ) ছিছম’গ্ৰাফ

৮। ভূমিকম্পৰ কেই প্ৰকাৰৰ ?

(ক) ৩ প্ৰকাৰৰ

(খ) ৫ প্ৰকাৰৰ

(গ) ২ প্ৰকাৰৰ

উত্তৰঃ (খ) ৫ প্ৰকাৰৰ

৯। মহাসাগৰীয় খোলাত পোৱা অধিক ঘনত্বৰ শিলবোৰ নাম কি?

(ক) গেদীয় শিল

(খ) আগ্নেয় শিল

(গ) বেচল্ট শিল

উত্তৰঃ (গ) বেচল্ট শিল

১০। মেণ্টল ওপৰৰ অংশত থকা পদাৰ্থবোৰক কি কয় ?

(ক) আগ্নেয়গিৰি

(খ) মেগমা

(গ) বেথোলিথ

উত্তৰঃ (খ) মেগমা

১১। এছথেনো শব্দৰ অৰ্থ কি ?

(ক) শক্তি শালী

(খ) দুৰ্বল

(গ) এটাও নহয়

উত্তৰঃ (২) দুৰ্বল

১২। পৃথিৱীৰ ব্যাসাৰ্দ্ধ কিমান ?

(ক) ৬৩৭০ কিলোমিটাৰ

(খ) ৬৬৭০ কিলোমিটাৰ

(গ) ৭৩৭০ কিলোমিটাৰ

উত্তৰঃ (ক) ৬৩৭০ কিলোমিটাৰ

১৩। পৃথিৱীৰ বৈজ্ঞানিকসকলে কিমানটা মূখ্য আচঁনিৰ অধীনত কাম কৰি আছে ?

(ক) এটা

(খ) দুটা

(গ) তিনিটা

উত্তৰঃ (খ) দুটা

১৪। সাধাৰণ অৰ্থত ভূমিকম্প মানে হল পৃথিৱীৰ কপি উঠা কাৰ্য-

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

১৫। দেহ ঢৌবোৰ কেইধৰণৰ-

(ক) দুই ধৰণৰ

(খ) তিনি ধৰণৰ

(গ) ছয় ধৰণৰ

উত্তৰঃ (ক) দুই ধৰণৰ

৬। ভূমিকম্প এবিধ প্ৰাকৃতিক সম্পদ নে বিপদ?

(ক) বিপদ

(খ) প্ৰাকৃতিক বিপদ

উত্তৰঃ (খ) প্ৰাকৃতিক বিপদ

১৭। পৃথিৱীৰ খোলাটো কেনেকুৱা?

(ক) কঠিন

(খ) ঠুনুকা

(গ) বহল

উত্তৰঃ (খ) ঠুনুকা

১৮। আগ্নেয়শিলাক কেইটা ভাগত ভগোৱা হৈছে ?

(ক) দুটা ভাগত

(খ) চাৰিটা ভাগত

(গ) ছয়টা ভাগত

উত্তৰঃ (ক) দুটা ভাগত

১৯। ভূমিকম্পৰ ফলত হোৱা সাগৰীয় ঢৌবোৰ হল-

(ক) বানপানী

(খ) মাটি পনীয়াকৰণ

(গ) ছুনামি

উত্তৰঃ (গ) ছুনামি

২০। কালডেৰা কি ?

(ক) ছুনামি

(খ) আগ্নেয়গিৰি

(গ) ভূমিকম্প

উত্তৰঃ (খ) আগ্নেয়গিৰি

0
    0
    Your Cart
    Your cart is emptyReturn to Shop