🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Political Science Book Chapter 10 | অধ্যায় ১০ সাংবিধানিক দৰ্শন | MCQs Short Question Answer |

Chapter 10

সাংবিধানিক দৰ্শন

1। ১৯৪৭ চনৰ কোনখন সংবিধান শান্তি সংবিধানৰূপে জনাজাত। 

(ক) জাপান

(খ) ইংলেণ্ডৰ

(গ) চীনৰ

উত্তৰঃ (ক) জাপান

2। খালী ঠাই পূৰ কৰা। 

আধুনিক ৰাষ্ট্ৰসমূহ অধিক————-। 

(ক) শক্তিশালী

(খ) শক্তিহীন

(গ) শক্তিবান।

উত্তৰঃ (ক) শক্তিশালী

3। আধুনিক ৰাষ্ট্ৰসমূহৰ অধিকাৰ কেনেধৰণৰ?

(ক) একচেতিয়া

(খ) দুইচেতিয়া

(গ) তিনিচেতিয়া।

উত্তৰঃ (ক) একচেতিয়া

4। সংবিধানখন কেতিয়া লিখা হৈছিল। 

(ক) ওঠৰশ শতিকাত

(খ) ঊনৈশ শতিকাত

(গ) একৈশ শতিকাত।

উত্তৰঃ (ক) ওঠৰশ শতিকাত

5। সংবিধানৰ প্ৰথম গুৰুত্বপূৰ্ণ দিশ কোনটো?  

(ক) ব্যক্তিগত স্বাধীনতা

(খ) মতামত প্ৰকাশৰ স্বাধীনতা

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ব্যক্তিগত স্বাধীনতা

6। সংবিধানখন প্ৰণয়ন কৰাৰ কিমান বছৰ পূৰ্বৰ পৰাই ভাৰতীয় জাতীয় কংগ্ৰেছে ব্যক্তিগত অধিকাৰক অনায়াসে গুৰুত্ব দিছিল।

(ক) ২০

(খ) ৪০

(গ) ৬০

উত্তৰঃ (খ) ৪০

7। কাৰ দ্বাৰা নাগৰিকত্বৰ ভাৱধাৰাক পুনৰবাৰৰ বাবে গুৰুত্ব দিয়া হৈছিল। 

(ক) জৱাহৰলাল নেহৰু দ্বাৰা

(খ) মতিলাল নেহৰুৰ ৰিপৰ্টৰ দ্বাৰা

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) মতিলাল নেহৰুৰ ৰিপৰ্টৰ দ্বাৰা

8। গুৰুত্বপূৰ্ণ মাধ্যম বুলিলে কি বুজা?

(ক) প্ৰাপ্তবয়স্ক ভোটাধিকাৰটো ৰাষ্ট্ৰৰ মত প্ৰকাশ কৰাকে

(খ) আল্লাৰি কৃষ্ণস্বামী আয়াৰে দিয়া সংজ্ঞাটোকে

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) প্ৰাপ্তবয়স্ক ভোটাধিকাৰটো ৰাষ্ট্ৰৰ মত প্ৰকাশ কৰাকে

9। ভাৰতীয় সংবিধানে কোনটো দিশক বেছিকৈ গুৰুত্ব দিছিল। 

(ক) জন্মু- কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলত যুক্তৰাষ্ট্ৰৰঅন্য এটা দিশক

(খ) জন্মু-কাশ্মীৰ আৰু দক্ষিণপূব এছিয়া

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) জন্মু- কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলত যুক্তৰাষ্ট্ৰৰঅন্য এটা দিশক

10। স্বায়ত্ত শাসন প্ৰদানৰ ব্যৱস্থা সংবিধানৰ অনুচ্ছেদ কেইটা উল্লেখ আছে।  

(ক) ৩৬৭ টা

(খ) ৩৭০ টা

(গ) ৩৭৩ টা

উত্তৰঃ (খ) ৩৭০ টা

11। সংবিধানৰ মূল লক্ষ্য  “ঐক্যবদ্ধ সম্প্ৰদায় “গঠন কৰা সংজ্ঞাটো কোনেআগবঢ়াইছিল। 

(ক) ডঃআম্বেদকাৰ

(খ) চৰ্দাৰ পেটেলে

(গ) কৃষ্ণস্বামী আয়াৰে

উত্তৰঃ (খ) চৰ্দাৰ পেটেলে

12। কিমান চনত আমাৰ সংবিধানখন প্ৰস্তুত কৰি উলিওৱাটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল।

(ক) ১৯৪৭

(খ) ১৯৫০

(গ) ১৯৫৫

উত্তৰঃ (খ) ১৯৫০

13। এজন নাগৰিকে কেইবছৰ পৰা ভোটাধিকাৰ লাভ কৰিব পাৰে। 

(ক) ১৫

(খ) ১৮

(গ) ২৫

উত্তৰঃ (খ) ১৮

14। খালীঠাই পূৰ কৰা। 

প্ৰাপ্তবয়স্ক ভোটাধিকাৰ জাতীয়তাবাদৰ মূল ——-। 

(ক) চাহিদা

(খ) ভিত্তি

(গ) জীৱিকা।

উত্তৰঃ (খ) ভিত্তি

15। সংবিধান সংশোধন কৰিব পাৰিনে?

(ক) পাৰি।

(খ) নোৱাৰি।

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) পাৰি।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop