🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 11 Political Science Book Chapter 6 | অধ্যায় ৬ | নাগৰিকতা | MCQs Short Question Answer |

Chapter 6

নাগৰিকতা

১। এজন ব্যক্তি এখন দেশৰ নাগৰিক হিচাবে পৰিচয় পাবলৈ নূন্যতম কিমান বছৰৰ প্ৰয়োজন ?

(ক) ২১

(খ) ১৮

(গ) ১৬

উত্তৰঃ (খ) ১৮

২। ব্যক্তি এজনক নাগৰিকৰ অধিকাৰ কিয় প্ৰয়োজন ?

(ক) যাতায়তৰ বাবে

(খ) ব্যক্তিৰ জীৱন আৰু সম্প্ৰত্তি সুৰক্ষাৰ বাবে

(গ) জীয়াই থকাৰ বাবে

উত্তৰঃ (খ) ব্যক্তিৰ জীৱন আৰু সম্প্ৰত্তি সুৰক্ষাৰ বাবে

৩। কোনো দেশ এখনত এজন ব্যক্তিয়ে নিজৰ নাগৰিকত্ব লাভ কৰা একেবাৰে সহজ পদ্ধতিটে কি ?

(ক) জন্মসূত্ৰে

(খ) বিবাহৰ সূত্ৰে

উত্তৰঃ (ক) জন্মসূত্ৰে

৪। এগৰাকী মহিলাই অন্য এখন দেশত নাগৰিকত্ব  লাভ কৰিব পৰা এটা উপায় হল….

(ক) জন্মসূত্ৰে

(খ) বিবাহ সূত্ৰে

উত্তৰঃ (খ) বিবাহ সূত্ৰে

৫। ৰাজনীতি বিজ্ঞানত ‘বিশ্ব নাগৰিকত্ব’ৰ ধাৰণাটো আছেনে ?

(ক) আছে

(খ) নাই

উত্তৰঃ (ক) আছে

৬। নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ সৰ্বপ্ৰথম ধাৰণা কেতিয়া উত্থাপিত হৈছিল ?

(ক) ১৯৪৭

(খ) ১৭৮৯

(গ) ১৯২১

উত্তৰঃ (খ) ১৭৮৯

৭। নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ  সৰ্বপ্ৰথম ধাৰণা কাৰ দ্ধাৰা উত্থাপিত হৈছিল ?

(ক) ফৰাচী বিপ্লৱী সকলৰ দ্বাৰা

(খ) ইংৰাজ সকলৰ দ্বাৰা

উত্তৰঃ (ক) ফৰাচী বিপ্লৱী সকলৰ দ্বাৰা

৮। জন্মসূত্ৰৰ দ্বাৰাহে কেৱল নাগৰিকত্ব পাব পাৰি নেকি ?

(ক) হয়

(খ) নহয়

উত্তৰঃ (খ) নহয়

৯ । ‘দেশৰ প্ৰতি নাগৰিকৰ যথেষ্ট দায়বদ্ধতা আছে ‘ কথাযাৰ শুদ্ধ হয়নে?

(ক) শুদ্ধ

(খ) অশুদ্ধ

উত্তৰঃ (ক) শুদ্ধ

১০। নাগৰিকত্বৰ কাৰণে হোৱা এটা আন্দোলনৰ নাম হল……..

(ক) চিপকো আন্দোলন

(খ) কা আন্দোলন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) কা আন্দোলন

Shopping Basket

No products in the basket.

No products in the basket.

    0
    Your Cart
    Your cart is emptyReturn to Shop