🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Geography Book Chapter 7 | (গোট 8 প্ৰাকৃতিক দুৰ্যোগ আৰু বিপত্তিঃ কাৰণ, ফলাফল আৰু ব্যৱস্থাপনা) | অধ্যায় ৭ | প্ৰাকৃতিক বিপৰ্যয় আৰু দুৰ্যোগ | MCQs Short Question Answer |

Chapter 7

প্ৰাকৃতি বিপৰ্যয় আৰু দুৰ্যোগ

১। কোনখন ৰাজ্যত বানপানী সঘনে হয়?

(ক) বিহাৰ

(খ) অসম

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) বিহাৰ

২। দেশৰ মুঠ ভৌগলিক মাটি কালিৰ কিমান শতাংশ খৰাং?

(ক) ১৯ শতাংশ

(খ) ১৭ শতাংশ

(গ) ১০ শতাংশ

উত্তৰঃ (ক) ১৯ শতাংশ

৩। ক্ৰান্তীয় ধুমুহাৰ প্ৰধান বৈশিষ্ট্য কি?

(ক) চাপৰ উচ্চ ঢাল

(খ) নিম্ন উচ্চৰ ঢাল

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) চাপৰ উচ্চ ঢাল

৪। ভাৰতবৰ্ষৰ জলবায়ু দুটা বিশেষত্ব কি?

(ক) খৰাংবতৰ আৰু বানপানী

(খ) বানপানী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) খৰাংবতৰ আৰু বানপানী

৫। তলৰ কোনটো নদীৰ মাজত মাজুলী দ্বিপ অৱস্থিত?

(ক) গঙ্গা নদী

(খ) গোদাৱৰী নদী

(গ) ব্ৰহ্মপুত্ৰ

উত্তৰঃ (ক) গঙ্গা নদী

৬। শীতল ধুমুহা, তলৰ কোন প্ৰকাৰ প্ৰাকৃতিক দুযোগৰ অন্তগত?

(ক) বায়ুমণ্ডলীয়

(খ) পাৰ্থিব

(গ) জৈৱিক

উত্তৰঃ (ক) বায়ুমণ্ডলীয়

৭। আইনমতে দুৰ্যোগ মানে কি?

(ক) প্ৰলয় দুঘৰ্টনা

(খ) তামিলনাডু

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) প্ৰলয় দুঘৰ্টনা

৮। দূষিত পানী পৰা হোৱা এবিধ বেমাৰৰ নাম কি?

(ক) কলেৰা

(খ) বিনষ্ট

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) কলেৰা

৯। ভাৰতবৰ্ষক কেইটা ভাগত ভূমিকম্প মণ্ডলক ভাগ কৰিছে?

(ক) ৫ টা

(খ) ৪ টা

(গ) ৩ টা

উত্তৰঃ (ক) ৫ টা

১০। তলৰ কোনখন ৰাজ্যত শীতকালীন বানপানী হয়?

(ক) অসম

(খ) পশ্চিম বঙ্গ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) পশ্চিম বঙ্গ

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop