🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

আমাৰ গাঁও | AJB Class 4 Assamese Chapter 1 | MCQ Question Answer Solution |

আমাৰ গাঁও

Chapter-1

১। আমাৰ গাঁও কবিতাটো কবিজনৰ নাম কি?

ক) আনন্দ চন্দ্ৰ আগৰৱালা

খ) মাধৱদেৱ

গ) ৰঘুনাথ চৌধৰী

উত্তৰঃ ক) আনন্দ চন্দ্ৰ আগৰৱালা।

২। পুখুৰীত কি থাকে?

ক) কাছ

খ) ঘৰিয়াল

গ) মাছ

উত্তৰঃ গ) মাছ।

৩। শুৱনি গাঁওখন কি গছেৰে ভৰা ?

ক) শুৱনি গছেৰে

খ) তামোল গছেৰে

গ) নাৰিকল গছেৰে

উত্তৰঃ ক) শুৱনি গছেৰে।

৪। গোহালিত কি আছিল ?

ক) ম’হ

খ) গৰু

গ) ছাগলী

উত্তৰঃ খ) গৰু।

৫। শুৱনি আমাৰ পথাৰখনত কিহেৰে উপচি পৰিছিল ?

ক) ধানেৰে

খ) মাহেৰে

গ) সৰিয়হেৰে

উত্তৰঃ ক) ধানেৰে।

৬। ভঁৰালত কি ধান আছিল ?

ক) কোমলধান

খ) বৰাধান

গ) জহাধান

উত্তৰঃ গ) জহাধান।

৭। গছৰ ডালত কি চৰায়ে শুৱলা সংগীত গায় ?

ক) কুলি চৰায়ে

খ) শুৱনি চৰায়ে

গ) কেতেকী চৰায়ে

উত্তৰঃ খ) শুৱনি চৰায়ে।

৮। আনন্দ চন্দ্ৰ আগৰৱালা দেৱে কবিতাৰ সুন্দৰ ভাঙনি কৰি তেওঁ কি নাম পাইছিল?

ক) ভাঙনি-কোঁৱৰ

খ) বিহগী কবি

গ) ৰূপকোঁৱৰ

উত্তৰঃ ক) ভাঙনি-কোঁৱৰ।

৯) শাকনিত শাক, ফুলনিত ফুল, দেখিলে কি জুৰায়?

ক) হিয়া

খ) আন্তৰীকতা

গ) মৰম-চেনেহ

উত্তৰঃ ক) হিয়া

১০। মুদৈয়ে ক’ত বেপাৰ কৰে?

ক) শুৱনি নদী

খ) ব্ৰহ্মপুত্ৰ নদী

গ) বৰাক

উত্তৰঃ ক) শুৱনি নদী।

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop